চিৰাজউদ্দিন আজমলক বিধায়ক পদ ত্যাগ কৰিবলৈ দাবী জনালে আছুই - Sirajuddin Ajmals insult to Assamese language
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-14912002-thumbnail-3x2-hf.jpg)
যমুনামুখ সমষ্টিৰ বিধায়ক চিৰাজউদ্দিন আজমলে অসমীয়া ভাষাক লৈ তুচ্চ্য তাচ্চিল্য কৰাক (Sirajuddin Ajmals insult to Assamese language)লৈ সৰৱ হৈ পৰিছে হোজাই জিলা ছাত্ৰ সন্থা ৷ ইয়াকেলৈ বিধায়ক গৰাকীক বিধায়ক পদৰ পৰা অব্যাহতি লবলৈয়ো দাবী জনাইছে হোজাই জিলা ছাত্ৰ সন্থাই (AASU demands resignation from MLA Sirajuddin Ajmal) ৷
Last Updated : Feb 3, 2023, 8:21 PM IST