ETV Bharat / sukhibhava

Cinnamon oil benefits: চুলিৰ বাবে যথেষ্ট উপকাৰী এইবিধ তেল, জানক ঘৰতে তৈয়াৰ কৰাৰ পদ্ধতি তথা উপকাৰিতা

author img

By

Published : Jun 8, 2023, 5:00 PM IST

আজিৰ দিনত চুলি সৰাটো তেনেই এক সাধাৰণ কথা হৈ পৰিছে, লগতে প্ৰদূষণ তথা ধূলিৰ বাবেও চুলি ফাটি যোৱাৰ সমস্যা বাঢ়িছে । এই সমস্যাবোৰৰ মাজত ডালচেনি তেল প্ৰয়োগ কৰিলে উপকাৰী হ’ব পাৰে ।

This oil is very beneficial for hair, know how to make it at home and its benefits
চুলিৰ বাবে যথেষ্ট উপকাৰী এইবিধ তেল, জানক ঘৰতে তৈয়াৰ কৰাৰ পদ্ধতি তথা উপকাৰিতা

আজিৰ সময়ত চুলি সৰাটো বৃদ্ধি পাইছে । যিটো এক সাধাৰণ সমস্যা হৈ পৰিছে । প্ৰায়ে মানুহে চুলিৰ যত্ন ল’বলৈ সময় নাপায় । মানুহে চুলি ভাল দেখাবলৈ বিভিন্ন ধৰণৰ চুলিৰ চিকিৎসা কৰি থাকে । কিন্তু, এই চিকিৎসাৰ পৰিৱৰ্তে যদি আপুনি ঘৰুৱা ঔষধ ব্যৱহাৰ কৰে তেন্তে ই আপোনাৰ বাবে দ্ৰুতভাৱে কাম কৰিব আৰু কোনো ক্ষতি নকৰে । যেনে, ডালচেনিৰ তেল আপোনাৰ চুলিৰ বাবে উপকাৰী । সহজে ঘৰতে তৈয়াৰ কৰি ব্যৱহাৰ কৰিব পাৰি । আপোনাৰ ঘৰতে এই তেল কেনেকৈ তৈয়াৰ কৰিব পাৰি ।

ডালচেনিৰ তেল কেনেকৈ বনাব-Cinnamon oil recipe

প্ৰথমে ডালচেনি লৈ পিহি লওক । তাৰ পিছত তাৰ পিছত তাত অলিভ অইল মিহলাই ৩-৪ মিনিট গৰম কৰক । গৰম কৰাৰ পিছত ঠাণ্ডা হ’বলৈ ৰাখিব । তাৰ পিছত সপ্তাহত এবাৰ ব্যৱহাৰ কৰিব লাগিব (how to make cinnamon oil)।

চুলিৰ বাবে ডালচেনিৰ তেল কেনেদৰে উপকাৰী ?

১) চুলি সৰি পৰাৰ বাবে উপকাৰী

তেজৰ চলাচল বেয়া হোৱা আৰু চুলিৰ সঠিক যত্নৰ নোলোৱাৰ বাবে চুলি সৰাৰ সমস্যাই দেখা দিয়ে । যেতিয়া চুলিৰ গুৰি দুৰ্বল হৈ পৰে তেতিয়াও চুলি সৰা আৰম্ভ হয় । এনে ক্ষেত্ৰত ডালচেনিৰ তেল চুলিৰ বাবে অতি উপকাৰী । যিয়ে চুলিৰ গুৰি শক্তিশালী কৰে আৰু এই পুষ্টিৰ দ্বাৰা চুলিৰ গুৰিত পুষ্টি লাভ কৰে । দীৰ্ঘদিন ধৰি ডালচেনি ব্যৱহাৰ কৰিলে টান হোৱাৰ পৰা সকাহ পোৱা যায় ।

২) চুলি বৃদ্ধিত সহায়ক

যদি আপোনাৰ চুলি ফাটিছে, তেন্তে এই সমস্যাৰ বাবে ডালচেনি অতি উপকাৰী । ডালচেনিৰ গুড়ি আৰু কণী মিহলাই চুলিৰ মাস্ক প্ৰস্তুত কৰিব পাৰি । চুলিত লগালে চুলি ফাটি যোৱাৰ সমস্যা নিয়ন্ত্ৰিত হয় । ইয়াৰ ফলত চুলিৰ দৈৰ্ঘও বৃদ্ধি পায় । চুলিবোৰ মজবুত আৰু চিকচিকিয়া হৈ থাকে ।

৩) চুলিৰ ৰং উন্নত কৰিবলৈ

যদি আপুনি আপোনাৰ চুলিৰ ৰং সলনি কৰিব বিচাৰে তেন্তে ডালচেনি ব্যৱহাৰ কৰিব পাৰে । হেয়াৰ কণ্ডিচনাৰত ১ চামুচ ডালচেনিৰ গুড়ি মিহলাই চুলিত লগাই গোটেই ৰাতি এনেদৰে থৈ দিব । পুৱা উঠি চুলি ভালদৰে ধুব । ইয়াৰ ফলত আপোনাৰ ক’লা বা ডাঠ চুলিৰ ৰং সলনি কৰিব পাৰে ।

লগতে পঢ়ক: World Brain Tumor Day 2023: বিশ্ব ব্ৰেইন টিউমাৰ দিৱসত এই ৰোগৰ ইতিহাস, গুৰুত্ব আৰু লক্ষণসমূহ জানি লওক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.