ETV Bharat / sukhibhava

জানক আপেল চাইডাৰ ভিনেগাৰৰ বিভিন্ন লাভালাভ

author img

By

Published : Aug 16, 2022, 9:18 PM IST

মুখৰ ব্ৰণই (Acne) সমস্য়াৰ সৃষ্টি কৰিছে নেকি ? PCOS য়ে আপোনাক আমনি কৰিছে নেকি ? বাঢ়ি অহা ওজনক লৈ আপুনি চিন্তিত নেকি ? এই সমস্যাসমূহৰ সমাধান হৈছে আমাৰ পাকঘৰতে থকা আপেল চাইডাৰ ভিনেগাৰ । আহক চাও আপেল চাইডাৰ ভিনেগাৰে কিদৰে আমাক সহায় কৰিব পাৰে(Vinegar is a solution to many problems) ৷

vinegar-is-a-solution-to-many-problems-if-taken-daily
জানক আপেল চাইডাৰ ভিনেগাৰৰ বিভিন্ন লাভালাভ

মুখৰ ব্ৰণই (Acne) সমস্য়াৰ সৃষ্টি কৰিছে নেকি ? PCOSয়ে আপোনাক আমনি কৰিছে নেকি(PCOS bothering you) ? বাঢ়ি অহা ওজনক লৈ আপুনি চিন্তিত নেকি ? এই সমস্যাসমূহৰ সমাধান হৈছে আমাৰ পাকঘৰতে থকা আপেল চাইডাৰ ভিনেগাৰ । আহক চাও আপেল চাইডাৰ ভিনেগাৰে কিদৰে আমাক সহায় কৰিব পাৰে(Vinegar is a solution to many problems) ৷

PCOSৰ সমস্যা(Suffering from a PCOS problem):

প্ৰতিদিনে পুৱা এগিলাচ গৰম পানীৰ লগত অলপ আপেল চাইডাৰ ভিনেগাৰ খোৱাটো আমাৰ বাবে খুবেই দৰকাৰ । ই হৰম'নৰ সমস্যা নিয়ন্ত্ৰণ(Hormonal problems) কৰাত সহায় কৰে । ই নিয়মীয়া ঋতুস্ৰাৱত সহায় কৰি PCOS বা PCOD সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ সহায় কৰে । আপেল চাইডাৰে ৰজোনিবৃত্তি আৰু ঋতুস্ৰাৱৰ পূৰ্বে হোৱা সমস্যাৰ পৰাও সকাহ দিয়ে ।

ওজন কমোৱা(Weight Loss):

আপেল চাইডাৰ ভিনেগাৰ গ্ৰহণ কৰিবলৈ বিশেষজ্ঞসকলে বিশেষ দিহা আগবঢ়ায় । বহু গৱেষণাই এই কথা প্ৰমাণ কৰিছে যে, এই ভিনেগাৰ খাদ্য বা পানীৰ লগত খালে দিনটো অধিক ভোক অনুভৱ নকৰে । যাৰ ফলত আমাৰ ওজন হ্ৰাস পোৱাত সহায় হয় ।

লগতে পঢ়ক : চিকিৎসা বিজ্ঞানে উদ্ভাৱন কৰিলে প্ৰথম কৃত্ৰিম ভ্ৰূণ

ছালৰ সমস্যা(Skin Problems):

যিসকলৰ ছাল শুকান, একজিমাৰ দৰে সমস্যাত ভূগিছে তেওঁলোকৰ বাবে এই ভিনেগাৰ এক উত্তম বিকল্প । ব্ৰণৰ(Acne) লগতো যুঁজ দিয়ে । ইয়াৰ বহুতো এন্টিবেক্টেৰিয়েল গুণ আছে । সেইবাবেই খাদ্য সংৰক্ষণত ক্ষেত্ৰত ব্যাপকৰূপে ব্যৱহাৰ হয় । দৈনিক খালে ই বীজাণুৰ বিৰুদ্ধে যুঁজ দিয়ে আৰু আমাক সুস্থ কৰি ৰখাত সহায় কৰে ।

ডায়েবেটিছ ৰোগীৰ বাবে সহায়ক(Helpful for Diabetics):

তেজৰ চেনিৰ মাত্ৰা নিয়ন্ত্ৰণ কৰাত সহায় কৰে । সেইবাবেই ডায়েবেটিছ ৰোগীয়ে দৈনিক ইয়াক গ্ৰহণ কৰা উচিত ।

হজম শক্তি উন্নত কৰা(Improves Digestion):

ই আমাৰ পাচনতন্ত্ৰৰ সমস্যা সমূহ দূৰ কৰাত খুবেই লাভদায়ক । যদি আপুনি বদহজম, কোষ্ঠকাঠিন্য বা গেছ অনুভৱ কৰে তেন্তে গিলাচত এচামুচ আপেল চাইডাৰ ভিনেগাৰ মিহলাই খাই চাওক । কিছু সময় পিছতে এই সমস্যা দূৰ হ'ব ।

প্ৰতিদিনে পুৱা ১-২ চামুচ আপেল চাইডাৰ এগিলাচ পানীৰ সৈতে মিহলাই খোৱাৰ অভ্যাস গঢ়ি তোলক । কিন্তু এই ক্ষেত্ৰত organic vinegar খুবেই উপকাৰী । গতিকে কিনাৰ পূৰ্বে এবাৰ ভালদৰে পৰীক্ষা কৰি ল'ব ।

লগতে পঢ়ক : কেনে ধৰণৰ খাদ্যই পৃথিৱীক ৰক্ষা কৰাত আমাক সহায় কৰিব

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.