ETV Bharat / sukhibhava

সুস্বাদু ব্যঞ্জনৰ বাবে ব্যৱহাৰ কৰি চাওকচোন এই কেইটা Tips and Tricks

author img

By

Published : Sep 14, 2022, 9:07 PM IST

সোৱাদযুক্ত খাদ্য তৈয়াৰ কৰাৰ ক্ষেত্ৰত সকলোৱে জুখি মাখি খাদ্য তৈয়াৰ কৰি ভাল পায়, কাৰণ যিকোনো বস্তুৰ পৰিমাণ যদি অলপ বেছি বেছি হয় তেন্তে খাদ্যৰ সোৱাদ নষ্ট হৈ পৰে । আনহাতে, যদি আপুনি কিছুমান ৰজাঘৰীয়া খাদ্য বনাব বিচাৰে, তেন্তে বনাবলৈ ঘণ্টাৰ পিছত ঘণ্টা সময় লাগে । এনে অৱস্থাত ইয়াত আমি এনে কিছুমান টিপছ আৰু ট্ৰিক্সৰ বিষয়ে কৈছো, যিয়ে আপোনাৰ কাম সম্পূৰ্ণ সহজ কৰি তোলাই নহয় বৰঞ্চ ই খাদ্যৰ সোৱাদ তিনিগুণ বৃদ্ধি কৰিব(Tips and Tricks to Make Food Tasty) ।

These cooking tips and tricks will make your food tastier
সুস্বাদু ব্যঞ্জনৰ বাবে ব্যৱহাৰ কৰি চাওকচোন এই কেইটা Tips and Tricks

সোৱাদযুক্ত খাদ্য খাই কোনে ভাল নাপায় ৷ আমাৰ সংস্কৃতিত ভিন্ন সোৱাদৰ ভিন্ন প্ৰকাৰৰ খাদ্য আছে যাক আমি প্ৰায়েই তৈয়াৰ কৰিবলৈ চেষ্টা কৰো ৷ সোৱাদযুক্ত খাদ্য তৈয়াৰ কৰাৰ ক্ষেত্ৰত সকলোৱে জুখি মাখি খাদ্য তৈয়াৰ কৰি ভাল পায়, কাৰণ যিকোনো বস্তুৰ পৰিমাণ যদি অলপ বেছি বেছি হয় তেন্তে খাদ্যৰ সোৱাদ নষ্ট হৈ পৰে । আনহাতে, যদি আপুনি কিছুমান ৰজাঘৰীয়া খাদ্য বনাব বিচাৰে, তেন্তে বনাবলৈ ঘণ্টাৰ পিছত ঘণ্টা সময় লাগে । এনে অৱস্থাত ইয়াত আমি এনে কিছুমান টিপছ আৰু ট্ৰিক্সৰ বিষয়ে কৈছো, যিয়ে আপোনাৰ কাম সম্পূৰ্ণ সহজ কৰি তোলাই নহয় বৰঞ্চ ই খাদ্যৰ সোৱাদ তিনিগুণ বৃদ্ধি কৰিব(Tips and Tricks to Make Food Tasty) ।

  • মচুৰ দাইলত সোৱাদযুক্ত ফ্লেভাৰ(Tasty flavor in Daal) ভাৰতীয় খাদ্যৰ প্ৰধান ব্যঞ্জন মচুৰ মাহ । চৌকাত ৰন্ধা মচুৰ দাইল বৰ সোৱাদযুক্ত হয় । যদিও চহৰবোৰত চৌকাত দালি বনোৱাটো কঠিন । দাইল বনাবলৈ আটাইতকৈ সহজ উপায় হ’ল তাক উতলোৱা হয় আৰু ইয়াত মছলা দিয়া হয় যাতে ইয়াৰ সোৱাদ আৰু বৃদ্ধি পায় । কিন্তু ইয়াৰ সোৱাদ আৰু অধিক বঢ়াবলৈ হ’লে ৰন্ধাৰ আগতে দাইলখিনি ৰোষ্ট কৰি তাৰ পিছত উতলাই ল’ব লাগে । এনে কৰিলে আপোনাৰ দাইলখনত আৰু অধিক সোৱাদ বৃদ্ধি পায় ।
  • মছমচীয়া পুৰী কেনেকৈ বনাব(How to make Kurkuri Poori) প্ৰায়ে মানুহে পুৰী বনাওঁতে হয় তাত তেল জমা হয় নতুবা পুৰীবোৰ বেছি তিতি যায় । পুৰি ক্ৰিস্পি বনাবলৈ মাত্ৰ আপোনাৰ আটাত অলপমান চুজি দি দিব এনে কৰি পুৰি ক্ৰিস্পি আৰু সোৱাদযুক্ত হয় ।
  • ক্ৰীমযুক্ত গ্ৰেভি বনাবলৈ কি কৰিব লাগে(What to do to make Creamy Gravy) মানুহে প্ৰায়ে বজাৰত পোৱা ক্ৰীম ব্যৱহাৰ কৰি ক্ৰীমযুক্ত গ্ৰেভি তৈয়াৰ কৰে । কিন্তু স্বাস্থ্যৰ প্ৰতি সচেতন লোকসকলে আজিকালি চৰ্বিমুক্ত বস্তু ব্যৱহাৰ কৰে । যদি আপুনি মাৰ্কেট ক্ৰীম ব্যৱহাৰ নকৰে । তেনেস্থলত গ্ৰেভিৰ সোৱাদ বৃদ্ধি কৰিবলৈ আপুনি গাখীৰ, মলাই, বা কাজু পেষ্ট ব্যৱহাৰ কৰিব পাৰে ।
  • All-in-One Gravy কেনেকৈ বনাব পাৰি(How to make All-in-One Gravy) বহুতে ৰান্ধিবলৈ সময় নাপায় । গতিকে চিন্তা নকৰিব কিয়নো আপুনি আগতীয়াকৈ সকলো গ্ৰেভি প্ৰস্তুত কৰিব পৰা যাব । এই গ্ৰেভিটো আপুনি এসপ্তাহৰ বাবে সংৰক্ষণ কৰিব পাৰে । ইয়াৰ বাবে প্ৰথমে বিলাহী, পিয়াঁজ, হালধি, আদা কিছুমান লৈ কোমল হোৱালৈকে ভাজিব লাগে । তাৰ পিছত এই সকলোবোৰ মিহলাই দীৰ্ঘদিনত ফ্ৰীজত ৰাখিব পাৰিব ।

লগতে পঢ়ক: আপোনাৰ পাকঘৰটো পৰিষ্কাৰ কৰি ৰাখিবলৈ কেইটামান Kitchen Hacks

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.