ETV Bharat / sukhibhava

Yoga For Arthritis: গাঁঠিৰ বিষৰ পৰা উপশম পাবলৈ কৰক এই ৪টা যোগাসন

বহুতে শীতকালত গাঁঠিৰ বিষৰ সমস্যাৰ সন্মুখীন হ’বলগীয়া হয় । আজিকালি এই সমস্যা কেৱল ক্ৰমবৰ্ধমান বয়সতে নহয় বহু যুৱক-যুৱতীয়েও ইয়াৰ সন্মুখীন হ’বলগীয়া হৈছে । গাঁঠিৰ বিষৰ পৰা উপশম পাবলৈ নিয়মিত যোগাসন আমাৰ শৰীৰৰ বাবে অতি জৰুৰী । গাঁঠিৰ বিষৰ পৰা উপশম পাবলৈ আপুনি নিয়মিতভাৱে কোনবোৰ যোগাসন কৰিব পাৰে জানো আহক-

These 4 yogasanas will work to provide relief in joint pain
গাঁঠিৰ বিষৰ পৰা উপশম পাবলৈ কৰক এই ৪টা যোগাসন
author img

By

Published : Dec 6, 2022, 5:23 PM IST

বহুতে শীতকালত গাঁঠিৰ বিষৰ সমস্যাৰ সন্মুখীন হ’বলগীয়া হয় । আজিকালি এই সমস্যা কেৱল ক্ৰমবৰ্ধমান বয়সতে নহয় বহু যুৱক-যুৱতীয়েও ইয়াৰ সন্মুখীন হ’বলগীয়া হৈছে । গাঁঠিৰ বিষৰ পৰা উপশম পাবলৈ নিয়মিত যোগাসন আমাৰ শৰীৰৰ বাবে অতি জৰুৰী(Joint pain problems) । গাঁঠিৰ বিষৰ পৰা উপশম পাবলৈ আপুনি নিয়মিতভাৱে কোনবোৰ যোগাসন(Regular yoga to relieve joint pain) কৰিব পাৰে জানো আহক-

বীৰ-ভদ্ৰাসন- আঁঠুৰ বাবে বীৰ-ভদ্ৰাসন অতি উপকাৰী(Different Types of Yoga) । ই কান্ধৰ চাপ দূৰ কৰে । ইয়াৰ ফলত শৰীৰৰ ভাৰসাম্য ৰক্ষা কৰাত সহায় কৰে । ই গাঁঠিৰ বিষৰ পৰা সকাহ দিবলৈ কাম কৰে ।

ধনুৰাসন- ধনুৰাসনে কান্ধ খুলি দিয়ে(Dhanurasana) । ইয়াৰ ফলত পিঠিখন ফ্লেস্কিবেল কৰি ৰখাত সহায় হয় । ইয়াৰ ফলত শৰীৰৰ টান আৰু জঠৰতা আঁতৰোৱাত সহায় হয় । ধনুৰাসন কৰিলে গাঁঠিৰ বিষৰ পৰা উপশম পাব পাৰি ।

ত্ৰিকোনাসন- ত্ৰিকোনাসন কৰিলে ভৰি, গোৰোহা আৰু আঁঠু শক্তি লাভ কৰে । ইয়াৰ ফলত কঁকালৰ বিষৰ পৰা সকাহ পোৱা যায় । এই আসনৰ নিয়মীয়া অভ্যাসে শৰীৰক নমনীয় কৰি ৰখাত সহায় কৰে(Trikonasana) ।

সেতু-বন্ধা আসন- এই আসন কৰিলে আঁঠুৰ পেশীবোৰ মজবুত হয় । অষ্টিঅ’পৰ’ছিছৰ সৈতে মোকাবিলা কৰি থকা লোকৰ বাবেও ই অতি উপকাৰী । এই আসন কৰিলে মানসিক চাপ দূৰ হয় । ইয়াৰ ফলত গাঁঠিৰ বিষৰ পৰা সকাহ পোৱা যায় ।

লগতে পঢ়ক: Heart Attack: সদায় লগত কঢ়িয়াই ফুৰিব এই সৰু বস্তুটো, হাৰ্ট এটেকৰ সময়ত কৰিব জীৱন ৰক্ষা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.