ETV Bharat / sukhibhava

Persistent COVID সংক্ৰমণে হাৰ্ট এটেক, ব্ৰেইন ষ্ট্ৰোকৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি কৰিব পাৰে: স্বাস্থ্য বিশেষজ্ঞ

author img

By

Published : Sep 6, 2022, 7:55 PM IST

দীৰ্ঘ সময় ধৰি ক’ভিড আক্ৰান্ত হোৱা লোকসকলৰ ক্ষেত্ৰত হাৰ্ট এটেক আৰু ব্ৰেইন ষ্ট্ৰোক হোৱাৰ সম্ভাৱনা অধিক হয় । ফৰ্টিছ এস্কৰ্টছ হাৰ্ট ইনষ্টিটিউটৰ অধ্যক্ষৰ এক অধ্যয়নত দেখা গৈছে যে, ক’ভিডত আক্ৰান্ত হোৱা লোকসকলৰ ক্ষেত্ৰত হৃদযন্ত্ৰৰ সৈতে জড়িত সমস্যা আৰু স্নায়ুজনিত বিকাৰৰ ঘটনা ৬০ শতাংশ বৃদ্ধি পাইছে ।

Persistent COVID infection may increase incidents of heart attacks, brain strokes: Health expert
Persistent COVID সংক্ৰমণে হাৰ্ট এটেক, ব্ৰেইন ষ্ট্ৰোকৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি কৰিব পাৰে: স্বাস্থ্য বিশেষজ্ঞ

নেশ্যনেল ডেস্ক, 6 ছেপ্টেম্বৰ: শীর্ষ স্বাস্থ্য বিশেষজ্ঞসকলে জনোৱা মতে, কম পৰিমাণে হ'লেও দীৰ্ঘ সময় ধৰি ক’ভিড আক্ৰান্ত হোৱা লোকসকলৰ ক্ষেত্ৰত হাৰ্ট এটেক আৰু ব্ৰেইন ষ্ট্ৰোক(Brain strokes in patients) হোৱাৰ সম্ভাৱনা অধিক হয় । ফৰ্টিছ এস্কৰ্টছ হাৰ্ট ইনষ্টিটিউটৰ(Fortis Escorts Heart Institute) অধ্যক্ষৰ এক অধ্যয়নত দেখা গৈছে যে, ক’ভিডত আক্ৰান্ত হোৱা লোকসকলৰ ক্ষেত্ৰত হৃদযন্ত্ৰৰ সৈতে জড়িত সমস্যা আৰু স্নায়ুজনিত বিকাৰৰ ঘটনা ৬০ শতাংশ বৃদ্ধি পাইছে(Bncidents of heart attacks) ।

সংবাদ মাধ্যমৰ সৈতে হোৱা এক সাক্ষাৎকাৰত ডাঃ ছেথে কয় যে, পশ্চিমৰ পৰা অহা এক তথ্যত দেখা গৈছে যে, এশ হাজাৰৰো অধিক ৰোগীৰ ওপৰত এবছৰতকৈ অধিক সময় ধৰি লৈ কৰা পৰীক্ষাই দেখুৱাইছে, ক'ভিড আক্ৰান্ত হোৱা লোকসকলৰ সাধাৰণ লোকসকলৰ তুলনাত 60 শতাংশ হাৰ্ট এটেক বা ষ্ট্ৰোক হোৱাৰ সম্ভাৱনা অধিক(COVID has 60 per cent incidents of heart attack) ৷

ইফালে চিকিৎসকগৰাকীয়ে স্পষ্টভাৱে উল্লেখ কৰি কয় যে, দীৰ্ঘ সময় ধৰি ক’ভিডত আক্ৰান্ত হোৱাৰ এবছৰৰ পিছতো এজন লোক হাৰ্ট এটেক আৰু ষ্ট্ৰোকত ভূগিব পাৰে(Persistent COVID infection) ।

লগতে পঢ়ক : Cervical Cancer Vaccine: শীঘ্ৰেই ভাৰতে মুকলি কৰিব জৰায়ু কেঞ্চাৰৰ ভেকচিন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.