ETV Bharat / sukhibhava

ক'ভিড-১৯ত আক্ৰান্ত হোৱা বয়সস্থ লোকসকলৰ Alzheimerত আক্ৰান্ত হোৱাৰ সম্ভাৱনা অধিক: অধ্যয়ন

author img

By

Published : Sep 14, 2022, 9:04 PM IST

এক অধ্যয়ন অনুসৰি ক’ভিড-১৯ত আক্ৰান্ত হোৱা বয়সস্থ লোকসকলৰ এবছৰৰ ভিতৰত Alzheimer ৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনা ক'ভিড-19ত আক্ৰান্ত হোৱাৰ পিছতো নিয়ন্ত্ৰণত থকা লোকসকলৰ তুলনাত ৫০%ৰ পৰা ৮০% পৰ্যন্ত বেছি ।

Older adults infected with COVID-19 at higher risk of developing Alzheimer's disease: Study
ক'ভিড-১৯ত আক্ৰান্ত হোৱা বয়সস্থ লোকসকলৰ Alzheimerত আক্ৰান্ত হোৱাৰ সম্ভাৱনা অধিক: অধ্যয়ন

এক অধ্যয়ন অনুসৰি ক’ভিড-১৯ত আক্ৰান্ত হোৱা বয়সস্থ লোকসকলৰ(Older persons infected with COVID 19) এবছৰৰ ভিতৰত Alzheimer ৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনা ক'ভিড-19ত আক্ৰান্ত(Old Covid patients prone to Alzheimer disease) হোৱাৰ পিছতো নিয়ন্ত্ৰণত থকা লোকসকলৰ তুলনাত ৫০%ৰ পৰা ৮০% পৰ্যন্ত বেছি ।

জাৰ্নেল অৱ এলঝেইমাৰ ডিজিজত(Journal of Alzheimer's Disease) প্ৰকাশিত এক অধ্যয়নত গৱেষকসকলে এই তথ্য প্ৰকাশ কৰিছে যে, ৬৫ বছৰ আৰু তাতকৈ অধিক বয়সৰ লোকসকলৰ ক'ভিড-১৯ ধৰা পৰাৰ পিছৰ বছৰটোত এলঝেইমাৰ ৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনা বেছি আছিল । এই অধ্যয়নত ৮৫ বছৰীয়া মহিলাসকলৰ ক্ষেত্ৰত এই ৰোগ আটাইতকৈ বেছি দেখা গৈছিল ।

এই তথ্যত দেখা গ’ল যে, ক’ভিড সংক্ৰমণৰ পিছত এবছৰৰ ভিতৰত বয়সস্থ লোকৰ এলঝেইমাৰ ৰোগ হোৱাৰ সম্ভাৱনা প্ৰায় দুগুণ (0.35% to 0.68%) বৃদ্ধি পাইছে । গৱেষকসকলে কয় যে, ক’ভিড-১৯য়ে এলঝেইমাৰ ৰোগৰ নতুন বিকাশৰ সূচনা কৰে নে ইয়াৰ উত্থান ত্বৰান্বিত কৰে সেয়া এতিয়াও স্পষ্ট হোৱা নাই ।

লগতে পঢ়ক: Alzheimer ৰ ফলত আপুনি হেৰুৱাব পাৰে দৃষ্টিশক্তি

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.