ETV Bharat / sukhibhava

water drinking schedule: ভুল সময়ত পানী সেৱন কৰিলে স্বাস্থ্যৰ বাবে হ’ব পাৰে অপকাৰী, জানি লওক পানী সেৱনৰ সঠিক সময় - পানী সেৱন কৰাৰ সঠিক সময় জানি লওক

পানীৰ পৰা অপৰিসীম উপকাৰ পাবলৈ হ’লে পানী খোৱাৰ সঠিক সময় জনাটো জৰুৰী । কিন্তু ইয়াৰ আগতে আপুনি নিশ্চয় জানিব লাগিব যে ইয়াক খোৱাৰ ভুল সময় কি।

Know why and how to drink water the right way
পানী সেৱন কৰাৰ সঠিক সময় জানি লওক
author img

By

Published : Jun 16, 2023, 8:21 PM IST

সুস্থ শৰীৰ আৰু উন্নত স্বাস্থ্যৰ বাবে দৈনিক প্ৰচুৰ পৰিমাণে পানী খোৱাটো প্ৰয়োজনীয় । যিহেতু গ্ৰীষ্মকালত শৰীৰ পৰা অধিক ঘাম ওলাই, সেয়েহে পানীৰ প্ৰয়োজনীয়তা আৰু বাঢ়ি যায় । পানী স্বাস্থ্যৰ বাবে যথেষ্ট উপকাৰী, কিন্তু ভুল সময়ত পান কৰিলেও শৰীৰত বহু সমস্যাৰ সৃষ্টি হয় । যদি আপুনিও ভুল সময়ত পানী সেৱন কৰে, তেন্তে আপুনি কেৱল হজম শক্তিৰ লগত জড়িত সমস্যাৰ সন্মুখীন হোৱাই নহয়, মেদবহুলতা আৰু কোষ্ঠকাঠিন্যৰ দৰে ৰোগেও আপোনাক আগুৰি ধৰিব পাৰে।

পানীৰ পৰা অপৰিসীম উপকাৰ পাবলৈ হ’লে পানী খোৱাৰ সঠিক সময় জনাটো অত্যন্ত জৰুৰী । কিন্তু তাৰ আগতে আপুনি নিশ্চয় জানিব লাগিব যে পানী খোৱাৰ ভুল সময় কি । গতিকে জানো আহক...

পানী খোৱাৰ আটাইতকৈ বেয়া সময়

বহুতে খাদ্য খোৱাৰ অলপ পিচতেই পানী সেৱন কৰে ৷ একাংশ লোকে খাদ্য খোৱাৰ সময়তে পানী খাবলৈ আৰম্ভ কৰে । যদি আপুনিও একেধৰণৰ ভুল কৰে তেন্তে আজিৰ পৰাই বন্ধ কৰক। কাৰণ ইয়াৰ বাবে আপুনি হয়তো বহু সমস্যাৰ সন্মুখীন হ’ব পাৰে ।

লগতে পঢ়ক: Side-effects of Earphones: সাৱধান! হেডফোন ব্যৱহাৰৰ অভ্যাসে মাতিব পাৰে বিপদ; হেডফোন ব্যৱহাৰ কৰি ১৮ বছৰীয়া যুৱকৰ হ’ল এই অৱস্থা

কেতিয়া পানী খোৱা উচিত নহয় ?

১) শুই উঠাৰ লগে লগে পানী খাব নালাগে।

২) খোৱাৰ পিচত লগে লগে পানী খাব নালাগে।

৩) প্ৰস্ৰাৱ কৰাৰ পিচত পানী খাব নালাগে।

৪) খোৱাৰ সময়ত পানী খাব নালাগে

আমি কেতিয়া পানী খাব লাগে ?

১) পুৱা সাৰ পোৱাৰ পিচত প্ৰথমে কুহুমীয়া পানী খাব লাগে।

২) খাদ্য খোৱাৰ ৩০ মিনিট আগতে পানী খাব লাগে ।

৩) ব্যায়ামৰ আগত, ব্যায়ামৰ সময়ত আৰু পিচত পানী খাব লাগে।

৪) বিচনাৰ শুৱাৰ ১-২ ঘণ্টা আগতে পানী খাব লাগে।

৫) মূৰৰ বিষ আৰু মাইগ্ৰেইনত পানী খাব পাৰে।

লগতে পঢ়ক: Famous Sea side Temples of India: সমূদ্ৰৰ কাষত অৱস্থিত এই মন্দিৰসমূহে দৃষ্টি আকৰ্ষণ কৰে প্ৰতিজন ভক্তৰ, আপুনিও কৰিব পাৰে দৰ্শন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.