ETV Bharat / sukhibhava

মুখমণ্ডল বা শৰীৰৰ পৰা তিল আঁতৰ কৰিব বিচাৰিছে নেকি? জানি লওক এইসমূহ ঘৰুৱা পদ্ধতি

author img

By

Published : Nov 8, 2022, 2:57 PM IST

শৰীৰত তিল অতি সচৰাচৰ । সকলোৰে শৰীৰত তথা ছালত তিল বা মাহ দেখা যায় । পাছে বহুতেই তাৰেই মাজৰ কিছুমান তিল বা মাহ ছালৰ পৰা আঁতৰ কৰিবলৈ ইচ্ছা কৰে । অৱশ্যে এই তিলৰ বিষয়ে চিন্তা কৰিব নালাগে কিয়নো সেইবোৰ ক্ষতিকাৰক নহয় । কিন্তু তাৰেই মাজতে চেহেৰাত থকা কিছুমান তিলে সৌন্দৰ্যত প্ৰভাৱ পেলায় । যাৰ বাবে কিছুমান লোকৰ বাবে ই এক সমস্যা হিচাপে দেখা দিয়ে । জানো আহক ইয়াক কিদৰে ঘৰুৱা পদ্ধতিৰে আঁতৰ কৰিব পাৰি-

If you have unwanted moles on your face or bodyit can be removed with home remedies
মুখমণ্ডল বা শৰীৰৰ পৰা তিল আঁতৰ কৰিব বিচাৰিছে নেকি? জানি লওক এইসমূহ ঘৰুৱা পদ্ধতি

শৰীৰত তিল অতি সচৰাচৰ । সকলোৰে শৰীৰত তথা ছালত তিল বা মাহ দেখা যায় । পাছে বহুলোকে কিছুমান তিল বা মাহ ছালৰ পৰা আঁতৰ কৰিবলৈ ইচ্ছা কৰে । অৱশ্যে এই তিলৰ বিষয়ে চিন্তা কৰিব নালাগে কিয়নো সেইবোৰ ক্ষতিকাৰক নহয় । কিন্তু তাৰেই মাজতে চেহেৰাত থকা কিছুমান তিলে সৌন্দৰ্যত প্ৰভাৱ পেলায়(How to remove Unwanted moles on face)। যাৰ বাবে কিছুমান লোকৰ বাবে ই এক সমস্যা হিচাপে দেখা দিয়ে । সেয়ে কিছুমান তিল আঁতৰ কৰিবলৈ সহজ(Unwanted moles on your face) ।

জানো আহক ইয়াক কিদৰে ঘৰুৱা পদ্ধতিৰে আঁতৰ কৰিব পাৰি-

আনাৰসৰ ৰস: সতেজ আনাৰসত থকা চাইট্ৰিক এচিডে এসপ্তাহৰ ভিতৰত তিল আঁতৰ কৰাত সহায় কৰে । ৰস প্ৰস্তুত কৰিবলৈ, এটা মজলীয়া আকাৰৰ আনাৰস সৰু টুকুৰাত কাটি দিয়ক। মিক্সাৰ এটাত মিহলি কৰাৰ পিছত, এয়াৰটাইট পাত্ৰ এটাত ৰাখক আৰু এসপ্তাহৰ বাবে সংৰক্ষণ কৰক । পাছত পৰিষ্কাৰ কপাহ সেই ৰসত তিয়াই প্ৰতি দুই ঘণ্টাৰ মূৰে মূৰে তিলত প্ৰয়োগ কৰক ।

আপেল চাইডাৰ ভিনেগাৰ: আধা কাপ এচিভিত আধা কাপ পানী মিহলি কৰক আৰু ইয়াক এটা পাত্ৰত ৰাখক । শোৱাৰ আগতে এই মিশ্ৰণটোত কপাহেৰে ইয়াক আপোনাৰ তিলৰ ওপৰত প্ৰয়োগ কৰক। বেণ্ডেজেৰে ঢাকি ইয়াক ৰাতিটোৰ বাবে এৰি দিয়ক । পুৱা উঠি আঙুলিৰে অলপ কেঁচা নাৰিকল তেলৰে মালিচ কৰক । দৈনিক এসপ্তাহৰ বাবে বা তিলটো আঁতৰ নোহোৱালৈকে পুনৰাবৃত্তি কৰক ।

পিঁয়াজৰ ৰস: পিঁয়াজৰ ৰসে তিলৰ পৰা পৰিত্ৰাণ পোৱাত সহায় কৰে আৰু ইয়াৰ এচিডিক গুণাগুণৰ বাবে আপোনাৰ ছালত থকা অন্য দাগ আঁতৰ কৰাতো সহায় কৰিব পাৰে । এটা সৰু পিঁয়াজ কাটি মিক্সাৰত নেমুৰ ৰসৰ সৈতে মিক্স কৰাক । এই ৰসটো পৰিষ্কাৰ কপাঁহৰ সহায়ত তিলত প্ৰয়োগ কৰক । আপুনি ইয়াক আপোনাৰ বাকী মুখত সমানভাৱে প্ৰয়োগ কৰিব পাৰে আৰু 30 মিনিটৰ পিছত অলপ গৰম পানীৰে ধুব পাৰে ।

Disclaimer: এই প্ৰৱন্ধটো উল্লেখিত তথ্য কোনো ঔষধ বা চিকিৎসাৰ বিকল্প হ'ব নোৱাৰে অধিক তথ্যৰ বাবে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰক...

লগতে পঢ়ক: Menstruation: ঋতুস্ৰাৱৰ সময়ত নিতান্তই কৰিবলগীয়া কামসমূহ জানো আহক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.