ETV Bharat / sukhibhava

Momos: আপোনাৰো মোমো প্ৰিয় নেকি ? তেন্তে হৈ যাওক সাৱধান! হ’ব পাৰে এইসমূহ গুৰুতৰ ৰোগ - হাড় দুৰ্বল হোৱা

অতি আনন্দৰে মোমো খোৱা লোকসকল এতিয়া হৈ যাওক সাৱধান । জানো আহক মোমা খোৱাটো আপোনাৰ স্বাস্থ্যৰ পক্ষে কিমান ক্ষতিকাৰক...

If you eat momos with great enthusiasm, then be careful, these can be serious diseases
আপোনাৰো মোমো প্ৰিয় নেকি ? তেন্তে হৈ যাওক সাৱধান! হ’ব পাৰে এইসমূহ গুৰুতৰ ৰোগ
author img

By ETV Bharat Assamese Team

Published : Aug 25, 2023, 7:54 PM IST

ৰাস্তাৰ চুক-কোণৰ ​​পৰা যিকোনো ফালে বা ডাঙৰ ডাঙৰ বজাৰবোৰত মোমোৰ গাড়ী দেখিলে আমি নিজকে ৰখাব নোৱাৰো ৷ মোমো হৈছে এনেকুৱা এবিধ ষ্ট্ৰীট ফুড, যিটো ক্ৰমান্বয়ে জনপ্ৰিয় হৈ পৰিছে ৷ শিশু হওক বা প্ৰাপ্তবয়স্ক, সকলোৱে মোমো খাই ভাল পায় ৷ যিকোনো সময়তে Momosৰ গাড়ীখনলৈ গ’লে নিশ্চয় ভিৰ পৰিলক্ষিত হয় ৷ কিন্তু এই সুস্বাদু ষ্ট্ৰীট ফুড শৰীৰৰ বাবে বিপদজনক বুলি প্ৰমাণিত হ’ব পাৰে ৷

যদি আপুনিও মোমো খাই ভাল পায়, তেন্তে অলপ সাৱধান হোৱাটো প্ৰয়োজন ৷ যদিও আপুনি ইয়াক অতি সোৱাদযুক্ত বুলি বিবেচনা কৰিব পাৰে, তথাপিও ই আপোনাৰ বাবে বহু ৰোগক নিমন্ত্ৰণ জনাব পাৰে ৷ এই ৰোগবোৰে আপোনাৰ ইমানেই ক্ষতি কৰিব পাৰে যে আপুনি চিকিৎসালয়তো ভৰ্তি হ’বলগীয়া হ’ব পাৰে ৷ আজি আপোনালোকক জনাম যে কেনেকৈ মোমো আপোনাৰ জীৱনৰ শত্ৰু হ'ব পাৰে ৷

পাইলছ: মোমোৰ সৈতে পৰিবেশন কৰা চাটনি ৷ খাবলৈ বৰ জ্বলা ৷ এইটো আমাৰ স্বাস্থ্যৰ বাবে অতি বিপজ্জনক, কাৰণ ইয়াৰ বাবেই আপোনাৰ পাইলছো হ’ব পাৰ ৷ এই টেঙা চাটনিৰ বাবে পেটৰ হজম প্ৰক্ৰিয়াতো যথেষ্ট প্ৰভাৱ পৰে ৷

ডায়েবেটিছ: পেনক্ৰিয়াচ নামৰ এবিধ পদাৰ্থ ব্যৱহাৰ কৰি মোমো কোমল কৰা হয়, যিটো আমাৰ স্বাস্থ্যৰ বাবে অতি ক্ষতিকাৰক ৷ পেনক্ৰিয়াচৰ বাবে ইনচুলিন হৰম’ন সঠিকভাৱে নিঃসৰণ নহয়, যাৰ ফলত ডায়েবেটিছৰ আশংকা বৃদ্ধি পায় ৷

কৰ্কট ৰোগ: পৃথিৱীৰ অন্যতম বিপদজনক ৰোগ, কেন্সাৰ মোমোৰ দ্বাৰাও হ’ব পাৰে ৷ মোমোৰ সোৱাদ বৃদ্ধিৰ বাবে ব্যৱহাৰ কৰা মনোছডিয়াম গ্লুটামাইন (MSG) শৰীৰৰ বাবে যথেষ্ট ক্ষতিকাৰক ৷ ইয়াৰ কাৰণে কেন্সাৰৰ দৰে ৰোগৰ সৃষ্টি হ’ব পাৰে ৷

হাড় দুৰ্বল হোৱা: ময়দা আৰু ৰিফাইন আটা মোমোত ব্যৱহাৰ কৰা হয় ৷ মিহি আটাৰে তৈয়াৰী মোমো খালে শৰীৰৰ হাড় দুৰ্বল হৈ পৰে ৷ ময়দাই শৰীৰত কেলচিয়াম শোষণ কৰে ৷

মেদবহুলতা: যি ময়দা দ্বাৰা মোমো তৈয়াৰ কৰা হয় তাত ষ্টাৰচ থাকে ৷ ষ্টাৰচক মেদবহুলতা বৃদ্ধি কৰা পদাৰ্থ হিচাপে জনা যায় ৷ তেজত কলেষ্টেৰল আৰু ট্ৰাইগ্লিচাৰাইড বৃদ্ধিৰ বাবেও ময়দা দায়ী ৷

হৃদৰোগ: আপুনি আনন্দৰে খোৱা মোমোৰ শ্বেজৱান চাটনি, ইয়াত প্ৰচুৰ পৰিমাণে ছডিয়াম থাকে ৷ ইয়াৰ বাবে ৰক্তচাপ বৃদ্ধি পায় ৷ বি পিৰ সমস্যা হোৱাৰ লগে লগে হৃদযন্ত্ৰৰ লগত জড়িত সমস্যাইও আপোনাৰ স্বাস্থ্যৰ ক্ষতি কৰিব পাৰে ৷

লগতে পঢ়ক: Stress In Kids: আপোনাৰ শিশুটিও মানসিক অশান্তিত ভুগিছে নেকি ? কেনেকৈ জানিব

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.