ETV Bharat / sukhibhava

Sawan 2023: মহাদেৱক প্ৰসন্ন কৰিব বিচাৰিছে নেকি ? তেন্তে কৰক এই কাম, পূৰ্ণ হ’ব সকলো মনোকামনা

author img

By

Published : Jul 14, 2023, 1:07 PM IST

হিন্দু ধৰ্মত শাওন মাহৰ বিশেষ গুৰুত্ব আছে । এই গোটেই মাহটোতে শিৱক পূজা-আৰাধনা কৰাৰ বিশেষ গুৰুত্ব আছে । ভোলানাথক সন্তুষ্ট কৰাৰ বাবে ভক্তসকলে বহু নিয়ম মানি চলে । এই মাহতে ভগৱান শিৱক কিছু বিশেষ ভোগ অৰ্পণ কৰাটো শুভ বুলি বিশ্বাস কৰা হয় । জানো আহক শাওনৰ মাহত মহাদেৱক কোনবোৰ বস্তু আগবঢ়াব লাগে-

How to please Lord Shiva to fulfil your dreams
মহাদেৱক প্ৰসন্ন কৰিব বিচাৰিছে নেকি ? তেন্তে কৰক এই কাম, পূৰ্ণ হ’ব সকলো মনোকামনা

ইতিমধ্যে আৰম্ভ হৈছে পবিত্ৰ শাওন মাহ । এইবাৰ ২ মাহলৈকে চলিব শাওন । প্ৰতিবছৰে শিৱ ভক্তসকলে অতি আগ্ৰহেৰে এই মাহৰ বাবে অপেক্ষা কৰে । বিশ্বাস কৰা হয় যে শাওন মাহত ভগৱান শিৱক পূজা কৰাৰ লগতে মন্ত্ৰ জপ কৰিলে, জলাভিষেক কৰিলে মহাদেৱে ভক্তৰ ইচ্ছা-আকাংশা পূৰণ কৰে বুলি বিশ্বাস কৰা হয় ।

ইয়াৰ উপৰিও শাওন মাহত শিৱ চলিছা পাঠ কৰাটোও শুভ বুলি গণ্য কৰা হয় । ভক্তসকলে ভোলানাথক সন্তুষ্ট কৰিবলৈ বহু ব্যৱস্থা গ্ৰহণ কৰে, মহাদেৱক সন্তুষ্ট কৰিবলৈ বহু ধৰণৰ ভোগো আগবঢ়োৱা হয় । গতিকে জানো আহক শাওন মাহত ভগৱান শিৱক কি কি বস্তু আগবঢ়োৱা উচিত-

চুজিৰ হালোৱা

শাওনত মহাদেৱক সন্তুষ্ট কৰিবলৈ ভোগত চুজিৰ হালোৱা লগাব পাৰে । চেনি, গাখীৰ, ঘিউ আৰু শুকান ফল ব্যৱহাৰ কৰি বনাব লাগে । প্ৰথমে কেৰাহী গৰম কৰি তাত ঘিউ দি ভজা চুজি । এতিয়া চেনি মিহলাই গাখীৰ দিব । শুকাবলৈ আৰম্ভ কৰিলে তাৰ ওপৰত শুকান ফল দিব ।

চাগুৰ পায়স

ভগৱান শিৱক চাগুৰ পায়সো আগবঢ়াব পাৰে । বনাবলৈ চাগু পানীত ১৫ মিনিটমান তিয়াই থওক । এতিয়া কেৰাহীত গাখীৰ গৰম কৰি তাত তিয়াই থোৱা চাগুখিনি মিহলাই লওক । এতিয়া এই মিশ্ৰণটো ভালদৰে ৰান্ধিব । তাত চেনি মিহলাই লওক । ইচ্ছা কৰিলে ইলাচিও দিব পাৰে ।

আলুৰ পায়স

আলুৰ হালোৱা প্ৰস্তুত কৰিব পাৰে বা ঘিউত আলু ভাজিও মহাদেৱক ভোগ হিচাপে আগবঢ়াব পাৰে ।

কুট্টু আটাৰ পুৰী

মহাদেৱক খাদ্য আগবঢ়াবলৈ কুট্টু আটাৰ পুৰী বনাব পাৰে । বনাবলৈ এটা বাটিত আটা লৈ তাত ১ চামুচ ৰক ছল্ট মিহলাই লওক । তাত পানী দি মঠি লওক । তাৰ পৰা বল বনাই ৰুটিৰ বা পুৰিৰ আকাৰত বেলি ঘিউ বা ৰিফাইনত ভাজিব পাৰে । যদি আপুনি শাওনত ভগৱান শিৱক সন্তুষ্ট কৰিব বিচাৰে তেন্তে এইবোৰ উপভোগ কৰক

লগতে পঢ়ক: Jalebi Easy Recipe: বৰষুণত বতৰত জেলেপী খাবলৈ মন গৈছে নেকি ? এই পদ্ধতিৰে কিছু সময়তে ঘৰতে তৈয়াৰ কৰক জেলেপী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.