ETV Bharat / sukhibhava

Curd in winter: শীতকালত দৈ খোৱাটো কিমান উপকাৰী ?

শীতকাল আৰম্ভণি হৈছে । এনে পৰিস্থিতিত শৰীৰটোক সুস্থ কৰি ৰাখিবলৈ আমি খাদ্য-পানীয়ৰ লগতে আন বহুতো ক্ষেত্ৰত বিশেষ যত্ন লওঁ । প্ৰায়ে আপুনি নিশ্চয় বহুতে কোৱা শুনিছে যে শীতকালত দৈ খাব নালাগে কাৰণ দৈৰ প্ৰভাৱ ঠাণ্ডা । শীতকালত ইয়াক খালে স্বাস্থ্যজনিত বহু সমস্যাৰ সৃষ্টি হ’ব পাৰে । কিন্তু বিশেষজ্ঞসকলৰ এই ক্ষেত্ৰত মতামত কিছু পৃথক । তেওঁলোকৰ মতে শীতকালত দৈ খালে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হয় । শীতকালত দৈ খোৱাৰ উপকাৰিতাৰ বিষয়ে জানো আহক-

author img

By

Published : Dec 4, 2022, 8:26 PM IST

How beneficial is eating curd in winter Know the opinion of experts here
শীতকালত দৈ খোৱাটো কিমান উপকাৰী? বিশেষজ্ঞসকলৰ মতামত জানি লওক

শীতকাল আৰম্ভ হৈছে(Curd in winter)। এনে পৰিস্থিতিত শৰীৰটোক সুস্থ কৰি ৰাখিবলৈ আমি খাদ্য-পানীয়ৰ লগতে আন বহুতো ক্ষেত্ৰত বিশেষ যত্ন লওঁ । প্ৰায়ে আপুনি নিশ্চয় বহুতে কোৱা শুনিছে যে শীতকালত দৈ খাব নালাগে কাৰণ দৈৰ প্ৰভাৱ ঠাণ্ডা । শীতকালত ইয়াক খালে স্বাস্থ্যজনিত বহু সমস্যাৰ সৃষ্টি হ’ব পাৰে । কিন্তু বিশেষজ্ঞসকলৰ এই ক্ষেত্ৰত মতামত কিছু পৃথক । তেওঁলোকৰ মতে শীতকালত দৈ খালে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হয় । শীতকালত দৈ খোৱাৰ উপকাৰিতাৰ বিষয়ে জানো আহক-

হজম শক্তি বৃদ্ধি কৰিবলৈ

শীতকালত কিছু ভুল খাদ্যাভ্যাসৰ বাবে আমাৰ পাচনতন্ত্ৰৰ সমস্যা হ’বলৈ আৰম্ভ কৰে । এনে পৰিস্থিতিত আপোনাৰ শৰীৰৰ PH লেভেলো বৃদ্ধি পাব পাৰে । যদি আপুনি আপোনাৰ পাচন শক্তি অটুত ৰাখিব বিচাৰে, তেন্তে আপুনি দৈ গ্ৰহণ কৰিব পাৰে(Eating Dahi in Winters) । এই বতৰত দৈ খালে হজম শক্তিৰ সৈতে জড়িত আপোনাৰ পাচনতন্ত্ৰৰ সৈতে জড়িত সমস্যাসমূহৰ পৰা পৰিত্ৰাণ পোৱা যায় ।

হাড় মজবুত কৰি ৰাখক

শীতকালত বহু লোকৰ হাড়ত অতিপাত বিষ হয় । এনে পৰিস্থিতিত দৈ সেৱন কৰিব পাৰে । ইয়াত থকা কেলচিয়ামে হাড় মজবুত কৰাত সহায় কৰে । হাড়ৰ বিষ কম কৰাত ই অতি উপকাৰী । দৈ সেৱন কৰিলে হাড়ৰ বিষৰ পৰা উপশম পোৱা যায়(Is it good to eat curd during winter) ।

সংক্ৰমণৰ পৰা ৰক্ষা কৰা

শীতকালত শুকান হোৱাৰ বাবে বেক্টেৰিয়াৰ সমস্যা প্ৰায়ে দেখা দিয়ে । এনে পৰিস্থিতিত দৈ সেৱন কৰিব পাৰে । ইয়াত ভিটামিন-C, পটাছিয়াম, মেগনেছিয়াম আৰু প্ৰ'টিনৰ দৰে বহুতো পুষ্টিকৰ উপাদান পোৱা যায়, যিয়ে শীতকালত হোৱা সমস্যা দূৰ কৰাত সহায় কৰে ।

ছালখন উজ্জ্বল কৰি তোলক

আপোনাৰ খাদ্যত দৈ অন্তৰ্ভুক্ত কৰিলে আপোনাৰ ছালৰ উন্নতি হ’ব পাৰে । ইয়াৰ মইশ্ব’ৰাইজিং গুণ আছে, যিয়ে মুখখন উজ্জ্বল কৰাত সহায় কৰে । ইয়াৰ উপৰিও দৈয়ে ক’লা দাগ আঁতৰোৱাতো সহায় কৰে । ইয়াৰ ফলত আপোনাৰ ছালখন নিৰ্মল আৰু জিলিকি থকা দেখা যায় ।

লগতে পঢ়ক: National Pollution Control Day: কিয় উদযাপন কৰা হয় ৰাষ্ট্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ দিৱস?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.