ETV Bharat / sukhibhava

Irregular periods: কিয় হয় অনিয়মিত মাহেকীয়া ? জানক ইয়াৰ কাৰণ আৰু উপায় - অনিয়মিত ঋতুস্ৰাৱ

মহিলাসকলে প্ৰতিমাহে ঋতুস্ৰাৱ অৰ্থাৎ মাহেকীয়াৰ সৈতে জড়িত সমস্যাৰ সন্মুখীন হ’বলগীয়া হয় । সাধাৰণতে হৰম’নৰ পৰিৱৰ্তনৰ ফলত মহিলাসকলে এই সমস্যাৰ সন্মূখীন হয়(Problems during periods) ।

Health tips causes of irregular periods
Irregular periods: কিয় হয় অনিয়মিত মাহেকীয়া ? জানক ইয়াৰ কাৰণ আৰু উপায়
author img

By

Published : Oct 10, 2022, 11:33 AM IST

মহিলাসকলে প্ৰতিমাহে ঋতুস্ৰাৱ অৰ্থাৎ মাহেকীয়াৰ সৈতে জড়িত সমস্যাৰ সন্মুখীন হ’বলগীয়া হয় । সাধাৰণতে হৰম’নৰ পৰিৱৰ্তনৰ ফলত মহিলাসকলে এই সমস্যাৰ সন্মূখীন হয় । মাহেকীয়াৰ সময়ত বহুতো সমস্যাৰ সৃষ্টি হয় যেনে, পেটৰ বিষ, কঁকালৰ বিষ, কোষ্ঠকাঠিন্য, মূৰ ঘূৰোৱা, ভাগৰুৱা অনুভৱ কৰা আদি(Health tips causes of irregular periods) ।

২২ বা ২৩ দিনত যিসকল মহিলাৰ মাহেকীয়া হয় তেওঁলোকক সুস্থ ঋতুস্ৰাৱ বুলি গণ্য কৰা হয়(Problems during periods) । কিন্তু যদি ২১ দিনত বা তাৰ আগতে ঋতুস্ৰাৱ আৰম্ভ হয় তেন্তে ই অনিয়মিত মাহেকীয়া সমস্যা(Periods problems) ।

যদি ঋতুস্ৰাৱ ৮ দিনতকৈ অধিক সময় থাকে তেন্তে ইও অনিয়মিত ঋতুস্ৰাৱৰ লক্ষণ । মানসিক চাপ, অস্বাস্থ্যকৰ খাদ্যৰ বাবেই এই সমস্যাৰ সৃষ্টি হয়(Problem in periods) । গতিকে আজি এই লেখাটোত আমি আপোনালোকক অনিয়মিত মাহেকীয়া হোৱাৰ কাৰণ আৰু ইয়াক নিয়মীয়া কৰাৰ কিছুমান সহজ উপায় আপোনালোকক জনাইছো ।

কিয় হয় অনিয়মিত মাহেকীয়া ?

স্বাস্থ্য বিশেষজ্ঞৰ মতে,

  • অধিক ব্যায়াম
  • দ্ৰুত ওজন বৃদ্ধি বা কমি যোৱা
  • অস্বাস্থ্যকৰ খাদ্য খোৱাৰ বাবে
  • ৰজোনিবৃত্তিৰ সময়ত
  • জন্ম নিয়ন্ত্ৰণৰ বড়ি

অনিয়মিত ঋতুস্ৰাৱৰ পৰা মুক্তি পোৱাৰ সহজ উপায়

  • কেঁচা অমিতা(Papaya)

ইয়াত পৰ্যাপ্ত পৰিমাণে পুষ্টিকৰ পদাৰ্থ পোৱা যায় । ই আইৰণ, কেৰটিন, কেলচিয়াম, ভিটামিন A আৰু C ৰ প্ৰধান উৎস । খাদ্যত কেঁচা অমিতাক অন্তৰ্ভুক্ত কৰক । ইয়াৰ ফলত অনিয়মিত মাহেকীয়াৰ সমস্যা দূৰ হ’ব ।

  • বিট(Beetroot)

ডায়েটিচিয়ানৰ মতে, বিটত বহুতো প্ৰয়োজনীয় পুষ্টিকৰ উপাদান আৰু আইৰণ, ফলিক এচিড আদি থাকে, যিবোৰে অনিয়মিত মাহেকীয়া সমস্যাত ফলপ্ৰসূ বুলি প্ৰমাণিত হৈছে । সেয়ে নিয়মীয়াকৈ খাদ্যত বিট অন্তৰ্ভুক্ত কৰিব লাগে ।

  • দালচেনী(Cinemon)

দৈনন্দিন জীৱনত ব্যৱহৃত উপাদানৰ দ্বাৰাও অনিয়মিত মাহেকীয়াৰ সমস্যা দূৰ কৰিব পাৰি । ডালচেনিত উপস্থিত হাইড্ৰক্সিচালকনে পিৰিয়ডৰ সময়ত ইনচুলিনৰ মাত্ৰা বজাই ৰাখে । ইয়াৰ সময়ত ই বিষৰ পৰাও উপশম দিয়ে ।

  • শুকান আদা(Dry Ginger)

অনিয়মীয়া মাহেকীয়া নিয়মীয়া কৰাত সহায় কৰে । ইয়াৰ লগতে শুকান আদাই বিষৰ পৰা উপশম দিয়াটো সহায় কৰে । আদা আপুনি কেঁচাকৈও খাব পাৰে বা চাহত মিহলাইও খাব পাৰে ।

লগতে পঢ়ক: ঋতুস্ৰাৱৰ সময়ত অধিকাংশ মহিলাই ভোগে এইসমূহ সমস্যাত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.