ETV Bharat / sukhibhava

পুৱা খালী পেটত গ্ৰহণ কৰক মধুৰিআম আৰু পাওক এই চমৎকাৰী লাভ - Benefits of Guava

Benefits of Guava: ফল-মূলে আমাৰ শৰীৰক যথেষ্ট শক্তি প্ৰদান কৰে ৷ সেয়েহে আমি আমাৰ দিনটোৰ আৰম্ভণি ফল-মূলৰ সৈতে কৰাটো উচিত ৷ এনে ক্ষেত্ৰত মধুৰিআম হৈছে এবিধ এনে ফল যাক আপুনি পুৱা খালী পেটত গ্ৰহণ কৰিব পাৰে ৷ আহক আজি আমি ইয়াৰ উপকাৰিতা সম্পৰ্কে জানি লওক...

Eat Guava on an empty stomach in the morning and get this wonderful benefit
পুৱা খালী পেটত গ্ৰহণ কৰক মধুৰিআম আৰু পাওক এই চমৎকাৰী লাভ
author img

By ETV Bharat Assamese Team

Published : Dec 7, 2023, 11:37 AM IST

ফল-মূল খোৱাটো শৰীৰৰ বাবে অতি উপকাৰী বুলি গণ্য কৰা হয়, ই আমাৰ স্বাস্থ্য সম্বন্ধীয় বহু সমস্যা আৰু ৰোগ নিৰাময় কৰাত সহায় কৰে ৷ দৈনিক ফল-মূল সেৱন কৰাটো অতি প্ৰয়োজনীয়, যাৰ বাবে আমাৰ শৰীৰ বহুতো পুষ্টিকৰ উপাদানৰে ভৰি থাকে ৷ সেয়ে দিনটোৰ আৰম্ভণি আপুনি সদায় কেৱল ফল-মূলৰ সৈতেহে কৰিব লাগে ৷ যাৰ বাবে গোটেই দিনটো আপোনাৰ শৰীৰটো শক্তিৰে ভৰি থাকে ৷

বহুতে মধুৰিআম খাবলৈ ভাল পায় ৷ ইয়াক খালে বহু সমস্যাৰ পৰা উপশম পোৱা যায় ৷ খালী পেটত সেৱন কৰিলে বহু উপকাৰিতা সাধন হয় ৷ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিবলৈ ইয়াক সেৱন কৰিব পাৰে ৷

যদি আপুনি কোষ্ঠকাঠিন্যত ভুগিছে তেন্তে পুৱা খালী পেটত আপুনি নিশ্চয়কৈ মধুৰিআম খোৱাটো উচিত ৷ ইয়াৰ ফলত আপোনাৰ পেটে যথেষ্ট সকাহ লাভ কৰাই নহয় বৰঞ্চ আপোনাৰ পেটৰ ভিতৰৰ মলিও সহজে আঁতৰি যাব ৷

পেটৰ জ্বলা-পোৰাত ভুগি থাকিলেও মধুৰিআম খাব লাগে ৷ তেলীয়া আৰু অধিক মছলাযুক্ত বস্তুৰ অত্যধিক ব্যৱহাৰৰ বাবে এই সমস্যা বেছিকৈ দেখা যায়, সেয়েহে অধিক মছলাযুক্ত বা জলা খাদ্য খোৱাৰ পৰা বিৰত থাকিব লাগে ৷

উল্লেখ্য যে মধুৰিআমে আপোনাৰ স্মৃতিশক্তি বৃদ্ধিতো অতি সহায়ক, সেয়েহে আপুনি দৈনিক মধুৰিআম সেৱন কৰিব লাগে ৷ এনে বহুতো ভিটামিন এই ফলবিধত পোৱা যায় যিয়ে আপোনাৰ মগজুক বুষ্ট কৰাত অতি সহায়ক ৷

ৰক্ত সঞ্চালন সঠিকভাৱে ৰখাতো ই অতি সহায়ক ৷ পুৱা সাৰ পোৱাৰ পিছত খালী পেটতে আপুনি মধুৰিআম খাব লাগে যাতে পুৱা সোনকালে পেট পৰিষ্কাৰ হয় ৷

লগতে পঢ়ক: শীতৰ সময়ছোৱাত কেনেদৰে ল'ব চুলিৰ যতন ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.