ETV Bharat / sukhibhava

Mosquito oil: ঘৰতে সহজতে প্ৰস্তুত কৰক এই পাঁচ ৫বিধ মহ নিবাৰণকাৰী দ্ৰব্য - মহৰ পৰা সুৰক্ষা প্ৰদান

সময় থাকোতেই যদি মহৰ পৰা সুৰক্ষা প্ৰদান কৰা নহয় তেন্তে ডেংগু, চিকুংগুনিয়া, মেলেৰিয়া আদিৰ দৰে বহুতো ভয়াৱহ ৰোগৰ সম্ভাৱনা বৃদ্ধি পায় । সাধাৰণতে মহক ঘৰৰ পৰা আঁতৰাই ৰাখিবলৈ বজাৰত বিভিন্ন ধৰণৰ এণ্টি মস্কিটো কইলকে ধৰি বহু ধৰণৰ সামগ্ৰী উপলব্ধ । কিন্তু এই সকলোবোৰ সামগ্ৰীয়ে স্বাস্থ্যৰ ওপৰত বিৰূপ প্ৰভাৱ পেলাব পাৰে । এনে পৰিস্থিতিত এনে কিছুমান আৱশ্যকীয় তেলৰ বিষয়ে আমি আপোনালোকক জনাম, যাৰ সহায়ত আপুনি কোনো পাৰ্শ্বক্ৰিয়া নোহোৱাকৈ মহৰ পৰা নিজকে আঁতৰাই ৰাখিব পাৰে...

Dengue Malaria Mosquitoes will stay away just use these 5 essential oils like this
ঘৰতে সহজতে প্ৰস্তুত কৰক এই পাঁচ ৫বিধ মহ নিবাৰণকাৰী দ্ৰব্য
author img

By

Published : Nov 1, 2022, 2:19 PM IST

এতিয়া সৰ্ব্বত্র ডেঙ্গুৰ আতংক । এই পৃথিৱীত অধিকাংশ লোক মহৰ দ্বাৰা সংক্রমিত ডেংগুত আক্রান্ত হৈ মৃত্যুৰ মুখত পৰিবলগীয়া হৈছে । মহে সৃষ্টি কৰা আন আন ৰোগৰ বিষয়ে উল্লেখ নকৰিলেও এইসমূহৰ বিষয়ে প্রায় সকলোতে আলোচনা বিলোচনা চলি আহিছে ।

ঘৰতে প্ৰস্তুত কৰা মহ নিবাৰণকাৰী দ্ৰব্য: সময় থাকোতেই যদি মহৰ পৰা সুৰক্ষা প্ৰদান কৰা নহয় তেন্তে ডেংগু, চিকুংগুনিয়া, মেলেৰিয়া আদিৰ দৰে বহুতো ভয়াৱহ ৰোগৰ সম্ভাৱনা বৃদ্ধি পায় । সাধাৰণতে মহক ঘৰৰ পৰা আঁতৰাই ৰাখিবলৈ বজাৰত বিভিন্ন ধৰণৰ এণ্টি মস্কিটো কইলকে ধৰি বহু ধৰণৰ সামগ্ৰী উপলব্ধ(Homemade Mosquito Repellent) । কিন্তু এই সকলোবোৰ সামগ্ৰীয়ে স্বাস্থ্যৰ ওপৰত বিৰূপ প্ৰভাৱ পেলাব পাৰে । এনে পৰিস্থিতিত এনে কিছুমান আৱশ্যকীয় তেলৰ বিষয়ে আমি আপোনালোকক জনাম, যাৰ সহায়ত আপুনি কোনো পাৰ্শ্বক্ৰিয়া নোহোৱাকৈ মহৰ পৰা নিজকে আঁতৰাই ৰাখিব পাৰে(Dengue Malaria mosquitoes will stay away) ।

তুলসী তেল: মহ খেদিবলৈ তুলসী তেল অতি ফলপ্ৰসূ ঔষধ(Tulsi oil) । ইয়াৰ পোক-পৰুৱা নিবাৰণ ক্ষমতা আছে যাৰ পিছত মহ আপোনাৰ পৰা আঁতৰি থাকে ।

লেমনগ্ৰাছ তেল: লেমনগ্ৰাছ অইল দীৰ্ঘদিন ধৰি মহক দূৰ কৰিবলৈ ব্যৱহাৰ কৰি অহা হৈছে(Lemongrass Oil) । মহে ব্যৱহাৰ কৰাৰ পিছত কেইঘণ্টামান আপোনাৰ পৰা আঁতৰি থাকে ।

লেভেণ্ডাৰ তেল: মহ আঁতৰাই ৰাখিবলৈ আপুনি ছালত লেভেণ্ডাৰ তেল লগাই জিৰণি লৈ খোজ কাঢ়িব পাৰে বা শুব পাৰে(Lavender oil)। মহে আপোনাক কামোৰিব নোৱাৰে, লগতে ইয়াৰ সুগন্ধিয়ে আপোনাৰ মনটো শান্ত কৰিব ।

পদিনা স্প্ৰে: মহ দূৰ কৰিবলৈ পদিনা নাৰিকল তেলৰ লগত মিহলাই স্প্ৰে বটলত ভৰাই লওক(Mint Spray) । মহক দূৰ কৰাত পদিনা তেল অতি ফলপ্ৰসূ বুলি প্ৰমাণিত হৈছে

ইউকেলিপ্টাছ বা নীলগিৰি তেল: মহক দূৰ কৰিবলৈ সমান পৰিমাণৰ নেমু আৰু ইউকেলিপ্টাছ তেল মিহলাই ব্যৱহাৰ কৰিব পাৰে(Eucalyptus oil) । ইয়াৰ বাহিৰেও এই তেলত অলিভ, নাৰিকল, এভোকেডো তেল মিহলাই স্প্ৰে বটলত ৰাখিব । এতিয়া নিজৰ ওপৰত স্প্ৰে কৰিব যাতে মহবোৰ আপোনাৰ পৰা আঁতৰত থাকে ।

লগতে পঢ়ক: আমাৰ স্বাস্থ্যৰ বাবে এখনি ফুলনি বাগিচাৰ ভূমিকা জানি আচৰিত হৈ পৰিব আপুনি!

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.