ETV Bharat / sukhibhava

Daily Horoscope For 24th August: আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

author img

By ETV Bharat Assamese Team

Published : Aug 24, 2023, 4:01 AM IST

কেনে যাব আপোনাৰ আজিৰ দিনটো ? জানিবলৈ চাওক আজিৰ দিনটোৰ ৰাশিফল...

Daily Horoscope For 24th August 2023
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

মেষ ৰাশি: দিনটো শুভ । মানসিক আৰু শাৰীৰিকভাৱে আপুনি সুস্থ থাকিব । আজি আপুনি যি কামেই কৰিব, তাতেই সফল হ’ব যেন লাগিছে । আপোনাৰ ঘৰুৱা পৰিৱেশ উলহ-মালহেৰে পৰিপূৰ্ণ হৈ থাকিব । পিতৃ-মাতৃৰপৰা ভাল খবৰ পাব পাৰে । তেওঁলোকৰ দ্বাৰা আজি আপুনি উপকৃতও হ’ব পাৰে । আৰ্থিক লাভৰ যোগ আছে । বন্ধু আৰু প্ৰিয়জনসকলৰ সৈতে বাহিৰত ফুৰিবলৈ যোৱাৰ পৰিকল্পনা কৰাৰ কাৰণে দিনটো ভাল । তেওঁলোকৰপৰা উপহাৰো পাব পাৰে, যাৰ ফলত আপুনি আনন্দ পাব ।

বৃষ ৰাশি: আজিৰ দিনটো আপোনাৰ কাৰণে ভাল নাযাব পাৰে । সকলো ধৰণৰ দুশ্চিন্তাই আপোনাক আগুৰি ধৰিব । শাৰীৰিক সমস্যাত ভুগিব পাৰে । প্ৰিয়জনৰ সৈতে আপোনাৰ মতানৈক্য হোৱাৰ সম্ভাৱনা আছে । যাৰ ফলত আপোনাৰ ঘৰুৱা পৰিৱেশ প্ৰতিকূল হৈ উঠিব । আজি আপুনি নিজৰ কাম শেষ কৰিব পৰা নোৱাৰা হ’ব । অধিক ব্যয়ৰ যোগ আছে। কঠোৰ পৰিশ্ৰম কৰাৰ পিছতো ভাল ফল নোপোৱাৰ বাবে আপুনি বিষণ্ণ হৈ পৰিব পাৰে । বিশৃংখল পৰিস্থিতিক এৰাই চলিবলৈ কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ আগতে ভালকৈ ভাবি চিন্তি ল’ব ।

মিথুন ৰাশি: বিভিন্ন ধৰণৰ লাভে আজি আপোনাৰ আনন্দক দুগুণ কৰি তুলিব । পত্নী আৰু সন্তানৰপৰা সু-সংবাদ পাব পাৰে । বন্ধুসকলৰ সৈতে সাক্ষাতৰ পিছত আপুনি বহুত আনন্দ পাব । বিবাহপ্ৰাৰ্থীসকলে আদৰ্শ জীৱনসংগী বা জীৱনসংগিনী পাব ।

কৰ্কট ৰাশি: বৃত্তিধাৰীসকলৰ বাবে আজিৰ দিনটো ফলদায়ক । তেওঁলোকে ঊৰ্ধ্বতনসকলৰপৰা প্ৰচুৰ সহযোগিতা পাব। পদোন্নতিও হ’ব পাৰে । পৰিয়ালৰ লোকৰ সৈতে আপুনি হয়তো গুৰুত্বপূৰ্ণ বিষয়ক লৈ আলোচনা কৰিব । মাতৃৰ স্বাস্থ্যক লৈ আপুনি চিন্তা কৰিব নালাগে । আপুনি সন্মান আৰু ধন অৰ্জন কৰিব । অত্যধিক কাম কৰাৰ ফলত আপুনি অলপ ভাগৰুৱা অনুভৱ কৰিব পাৰে । তথাপি আপোনাৰ স্বাস্থ্যৰ উপৰত ইয়াৰ কোনো প্ৰভাৱ নপৰিব । সাংসাৰিক জীৱন আনন্দময় হৈ থাকিব ।

সিংহ ৰাশি: বন্ধু আৰু পৰিয়ালৰ লোকৰ সৈতে তীৰ্থযাত্ৰাত যোৱাৰ বাবে আজিৰ দিনটো ভাল । আপুনি যদি কোনো কাম কৰিব বুলি ঠিক কৰি লয় আজি, তেতিয়া হ’লে সেই কাম শেষ কৰাৰ কাৰণে আপুনি সকলো চেষ্টাই কৰিব । আজি আপুনি লক্ষ্যস্থিৰ কৰি কোনো কামত আগবাঢ়ি যাব । নিজৰ আগ্ৰাসী মনোভাৱক নিয়ন্ত্ৰণ কৰক । কৰ্মক্ষেত্ৰত কিছু বাধাৰ সন্মূখীন হ’ব পাৰে ।

কন্যা ৰাশি: আজি নিজৰ মুখত লেকাম টানি ৰাখক । নতুন কোনো কাম হাতত লোৱাৰ বাবে আজিৰ দিনটো ভাল নহয় । আজি আপুনি বিৰক্ত হৈ থাকিব, খং উঠি থাকিব আপোনাৰ। পৰিয়ালৰ লোকৰ সৈতে কাজিয়া হোৱাৰ ফলত আপোনাৰ বেয়া লাগি থাকিব। সম্ভৱ হ’লে ভ্ৰমণ এৰাই চলক । যিসকলে আপোনাক আঘাত দিব বিচাৰে, তেওঁলোকৰ পৰা সাৱধানে থাকক ।

তুলা ৰাশি: তুলা ৰাশিৰ জাতক-জাতিকাসকলৰ দিনটো শুভ ৷ প্ৰিয়জন আৰু বন্ধুসকলৰ সৈতে মনোৰঞ্জনমূলক ক্ৰিয়াকলাপত যুক্ত হৈ আপুনি আনন্দ পাব । ভ্ৰমণৰ কাৰণে দিনটো ভাল । আজি আপুনি শাৰীৰিক আৰু মানসিকভাৱে সুস্থ হৈ থাকিব । আপোনাৰ সন্মান বৃদ্ধি হ’ব ।

বৃশ্চিক ৰাশি: আজি গোটেই দিন আপোনাৰ ঘৰুৱা পৰিৱেশ উলহ-মালহেৰে পূৰ্ণ হৈ থাকিব। আজি আপুনি শাৰীৰিক আৰু মানসিকভাৱে তজবজীয়া হৈ থাকিব । আজি আপোনাৰ প্ৰতিপক্ষসকলে পৰাস্ত হ’ব । আপুনি সহকৰ্মীসকলৰপৰা সহায়তা পাব । বান্ধৱীক লগ পাই আপোনাৰ ভাল লাগিব । আৰ্থিক লাভ হ’ব পাৰে । ৰৈ থকা কামবোৰ শেষ কৰিব পাৰিব । যিসকলে অসুস্থ হৈ আছিলে তেওঁলোকে কিছু সকাহ পাব ।

ধনু ৰাশি: ব্যৰ্থতাৰ কাৰণে হতাশ হৈ পৰি নাথাকিব । নিজৰ আগ্ৰাসী মনোভাৱক নিয়ন্ত্ৰণ কৰক । সন্তানক লৈ দুশ্চিন্তাত থাকিব । সম্ভৱ হ’লে ভ্ৰমণ এৰাই চলক ।

মকৰ ৰাশি: আজিৰ দিনটো আপোনাৰ বাবে শুভ । মানসিক আৰু শাৰীৰিকভাৱে আপুনি তজবজীয়া হৈ থাকিব । আপোনাৰ পৰিয়ালক লৈ অপ্ৰত্যাশিত ঘটনা ঘটিব পাৰে । অনিদ্ৰাই আপোনাক দিগদাৰ দিব পাৰে । পানী আৰু নাৰীৰ ক্ষেত্ৰত সাৱধানে থাকক । আপোনাৰ আৰ্থিক ক্ষতি হ’ব পাৰে । আপোনাৰ সুনাম নষ্ট হ’ব পৰা ঘটনা ঘটিব পাৰে ।

কুম্ভ ৰাশি: আজি আপুনি মানসিক যন্ত্ৰণাৰপৰা কিছু সকাহ পাব । আজি আপুনি উদ্দীপ্ত হৈ থাকিব । আজি আপুনি দিনটো আনন্দৰ মাজেৰে পাৰ কৰি দিব । বন্ধু আৰু প্ৰিয়জনসকলৰ সৈতে অনানুষ্ঠানিক মিলামিচা হোৱাৰ যোগ আছে। আজি আপুনি গুৰুত্বপূৰ্ণ কোনো কাম কৰিব পাৰে । সৰুসুৰা ভ্ৰমণ হ’ব পাৰে ।

মীন ৰাশি: আজি আপুনি ভালকৈ নিজৰ মুখত লেকাম টানি ৰাখক । যদি এনেকুৱা কৰিব নোৱাৰে, তেতিয়া হ’লে আপোনাৰ চাৰিও ফালৰ পৰিৱেশ প্ৰতিকূল হৈ উঠিব । ব্যয় নিয়ন্ত্ৰণ কৰাৰ ফালেও চকু দিব । আৰ্থিক বিষয়ত সাৱধানে থাকিব । আজি আপুনি ভাগৰুৱা অনুভৱ কৰিব পাৰে । আত্মীয়-স্বজনৰ সৈতে অনাকাংক্ষিত কিছু ঘটনা আপোনাৰ আৰু তেওঁলোকৰ মাজত কিছু নেতিবাচক অৱস্থাৰ সৃষ্টি কৰিব । অধিক ভোজন এৰাই চলক ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.