ETV Bharat / sukhibhava

Daily Horoscope For 1st August: আপোনাৰ আজিৰ দিনটো কেনে যাব; চাওক ৰাশিফল

কেনে যাব আপোনাৰ আজিৰ দিনটো (Know Your day with ETV Bharat Astrology) ? চাওক দিনটোৰ ৰাশিফল (Astrological predictions for the day)৷

Daily Horoscope For 1st August 2023
আপোনাৰ আজিৰ দিনটো কেনে যাব; চাওক ৰাশিফল
author img

By

Published : Aug 1, 2023, 12:05 AM IST

মেষ ৰাশি: দিনটো যথেষ্ট শুভ ৷ বন্ধু বা পৰিয়ালৰ লোকৰ সৈতে আনন্দৰে সৈতে অনুষ্ঠানত যোগ দিব পাৰে ৷ বন্ধুৰ দ্বাৰা উপকৃত আৰু লাভবান হ’ব ৷ বয়োজ্যেষ্ঠসকলৰ পৰা মৰম-চেনেহ পাব ৷ আপুনি কোনো নাৰী বিশেষকৈ নিজৰ মাতৃৰ পৰা প্ৰশংসা লাভ ৷ প্ৰেমত শুভ ৷

বৃষ ৰাশি: দিনটো অত্যন্ত শুভ ৷ নতুন কাম আৰু উদ্যোগ হাতত ল’ব পাৰে ৷ বৃত্তিধাৰী আৰু ব্যৱসায়ীসকলৰ কাৰণে দিনটো লাভদায়ক ৷ প্ৰশংসা লাভ কৰিব ৷ পদোন্নতি, দৰমহা বৃদ্ধি হ’ব পাৰে । মৰম আৰু সন্মান পোৱাৰ সম্ভাৱনা আছে ৷

মিথুন ৰাশি: মনটো অস্থিৰ হৈ থাকিব ৷ দুৰ্বলতা, শক্তিহীনতা আৰু কামৰ প্ৰতি এলাহ ভাৱ আহিব পাৰে ৷ পেটৰ সমস্যা হ’ব পাৰে ৷ ব্যয় বৃদ্ধি ৷ সহকৰ্মীসকলৰ আচৰণ জটিল হ’ব, তেওঁলোকৰ পৰা সহযোগিতা নাপাব ৷

কৰ্কট ৰাশি: দিনটো দুৰ্ভাগ্য আৰু আশংকা কঢ়িয়াই লৈ আহিব ৷ নতুন কাম হাতত লোৱাৰ পৰা বিৰত থাকক ৷ শান্ত থাকক ৷ অবৈধ আৰু অনৈতিক কামৰ চিন্তা মনৰ পৰা দূৰত ৰাখক ৷

সিংহ ৰাশি: দিনটো আশানুৰূপ নহ’ব ৷ আপোনাৰ খং কেনেকৈ নিয়ন্ত্ৰণ কৰিব সেয়া গুৰুত্ব দিয়ক ৷ অংশীদাৰিত্ব কৰাৰ আগতে অধিক সতৰ্ক থাকক ৷ গ্ৰহৰ অৱস্থানে আপোনাৰ বাবে দিনটোক মধ্যমীয়া কৰি ৰাখিব । গতিকে আজি কোনো নোহোৱা বা অভূতপূৰ্ব কোনো ঘটনা নঘটে । শান্তভাৱে দিনটো পাৰ হ’ব, যেনেকৈ চলি আছে তেনেকৈয়ে চলিব আপুনি, তাৰ মাজতেই কিছু স্বাভাৱিক পৰিৱৰ্তন আহিব ।

কন্যা ৰাশি: দিনটো শুভ ৷ বৈবাহিক জীৱনত সুখ আৰু শান্তি বিৰাজ কৰিব ৷ সকলো দিশৰ পৰা আনন্দ আৰু পৰিতৃপ্তি লাভ কৰিব ৷ স্বাস্থ্য ভালে থাকিব ৷ লাভ আৰু জনপ্ৰিয়তা বৃদ্ধি পাব ৷

তুলা ৰাশি: নিজৰ আৱেগ আৰু দুৰ্বলতাসমূহক প্ৰকাশ কৰাটো কেতিয়াবা ভালহে হয় । আজি আপুনি আৱেগেৰে পৰিপূৰ্ণ হৈ থাকিব । প্ৰিয়জনৰ সৈতে ভুল বুজাবুজি বা মাতৃৰ অসুস্থতাৰ বাবে মনটো বেয়া হ’ব পাৰে । সামগ্ৰিকভাৱে ক’ব গ’লে বৰ্তমান আপোনাৰ গ্ৰহ আপোনাৰ প্ৰতিকূল নহয় । গতিকে আৰামত থাকক । চিন্তাৰ কাৰণ নাই বেয়া সময় পাৰ হৈ যাব ।

বৃশ্চিক ৰাশি: আজি আপোনাৰ আন এটা নাম উৎসাহপূৰ্ণ আৰু আনন্দপূৰ্ণ । আজিৰ দিনটো আপোনাৰ বাবে সৌভাগ্যশালী । আপোনাৰ আনন্দপূৰ্ণ মনোভাৱ সকলৰ দিশত প্ৰভাৱ পেলাব সেয়ে আপুনি আজি সকলো প্ৰকাৰ আনন্দদায়ক আলোচনাত অংশগ্ৰহণ কৰিব আৰু আনন্দদায়ক সংগ উপভোগ কৰিব ।

ধনু ৰাশি: আজিৰ দিনটোত মধ্যমীয়া প্ৰভাৱ থাকিব । বিভ্ৰান্তি আৰু স্ব-বিৰোধে আপোনাৰ স্বাস্থ্যৰ ক্ষতি কৰিব পাৰে আৰু লগতে কৰ্মক্ষেত্ৰত আপোনাৰ সফলতাত বাধাৰ সৃষ্টি কৰিব পাৰে ।

মকৰ ৰাশি: আপুনি সুন্দৰ বৈবাহিক জীৱন উপভোগ কৰিব পৰিব আৰু কামত সফলতা পাব ৷ ব্যৱসায়ী আৰু চাকৰিয়াল সকলৰ ভাল দিন আৰু পদোন্নতি হ’ব পাৰে ৷ আপোনাক দিয়া কাম সোনকালে শেষ কৰিব পাৰিব ৷ প্ৰিয়জনৰ লগত চিনেমা চাবলৈ যাব পাৰে আৰু বন্ধুৰ লগত ৰাতিৰ আহাৰ খাবলৈ যাব পাৰে ৷

কুম্ভ ৰাশি: আজি আপুনি শাৰীৰিক আৰু মানসিকভাৱে ভাগৰুৱা হৈ থাকিব । আজি আপুনি পৰিয়ালৰ লোকৰ সৈতে বিবাদত লিপ্ত হ’ব পাৰে । ধন বিনিয়োগ কৰাৰ সময়ত আৰু আইনী বিষয়ক লৈ কাম কৰাৰ সময়ত সতৰ্ক থাকিব । অতিৰিক্ত ব্যয় হ’ব পাৰে । আপোনাৰ ব্যক্তিগত ক্ষতি হোৱাৰ পিছতো আপুনি লাভবান হৈ থাকিব । নিজৰ কথা আৰু খঙৰ উপৰত নিয়ন্ত্ৰণ ৰাখক । দুৰ্ঘটনা হ’ব পাৰে ।

মীন ৰাশি: প্ৰেম প্ৰাৰ্থী বা বিবাহপ্ৰাৰ্থীৰ বাবে দিনটো শুভ । আচলতে ক’ব গ’লে যিসকলে মনৰ মানুহ বিচাৰি আছে তেওঁলোকৰ বাবে দিনটো বৰ ভাল । আজি গোটেই দিনটো উলহ মালহেৰে কাটিব সুখকৰ ভ্ৰমণ বা বনভোজত যাব পাৰে । আপুনি নিজৰ পৰিকল্পনা আৰু প্ৰস্তুতি অনুসৰি ‘সামাজিক’ সকলো বিষয়বোৰৰ প্ৰতি আকৃষ্ট হ’ব, এইবোৰৰ নামত আপোনাৰ যদি টকা খৰচো হয়, তথাপি আপোনাৰ বেয়া নালাগিব । আপুনি হয়তো জনসেৱামূলক কামো কৰিব পাৰে, কিয়নো আজি পৰোপকাৰিতাই হ’ল আপোনাৰ আজিৰ মন্ত্ৰ । সকলো ক্ষেত্ৰত সফলতা লাভ কৰাৰ পিছত আপোনাৰ সদিচ্ছা বৃদ্ধি পাব ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.