ETV Bharat / sukhibhava

Daily Horoscope For 17th July: আপোনাৰ দিনটোৰ ৰাশিফল

author img

By

Published : Jul 17, 2023, 5:16 AM IST

কেনে যাব আপোনাৰ আজিৰ দিনটো (Know Your day with ETV Bharat Astrology) ? চাওক দিনটোৰ ৰাশিফল (Astrological predictions for the day)৷

Daily Horoscope For 17th July 2023
আপোনাৰ দিনটোৰ ৰাশিফল

মেষ ৰাশি: আজিৰ দিনটোৰ মধ্যমীয়া । আপুনি বহুদিনৰপৰা কোনো উদ্ভাৱনীমূলক ব্যৱসায়ৰ কথা ভাবি আছে যদি তেতিয়া হ’লে সেইটোক বাস্তৱায়িত কৰাৰ বাবে অনুপ্ৰাণিত হ’ব পাৰে । আগুৱাই যাওঁক! আপোনাৰ কামকাজৰ গতিক কমাই দিয়ক, আৰু আৰাম কৰক । পেছাগত ক্ষেত্ৰত প্ৰতিপক্ষতা বিৰাজ কৰিব । এই কথাক লৈ চিন্তা নকৰিব, কেৱল নিজৰ কাম কৰি যাওঁক । দুই এদিনৰ কাৰণে ভ্ৰমণত যাব পাৰে । মেষ ৰাশিৰ জাতিকাসকলৰ বাবে বিশেষ সকীয়নী—নিজৰ খং নিয়ন্ত্ৰণত ৰাখক, কঠোৰ বাক্য প্ৰয়োগ নকৰিব ।

বৃষ ৰাশি: বৃষ ৰাশিৰ জাতক-জাতিকাসকলে নিজৰ শক্তিৰ বাবে জনাজাত, কিন্তু আপোনালোকে লগতে বৰ আঁকোৰগোজো, আজিৰ গ্ৰহৰ অৱস্থান চালে ক’ব লাগিব, সেয়া আপোনালোকৰ কাৰণে ভাল নহ’ব । আলাপ-আলপোচনাৰ সময়ত নিজৰ এই আঁকোৰগোজ স্বভাৱ ত্যাগ কৰক, আনৰ দৃষ্টিভংগীকো গুৰুত্ব দিয়ক । যি ক’ব ভাবি চিন্তি ক’ব, তেতিয়া চাব তাৰ ফল পাব । আপুনি নিজৰ আচৰণৰ নম্ৰ কৰি ৰাখিলে আপোনাৰ ক্ৰুদ্ধ বন্ধুসকলেও সেও মানিব । প্ৰিয়জন আৰু ভাইভনীৰ ক্ষেত্ৰতো একে কথা প্ৰযোজ্য । আপুনি আঁকোৰগোজ হৈ থাকিলে আপুনি প্ৰত্যাশিত এক অসাধাৰণ সুযোগ হেৰাই পেলাব পাৰে। সমস্যা আৰু এটা আছে। আপুনি তথাপি আজি স্ববিৰোধিতাত ভুগিব, সেই বাবে সৰ্বসন্মত সিদ্ধান্ত লোৱাটো পৰ্বত প্ৰমাণ কামৰ দৰে লাগিব পাৰে । নিজৰ গতিক হ্ৰাস কৰক, আৰু নতুনকৈ একো আৰম্ভ নকৰিব ।

মিথুন ৰাশি: আজিৰ দিনটো আপুনি উজ্জ্বল এক আশা লৈ আৰম্ভ কৰিব । আপোনাৰ মুখৰ হাঁহি হেজাৰ হেজাৰ মানুহৰ অন্তৰক উজলাই তুলিব। আজি আপোনাৰ স্বাস্থ্য বৰ ভাল থাকিব, মনত এক আনন্দ বিৰাজ কৰিব, বন্ধুসকলৰ সৈতে বহুত ভাল কোনো পৰিকল্পনা গ্ৰহণ কৰিব । আজিৰ দিনটো পৰিয়ালৰ লোকৰ সৈতে এনেকৈ প্ৰাতঃৰাশ খাওঁক, যি মধ্যাহ্নভোজৰো কাম কৰিব । বা নিজৰ প্ৰেয়লীৰ সৈতে ওচৰৰ কোনো ভোজনালয়ত যাওঁক, যিখন নতুনকৈ খুলিছে আৰু প্ৰাতঃৰাশৰ কাৰণে বিখ্যাত । প্ৰাণৱন্ত পোছাক পিন্ধক, আনক দেখুওৱাৰ কাৰণে নহয় বৰঞ্চ নিজক ভাল লগাবলৈ এই পোছাক পিন্ধক। এয়া হ’ল পৰিৱৰ্তনৰ সময় । প্ৰিয়জনৰপৰা উপহাৰ পাব পাৰে। আৰ্থিক দিশত ভালে । আজিৰ দিনটো বৰ সুন্দৰ আৰু সমৃদ্ধশালী । এনে দিনত মনলৈ নেতিবাচক ভাৱ আহিবলৈ নিদিব । ব্যয়বৃদ্ধি হ’ব ।

কৰ্কট ৰাশি: আজিৰ দিনটো আপোনাৰ বাবে বৰ অনুকূল নহয় । আজি আপুনি উদ্বিগ্ন হৈ থাকিব । কোনো গুৰুত্বপূৰ্ণ বিষয়ত দৃঢ় সিদ্ধান্ত লোৱাটো বৰ জটিল যেন লাগিছে। আপোনাৰ ওচৰত এতিয়া বিভিন্ন ধৰণৰ কাম বা চাকৰীৰ প্ৰস্তাব আছে, তাৰে মাজত কোনটো ল’ব সেই সিদ্ধান্ত ল’ব লাগিব । এইবোৰ কথা চিন্তা কৰোঁতে কৰোঁতে নিজৰ স্বাস্থ্য বেয়া নকৰিব আৰু মানসিক শান্তিক বিঘ্নিত হ’বলৈ নিদিব । আপুনি যিমানেই চিন্তা কৰি থাকিব, সিমানেই আপোনাৰ মানসিক চাপ বৃদ্ধি পাব, তাৰ পিছত সেই চাপ সহ্য কৰিব নোৱাৰাকৈ প্ৰিয়জনৰ ওপৰত অগ্নিশৰ্মা হৈ উঠিব পাৰে । আপুনি কোনো বিবাদতো লিপ্ত হৈ যাব পাৰে । নিজৰ সহকৰ্মী বা আনকি কোনো অচিনাকী মানুহৰ সৈতেও আপোনাৰ কটু বাক্য ওলাব পাৰে । শান্ত থাকক ৷ অপ্ৰত্যাশিত ঘটনাৰপৰা সাৱধানে থাকক ।

সিংহ ৰাশি: আপুনি আৰু আপোনাৰ গ্ৰহ সম্পূৰ্ণ ৰূপত ভাল হৈ উঠা নাই। কালি আপোনাৰ গ্ৰাহৰ অৱস্থান আপুনি যেনেকৈ স্ববিৰোধী হৈ আছিলে, তেনেকৈ আজিও আপুনি কোনো দৃঢ় অৱস্থান গ্ৰহণ কৰিব নোৱাৰিব । সিদ্ধান্তহীনতাই প্ৰবল হৈ থাকিব । কমপক্ষত মধ্যাহ্নলৈকে এই অৱস্থাৰপৰা ওলাই অহাৰ চেষ্টা কৰক, নহ’লে আপোনাৰ বাবে বাট চাই থকা এটা অসাধাৰণ সুযোগ আপুনি হেৰাই পেলাব । আপুনি চিন্তাত থাকিব । নতুনকৈ কোনো কাম আৰম্ভ নকৰিব । অলপ সময় লৈ চিন্তা কৰক, আৰু আপোনাৰ সন্মুখত থকা বিকল্পসমূহক ভাবি-চিন্তা চাওঁক, কোনটো আপোনাৰ কাৰণে ভাল হ’ব । কোনো বান্ধৱীয়ে কফি খাবলৈ বা কোনো পাৰ্টিত যাবলৈ নিমন্ত্ৰণ কৰিলে সেই নিমন্ত্ৰণ গ্ৰহণ নকৰাকৈ নাথাকিব। এইবোৰ নিমন্ত্ৰণত গ’লে আপোনাৰ কিবা লাভ হ’ব পাৰে । বন্ধুসকলৰ ক’ৰবাত ফুৰিবলৈ যোৱাৰ পৰিকল্পনা থাকিলেও এই কথা প্ৰযোজ্য। ধন আৰু ব্যৱসায়িক ক্ষেত্ৰত সময়টো সৌভাগ্যশালী ।

কন্যা ৰাশি: আজিৰ দিনটো সৌভাগ্যশালী, শুভ যোগাযোগ আৰু সুযোগৰ সম্ভাৱনা আছে ভাগ্যশালী কন্যা ৰাশিৰ জাতক-জাতিকাসকলৰ কাৰণে। কোনো কাম যদি আগৰেপৰা ৰৈ আছিল, সেয়া আজি সম্পন্ন হ’ব আৰু সকলোৱে গম পাব। বৃত্তিধাৰী, কাৰিকৰৰ কাৰণে পৰ্যাপ্ত সুযোগা আহিব । আপোনাৰ জীৱিকা আৰু ব্যৱসায়ক ইতিবাচক গতি দিব পৰা অংশীদাৰিত্ব, স্বীকৃতি, পদোন্নতি ইত্যাদি যি কোনো ধৰণৰ কাৰণৰ যোগ আছে। উচ্চপদাধিকাৰী কৰ্তৃপক্ষই আপোনাৰ পিঠ চাপৰি দিব যাৰ ফলত আপোনাৰ শ্ৰদ্ধা-সন্মান বৃদ্ধি পাব । আপোনাৰ পিতৃ, খুৰা বা পিতামহ আপোনালৈ কোনো লাভ কঢ়িয়াই আনিব । স্বাস্থ্য ভালে থাকিব । পাৰিবাৰিক, দাম্পত্য সম্পৰ্ক ৰঙিয়াল আৰু মৰমিয়াল হৈ থাকিব । স্বামীয়ে স্ত্ৰীৰ লগত বা স্ত্ৰীয়ে স্বামীৰ লগত আলোচনা পাতিলে সেটা লাভদায়ক হ’ব । যি কোনো আমোলাতান্ত্ৰিক কাম অতি সহজতে সম্পন্ন হ’ব। চৰকাৰী বিনিয়োগ প্ৰকল্পত বিনিয়োগ কৰাৰ বাবে সময়টো ভাল ।

তুলা ৰাশি: সৃজনশীল, সাহিত্যিক আৰু বৌদ্ধিক কামকাজৰ বাবে আজিৰ দিনটো অনুকূল । আপোনাৰো আগ্ৰহ সেই দিশতে ধাৱিত হ’ব । গভীৰ বৌদ্ধিক আলোচনাৰ প্ৰয়োজন হ’বলগীয়া যি কোনো বস্তু আপোনাক উদ্যমী কৰি তুলিব । আপোনাৰ মনত যদি কোনো উদ্ভাৱনীমূলক চিন্তাধাৰা আপোনাৰ মনত বিমূৰ্ত হৈ থাকে, তেতিয়া হ’লে তাক ৰূপ আৰু আকাৰ দিয়াৰ বাবে আজিৰ সময়টো বৰ ভাল । এইবোৰ সকলো কাম কৰক, ফল পাব । কিন্তু লগতে ঈৰ্ষান্বিত, আৰু প্ৰতাৰক প্ৰতিদ্বন্দ্বীৰপৰা সাৱধানে থাকিব । তেওঁলোকে আপোনাক কোনো তৰ্ক-বিতৰ্কত টানি লৈ আহিব, তেওঁলোকৰপৰা কোনো সহযোগিতা নাপাব আজি । কিন্তু এইবোৰক লৈ আপুনি একো চিন্তা কৰিব নালাগে, কাৰণ এইবোৰ সমস্যাৰপৰা উদ্ধাৰ পাব পৰা মনোবল আপোনাৰ আছে। দুখ নকৰিব । স্বাস্থ্যক লৈ সজাগ থাকক । বন্ধুসকলৰ সৈতে তীৰ্থযাত্ৰাৰ উদ্যোগ ল’ব পাৰে, বা বিদেশৰপৰা ভাল খবৰ আহিব পাৰে ।

বৃশ্চিক ৰাশি: চাৰিও ফালৰপৰা প্ৰলোভন আহিব! আপুনি লোহাৰ দৰে, আৰু এইবোৰ বা এয়া হ’ল চুম্বকৰ দৰে । এইবোৰ প্ৰলোভনে বা প্ৰলোভন দেখুওৱা মানুহবোৰে আপোনাক টানি লৈ গ’লেও আপুনি শক্তিশালী মানুহৰ দৰে এইবোৰৰপৰা ওলাই আহিব পাৰিব । এতিয়া এইবোৰ প্ৰলোভনত নপৰিব, এইবোৰ প্ৰবৃত্তিৰপৰা দূৰত থাকক । আপোনাৰ সহকাৰিণীৰ মোহনীয় সৌন্দৰ্য চাই সকলো পাহৰি নাযাব, ফেচবুক বন্ধুৰ সৈতে ফোন নম্বৰ আদান-প্ৰদান কৰাৰ সময়ত সাৱধান হওঁক বা নতুন কোনো আঁচনিত বিনিয়োগ কৰাৰ সময়ত সতৰ্ক থাকক । মুঠতে হে বন্ধু, মনত অবিশ্বাস ৰাখক । অনৈতিক বা বৈপ্লৱিক আঁচনিক দলিয়াই পেলাওঁক, ধনব্যয়ক নিয়ন্ত্ৰণ কৰক । ক্ৰোধ নিয়ন্ত্ৰণ কৰক এইবোৰৰপৰা নিজক দূৰত ৰাখিবলৈ যোগ, ধ্যান বা প্ৰাৰ্থনা কৰক । নতুন কোনো কামৰ উদ্যোগ নল’ব ।

ধনু ৰাশি: আজিৰ দিনটো আপোনাৰ বাবে বৰ উজ্জ্বল। আজি গোটেই দিনটো আপুনি উত্সাহ-উদ্দীপনাৰে পৰিপূৰ্ণ হৈ থাকিব । বিদেশীসকলৰ সংগ উপভোগ কৰিব । বন্ধুসকলৰ সৈতে দৰ্শনীয় স্থান চাবলৈ যাব পাৰে। সাহিত্যিক কাৰ্যকলাপৰ বাবে আজিৰ দিনটো আদৰ্শ । অংশীদাৰী ব্যৱসায় আজি লাভদায়ক ।

মকৰ ৰাশি: শুভ দিন । মকৰ ৰাশিৰ জাতক-জাতিকাসকলে পৰিশ্ৰমৰ ফল লাভ কৰিব । আপুনি যদি ব্যৱসায় সম্প্ৰসাৰণৰ কথা ভাবি আছে, তেতিয়া হ’লে এতিয়াই কৰক, কাৰণ এনেকুৱা ভাল সময় আৰু নাহে । সমাজৰ বিভিন্ন অংশৰপৰা আপুনি সহায়তা-সহযোগিতা পাব । ঋম প্ৰদান বা ঋণ পৰিশোধৰ বাবে দিনটো অনুকূল । ঘৰত সকলো ফালৰপৰা শুভ । দৈনন্দিন বিষয়বোৰত খৰচ বাঢ়িব, কিন্তু আয়বৃদ্ধিও হৈ থাকিব বৰ ভালকৈ। গতিকে আয়-ব্যয় সমান সমান বুলি ক’ব পাৰি । সহকৰ্মীসকলৰপৰা সহযোগিতা পাব, প্ৰতিদ্বন্দ্বীসকলে সেও মানিব আৰু আপোনাৰ স্বাস্থ্য ভালে থাকিব । এইবোৰ হোৱাৰ কাৰণে আপুনি আনন্দত থাকিব । বৈদেশিক বাণিজ্যৰ উন্নতি হ’ব, কিন্তু এই ধৰণৰ ব্যৱসায়ত আগবাঢ়ি যোৱাৰ আগতে কিছু আমোলাতান্ত্ৰিক বাধা-বিঘিনিত পৰিবলগীয়া হয়, সেইবোৰৰ কাৰণে ব্যৱসায়ীসকলে বিভ্ৰান্ত হৈ থাকিব ।

কুম্ভ ৰাশি: আজি নতুনকৈ কোনো কাম আৰম্ভ নকৰিব । আপুনি এতিয়াও সিদ্ধান্তহীনতাত ভুগি আছে । আপোনাৰ মনত স্ববিৰোধ থাকিবই থাকিব । আপুনি কোনো দৃঢ় অৱস্থানত উপনীত হ’ব নোৱাৰিব । এই ৰাশিক জাতিকাসকলে কোনো কথা কোৱাৰ আগতে সতৰ্ক থাকিব । নিজৰ মনৰ অশান্তি প্ৰকাশ ক্ষেত্ৰত সংযমী হ’ব লাগিব আপোনালোকক । সন্তান সম্বন্ধীয় বিষয়ত আপুনি উদ্বিগ্ন হৈ আছে বাবে আপোনাৰ মনৰ অৱস্থা ভাল নহয়, গতিকে কোনো ধৰণৰ ভ্ৰমণ এতিয়া নকৰিব । হঠাতে ব্যয়বৃদ্ধি হ’ব পাৰে, হজমৰ গণ্ডগোলৰ দৰে সৰুসুৰা অসুখ আপোনাক কষ্ট দিব । যি কোনো ধৰণৰ সৃজনশীল আৰু সাহিত্যিক কৰ্মকাণ্ডৰ বাবে আজিৰ দিনটো বৰ ভাল । বৌদ্ধিক আলোচনাত অংশগ্ৰহণ কৰি আপুনি উদ্দীপ্ত অনুভৱ কৰিব ।

মীন ৰাশি: আজিৰ দিনটো আপোনাৰ অনুকূলত নাথাকিবও পাৰে । পৰিয়ালৰ সৈতে কাজিয়া-বিবাদত লিপ্ত হৈ যাব পাৰে । যাৰ ফলত আপোনাৰ মন ভালে নাথাকিব, একো কৰিবলৈ ইচ্ছা নাথাকিব । নিজৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখক, আৰু মন অস্থিৰ হৈ থাকিব, সেই দিশতো লক্ষ্য ৰাখক । আপুনি যদি অনিদ্ৰাত ভুগি আছে, তেতিয়া হ’লে বিশ্ৰাম, শৰীৰ চৰ্চা বা ধ্যান কৰাৰ বাবে সময় উলিয়াওঁক । আপোনাৰ চাৰিওফালে থকা মহিলাসকলৰ পৰা সাৱধানে থাকক । সামাজিক বা আৰ্থিক দিশত আপোনাৰ ক্ষতি হ’ব পাৰে । কৰ্মনিশ্চয়তা কম থকাৰ বাবে বৃত্তিধাৰীসকলে উদ্বিগ্ন হৈ থাকিব পাৰে । বিত্তীয় আৰু অস্থাবৰ সম্পত্তি সম্বন্ধীয় বৈধ কাগজপত্ৰৰ প্ৰতি চকু ৰাখক ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.