ETV Bharat / sukhibhava

Health Tips: নিয়ন্ত্ৰণত থাকিব ডায়েবেটিছ, কেৱল দৈনিক খাওক এইবিধ টেঙা ফল

ডায়েবেটিছ ৰোগীৰ বাবে প্ৰতিটো দিন যন্ত্ৰণা আৰু অস্বস্তিৰ সৈতে পাৰ কৰিবলগীয়া হয় । ৰক্তশৰ্কৰাৰ পৰিমাণ নিয়ন্ত্ৰণত ৰাখিবলৈ প্ৰতিদিনে সংগ্ৰাম কৰিবলগীয়া হয় । সেয়ে আজি আমি আপোনালোকক ক'বলৈ ওলাইছো ডায়েবেটিছ নিয়ন্ত্ৰণ কৰা এবিধ আচৰিত ফলৰ বিষয়ে । যাক সেৱন কৰি আপুনি যথেষ্ট সকাহ লাভ কৰিব ৷

Blood sugar will always be under control then consume kiwi daily
নিয়ন্ত্ৰণত থাকিব ডায়েবেটিছ, কেৱল দৈনিক খাওক এইবিধ টেঙা ফল
author img

By ETV Bharat Assamese Team

Published : Oct 2, 2023, 11:01 PM IST

আজিকালি পৃথিৱীত ডায়েবেটিছ অৰ্থাৎ ৰক্তশৰ্কৰাৰ সমস্যা দ্ৰুতগতিত বৃদ্ধি পাবলৈ ধৰিছে ৷ এই ৰোগক চাইলেণ্ট কিলাৰ বুলিও কোৱা হয় ৷ বিশেষ কথাটো হ’ল কোনোবাই এবাৰ যদি এই ৰোগত আক্ৰান্ত হয় তেন্তে কেতিয়াও আৰোগ্য লাভ কৰিব নোৱাৰে ৷ অৱশ্যে ঔষধ সেৱন আৰু বিৰতিৰ দ্বাৰা এই ৰোগ নিশ্চিতভাৱে নিয়ন্ত্ৰণ কৰিব পৰা যায় ৷ সেয়ে আজি আমি আপোনালোকক ডায়েবেটিছৰ পৰা হাত সাৰিবলৈ এবিধ অতি উপকাৰী ফলৰ বিষয়ে ক’বলৈ ওলাইছো যাক সেৱন কৰিলে আপুনি ৰক্তশৰ্কৰাকে ধৰি ঋতুভিত্তিক ৰোগৰ পৰাও নিজকে ৰক্ষা কৰিব পাৰে ৷ এই বিষয়ে বিতংভাৱে জানো আহক-

ডায়েবেটিছত কিৱিৰ উপকাৰিতা

উচ্চ ৰক্তশৰ্কৰা নিয়ন্ত্ৰণত সহায়ক হোৱা এই ফলৰ নাম হ’ল কিৱি (Benefits of Kiwi in Diabetes) ৷ এই ফল ভিতৰৰ পৰা সেউজীয়া আৰু সোৱাদত অলপ টেঙা আৰু মিঠা ৷ ইয়াৰ পৰা এন্টি-অক্সিডেন্ট আৰু ভিটামিন চি প্ৰচুৰ পৰিমাণে পোৱা যায়, যাৰ বাবে ইয়াৰ সেৱনে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে ৷ ই ডেংগুৰ দৰে ৰোগৰ ঔষধ হিচাপে কাম কৰে ৷ ইয়াৰ সেৱনৰ লগে লগে শৰীৰত তেজৰ প্লেটলেটৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাবলৈ আৰম্ভ কৰে ৷ এই ফল খালে ডায়েবেটিছে কেতিয়াও নিজৰ সীমা অতিক্ৰম নকৰে ৷

ওজন বৃদ্ধি হোৱাটো নিয়ন্ত্ৰণ কৰে

যদি কাৰোবাৰ ডায়েবেটিছ (Benefits of Kiwi in Diabetes) হয়, তেন্তে তেওঁ দ্ৰুতগতিত ওজন বৃদ্ধি বা হ্ৰাসৰ সমস্যাৰ সৈতে সন্মুখীন হয় ৷ এনে পৰিস্থিতিত কিৱি সেৱন কৰাটো আপোনাৰ বাবে অতি উপযোগী হ’ব পাৰে ৷ আচলতে ইয়াত থকা প্ৰচুৰ আঁহে পাচন শক্তি বৃদ্ধি কৰে, যাৰ বাবে যিকোনো বস্তু খোৱাৰ লগে লগে সহজে হজম হয় ৷ ইয়াৰ বাবে শৰীৰৰ ওজন নিয়ন্ত্ৰণত থাকে ৷

ৰক্তশৰ্কৰা নিয়ন্ত্ৰণত থাকে

যিসকল লোকৰ ৰক্তশৰ্কৰাৰ সমস্যা আছে (Benefits of Kiwi in Diabetes), তেওঁলোকে নিয়মিতভাৱে কিৱি সেৱন কৰিব লাগে ৷এই ফল দৈনিক খালে ৰক্তশৰ্কৰাৰ পৰিমাণ নিয়ন্ত্ৰণত থাকে আৰু ই বাঢ়ি নাযায় ৷ যাৰ বাবে ৰোগীয়ে উচ্চ ৰক্তশৰ্কৰাৰ সমস্যাত ভুগিবলগীয়া নহয় ৷ ইয়াৰ লগে লগে এজন ব্যক্তিয়ে সুস্থ আৰু ফিট জীৱন উপভোগ কৰে ৷

লগতে পঢ়ক: Strawberry Benefits: হৃদৰোগৰ সম্ভাৱনা হ্ৰাস কৰাত ফলপ্ৰসূ ষ্ট্ৰবেৰী; ইয়াৰ অন্য উপকাৰিতাসমূহ জানো আহক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.