ETV Bharat / sukhibhava

হাঁপানীৰ পৰা ৰক্তচাপ নিয়ন্ত্ৰণলৈকে উপকাৰী খেজুৰ

সুস্বাস্থ্যৰ অধিকাৰী হ'ব বিচাৰে নেকি ? তেন্তে আপোনাৰ খাদ্যৰ তালিকাক আজিয়ে যোগ দিয়ক খেজুৰ ৷ জানক খেজুৰৰ কেইটিমান উপকাৰিতাৰ বিষয়ে(Benefits of Dates) ৷

author img

By

Published : Aug 31, 2022, 7:39 PM IST

BENEFITS OF DATES FOR HEALTH
হাঁপানীৰ পৰা ৰক্তচাপ নিয়ন্ত্ৰণলৈকে বহুগুণেই উপকাৰী খেজুৰ

আমি সকলোৱে জানো যে খেজুৰ খোৱাটো শৰীৰৰ বাবে অতি উপকাৰী (Benefits Of Dates)। খেজুৰ খাবলৈ সুস্বাদু হোৱাৰ লগতে স্বাস্থ্যৰ বাবেও উপকাৰী । স্বাস্থ্য বিশেষজ্ঞসকলেও কয় যে খেজুৰ খোৱাটো স্বাস্থ্যৰ বাবে অতি উপকাৰী (Food Tips)। বহু ৰোগৰ চিকিৎসাত খেজুৰে ফলপ্ৰসূ ভূমিকা পালন কৰে। খেজুৰত চেনি, ভিটামিন আৰু প্ৰটিন থাকে। এই সকলোবোৰ সুস্বাস্থ্যৰ বাবে উপকাৰী(Benefits of Dates) ।

  • খেজুৰত প্ৰটিনৰ লগতে খাদ্যৰ আঁহ আৰু ভিটামিন B1, B2, B3, B5, A1 থাকে । খেজুৰত কলেষ্টেৰল নাথাকে । চৰ্বিৰ মাত্ৰাও অতি কম । খেজুৰত উপস্থিত থকা এই সকলোবোৰ উপাদান স্বাস্থ্যৰ বাবে উপকাৰী ।
  • বিশেষজ্ঞসকলে কয় যে খেজুৰে আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে । গতিকে কেৱল শীতকালতে নহয় গোটেই বছৰটো নিয়মিতভাৱে খেজুৰ খাব লাগে চৰ্দি কাহ আদি ৰোগ দূৰত থাকিব ।

হাঁপানী ৰোগীৰ সময়ে সময়ে বহুতো সমস্যাৰ সন্মুখীন হয় এনে লোকে খেজুৰ খাবই লাগিব। আদাৰ লগত খেজুৰ মিহলাই দিলে আপুনি ভাল ফলাফল পাব ।

  • ৰাতি শোৱাৰ আগতে কিছু খেজুৰ পানীত তিয়াই পুৱা খাব লাগে। ফলত কোষ্ঠকাঠিন্যৰ সমস্যাৰ পৰা উপশম পাব ।
  • নিম্ন ৰক্তচাপ বা নিম্ন চাপৰ সমস্যা হ'লে গৰুৰ গাখীৰত ৩ৰ পৰা ৪ টা খেজুৰ মিহলাই খাব লাগে। ফলত ৰক্তচাপ স্বাভাৱিক হৈ পৰিব ।
  • খেজুৰ স্বাস্থ্যৰ লগতে ছালৰ বাবেও উপকাৰী । ইয়াত ভিটামিন চি আৰু ভিটামিন ডি প্ৰচুৰ পৰিমাণে থাকে। ই ছালখন মসৃণ কৰাত সহায় কৰে। ইয়াৰ উপৰিও খেজুৰে বয়সৰ লগে লগে হোৱা ছালৰ সমস্যাও ৰোধ কৰে ৷
  • অধিক ওজন থাকিলে খেজুৰ খোৱাৰ পৰা বিৰত থাকক ।
  • শৰীৰত চৰ্বি বাঢ়িবলৈ আৰম্ভ কৰিলেও খেজুৰ পৰিহাৰ কৰাটো ভাল ৷
  • কিডনীৰ সমস্যা থাকিলেও খেজুৰৰ পৰা আঁতৰি নাথাকিব ৷

লগতে পঢ়ক : মানসিক চাপ দূৰ কৰিবলৈ দৈনিক খাদ্যৰ তালিকাত যোগ দিয়ক এইসমূহ খাদ্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.