ETV Bharat / sukhibhava

ন-কইনা সকলৰ বাবে বিশেষ সৌন্দৰ্য চৰ্চা - পেটছ টেষ্ট

প্ৰতিগৰাকী নাৰীয়ে নিজৰ বিয়াখনক লৈ যথেষ্ট আশাবাদী ৷ কিন্তু এই বিশেষ দিনটোত সৌন্দৰ্য আৰু চুলিৰ ক্ষেত্ৰত কঠোৰ ব্যৱস্থা গ্ৰহণৰ প্ৰয়োজন ৷ এইক্ষেত্ৰত উদ্বিগ্ন নহৈ কিছুমান বিশেষ সৌন্দৰ্য চৰ্চাৰে আপুনি এই দিনটোক বিশেষ কৰি তুলিব পাৰে ৷

Beauty Hacks For Brides to be
ন-কইনা সকলৰ বাবে বিশেষ সৌন্দৰ্য চৰ্চা
author img

By

Published : Nov 20, 2020, 4:19 PM IST

প্ৰতিগৰাকী নাৰীয়ে নিজৰ বিয়াখনক লৈ যথেষ্ট আশাবাদী ৷ কিন্তু এই বিশেষ দিনটোত সৌন্দৰ্য আৰু চুলিৰ চৰ্চাৰ ক্ষেত্ৰত কঠোৰ ব্যৱস্থা গ্ৰহণৰ প্ৰয়োজন ৷ এইক্ষেত্ৰত উদ্বিগ্ন নহৈ কিছুমান বিশেষ সৌন্দৰ্য চৰ্চাৰে আপুনি এই দিনটোক বিশেষ কৰি তুলিব পাৰে ৷

হ’বলগীয়া কইনা সকলৰ বাবে সু-সংগত স্কিনকেয়াৰ ৰুটিন তথা ডাৰমেট’ল’জিষ্টৰ সৈতে এপইন্টমেন্টৰ কোনো বিকল্প নাই ৷ যদি আপুনি ইয়াৰে এটাও কৰা নাই তেন্তে তলত উল্লেখ কৰা ঘৰুৱা প্ৰতিকাৰসমূহে আপোনাৰ এই বিশেষ দিনটো আৰু বিশেষ কৰি তোলাত সহায়ক হ’ব ৷

শোৱাৰ পূৰ্বে মেকআপ আতৰাওক

প্ৰতিদিনে শোৱাৰ পূৰ্বে ফেছৱাছ ব্যৱহাৰ কৰাৰ উপৰিও micellar পানীৰে মুখখন পৰিষ্কাৰ কৰক ৷ যদিও আপুনি দিনটোৰ শেষত ভাগৰুৱা অনুভৱ কৰে তেন্তে এলকহল ফ্ৰি মেকআপ ৰিমভাৰ ৱাইপছ(wipes) ৰে মুখখন পৰিষ্কাৰ কৰক ৷

ফঁটা ওঁঠ নিৰ্মূল

তাৎক্ষণিক কোমল আৰু লিপষ্টিকৰ বাবে প্ৰস্তুত ওঁঠৰ বাবে চেনি, নাৰিকলৰ তেল, আৰু মৌ মিহলি কৰি 10 মিনিটৰ বাবে ওঁঠত লগাই ৰাখক ৷ ইয়াৰ পিছত ব্ৰাছেৰে লাহেকৈ মিশ্ৰণটো আতৰাই দিয়ক ৷

ডি-পাফ(De-puff) চকু

চকুৰ তলৰ ক’লা দাগৰ পৰা পৰিত্ৰাণৰ বাবে শোৱাৰ সময়ত অতিৰিক্ত গাৰু ব্যৱহাৰ কৰক ৷ ই চকুৰ তলত পুলিং প্ৰতিৰোধ কৰাত সহায় কৰে ৷ সাময়িকভাৱে চকুৰ তলৰ ক’লা দাগৰ পৰা সাময়িক পৰিত্ৰাণৰ বাবে শীতল গ্ৰীণ টি বেগ চকুত 10 মিনিটৰ বাবে ৰাখি থওক ৷

একনে (Acne)ৰ পৰা পৰিত্ৰাণ

একনে (Acne)ৰ পৰা পৰিত্ৰাণ পোৱাৰ বাবে প্ৰতিদিনে চিলিছিলিক এচিডযুক্ত ফেছৱাছেৱে মুখখন পৰিস্কাৰ কৰক লগতে সপ্তাহত এবাৰ কোমলকৈ এক্সফ’লিয়েট কৰক ৷ ইয়াৰ উপৰিও উপচাৰ প্ৰক্ৰিয়া দ্ৰুত কৰাৰ লগতে বিয়াৰ মেকআপৰ তলত একনে (Acne) সমূহ ঢাকি ৰাখিবৰ বাবে হাইড্ৰ’কলইডযুক্ত একনে পেটছেচ (acne patches) ব্যৱহাৰ কৰক ৷

ফ্ৰিজ(frizz) আতৰাই ৰাখক

ফ্ৰিজ ফ্ৰি চুলিৰ পৰা পৰিত্ৰাণ পোৱাৰ লগতে চুলিৰ উজ্বলতা বৃদ্ধি কৰাৰ এটি উপায় হ’ল আপেল চাইডাৰ ভিনেগাৰ, দৈ, মৌ, আৰু এল’ভেৰা মিহলি এটি মিশ্ৰণ প্ৰায় 30 মিনিটৰ বাবে হেয়াৰ মাস্ক হিচাপে ব্যৱহাৰ কৰক ৷ 30 মিনিট পিছত শ্বেম্প’ৰে মূৰটো পৰিস্কাৰ কৰক (এলাৰ্জিৰ সম্ভাৱনা থাকিলে পেটছ টেষ্ট (patch test) কৰাওক ৷

পৰীক্ষা নচলাব

শেষ সময়ত আপোনাৰ স্কিনকেয়াৰ ৰুটিনৰ সাল-সলনিয়ে আপোনাৰ যথেষ্ট ক্ষতিসাধন কৰিব পাৰে ৷ আনহাতে, বিবাহৰ এই বিশেষ দিনটোৰ পূৰ্বে কোনো নতুন প্ৰডাক্ট বা চিকিৎসাৰ আশ্ৰয় গ্ৰহণ নকৰিব ৷ ইয়াৰ বিপৰীতে আপুনি প্ৰতিদিনে ব্যৱহাৰ কৰা সামগ্ৰীসমূহে নিয়মিত ব্যৱহাৰ কৰি থাকক ৷

আপোনাৰ খাদ্য তালিকাত নজৰ ৰাখক

বিয়াৰ এদিন পূৰ্বে অতিমাত্ৰা গাখীৰৰ সামগ্ৰীৰ উপৰিও চেনীজাতীয় সামগ্ৰী গ্ৰহণৰ পৰা বিৰত থাকক ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.