ETV Bharat / sukhibhava

Amazing Benefits Of Neem: এনেদৰে ব্যৱহাৰ কৰক নিমপাত, শালমইনাৰ পৰা উফিলৈকে নাথাকিব কোনো চিনচাব - নিম ফেচ পেক

নিমৰ পাতৰ ব্যৱহাৰে চুলি আৰু ছালৰ সৈতে জড়িত বহু সমস্যা দূৰ কৰে ৷ জানি লওক কি কি পদ্ধতিৰে নিমৰ ব্যৱহাৰ কৰি আপুনি ছাল আৰু চুলিৰ সৈতে জড়িত সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰে ৷

Amazing Benefits Of Neem Leaves For Your Skin And Hair
এনেদৰে ব্যৱহাৰ কৰক নিমপাত, শালমইনাৰ পৰা উফিলৈকে নাথাকিব কোনো চিনচাব
author img

By

Published : Aug 16, 2023, 6:01 PM IST

ছাল আৰু চুলিৰ সৈতে জড়িত বিভিন্ন সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ আমি প্ৰায়ে নিমক বাচনি কৰো ৷ নিমৰ পাত বিভিন্ন ঔষধি গুণাগুণেৰে পৰিপূৰ্ণ ৷ নিমপাতৰ বহুতো ঔষধি গুণ আছে ৷ বহুতো সৌন্দৰ্য্য সামগ্ৰীতো নিমৰ পাত ব্যৱহাৰ কৰা হয় ৷ নিমপাত চুলি আৰু ছাল উভয়ৰে বাবে অতি উত্তম ৷ নিমৰ পাত ব্যৱহাৰ কৰিলে পিম্পল, ডাৰ্ক চাৰ্কল আদি সমস্যা দূৰ কৰিব পাৰি ৷ উফিৰ পৰা পৰিত্ৰাণ পাবলৈ নিমে সহায় কৰে ৷

চুলি আৰু ছালৰ বাবে নিম পাত বহু ধৰণে ব্যৱহাৰ কৰিব পাৰে ৷ চুলি আৰু ছালৰ বাবে নিমৰ উপকাৰিতা কি আৰু এই পাতবোৰ কি কি উপায়েৰে ব্যৱহাৰ কৰিব পাৰি, ইয়াত জনাওক ৷

শালমইনা দূৰ কৰে

নিমৰ এন্টি বেক্টেৰিয়াল আৰু এন্টি ইনফ্লেমেটৰী গুণ আছে ৷ শালমইনা ভাল কৰিবলৈ নিম ফেচ ৱাছ আৰু নিম চাবোন ব্যৱহাৰ কৰিব পাৰে ৷ নিম পাতৰ পৰা তৈয়াৰী পেষ্টে শালমইনাৰ ফুলা কম কৰে ৷ ইয়াৰ ফলত ছালৰ ৰঙা পৰা কমি যায় ৷ নিম পাতৰ পেষ্ট বনাই ছালত লগাব পাৰে ৷

ডাৰ্ক চাৰ্কল

নিমৰ এন্টিঅক্সিডেন্ট গুণ আছে ৷ নিম পাতৰ পেষ্ট ১০ মিনিটৰ বাবে ছালত লগাব পাৰে ৷ নিমপাতৰ পেষ্ট কিছু সময় ছালত থৈ দিয়াৰ পিছত আঁতৰাই পেলাব লাগে ৷ ইয়াৰ ফলত আপোনাৰ ছালত শীতলতা আহিব ৷ ইয়াৰ লগে লগে ডাৰ্ক চাৰ্কলৰ সমস্যা নাইকিয়া হৈ যাব ৷

ছালৰ বিষ

ছালৰ বিষ নিৰাময়ৰ বাবে নিমৰ পাত ব্যৱহাৰ কৰিব পাৰে ৷ নিমৰ প্ৰদাহ নিবাৰণকাৰী গুণ আছে ৷ নিম পাতে ছালৰ ৰঙা পৰা, খজুৱতি আৰু ফুলা দূৰ কৰে ৷ নিমপাত ব্যৱহাৰ কৰিলে ছালৰ ৰঙা পৰা কমি যায় ৷

মইশ্ব’ৰাইজাৰ

নিমে ছালৰ বাবে প্ৰাকৃতিক মইশ্ব’ৰাইজাৰ হিচাপে কাম কৰে ৷ নিম পাতৰ ব্যৱহাৰে ছালখনক হাইড্ৰেট কৰা আৰু পুষ্টি প্ৰদানৰ কাম কৰে ৷ নিমত ফেটি এচিড আৰু ভিটামিন ই থাকে ৷ নিমৰ এন্টি এজিং গুণ আছে ৷ নিম ব্যৱহাৰ কৰিলে আপোনাৰ ছাল কোমল হয় ৷

মিহি ৰেখা আৰু বলিৰেখা

নিমে কলাজেন উৎপাদন বৃদ্ধি কৰে ৷ নিম ব্যৱহাৰ কৰিলে মিহি ৰেখা আৰু বলিৰেখাৰ সমস্যাৰ পৰা সকাহ পোৱা যায় ৷ নিমৰ পৰা তৈয়াৰী পেষ্টে আপোনাৰ মুখত প্ৰাকৃতিক উজ্বলতা আনে ৷ নিমত এন্টি অক্সিডেন্ট গুণ আছে ৷

পিগমেন্টেচন

পিগমেন্টেচনৰ পৰা হাত সাৰিবলৈ নিম ব্যৱহাৰ কৰিব পাৰে ৷ নিমত ভিটামিন চি থাকে ৷ ই ছালখনক পিগমেন্টেচনৰ পৰা ৰক্ষা কৰে ৷

লগতে পঢ়ক: Conjunctivitis Myths: ক’লা চশমা পিন্ধিলে আই ফ্লু বিয়পিব পাৰেনে ? এই কথা কিমানদূৰ সত্য জানি লওক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.