ETV Bharat / sukhibhava

7 Tips to get rid from Sleepiness: দিনটোৰ বাবে অলসতা পৰিহাৰ কৰাৰ 7 টা উত্তম উপায় - দিনটোৰ বাবে অলসতা পৰিহাৰ কৰাৰ 7 টা উত্তম উপায়

নিশা টোপনিৰ সৈতে আপোচ কৰি আপোনাৰ প্ৰিয় চিৰিজটো চাই শেষ কৰি দিয়াৰ পিছত পিছদিনা ৰাতিপুৱা সোনকালে শুই উঠিবলৈ নিশ্চয়কৈ অলপ হ’লেও কষ্ট হয় আপোনাৰ ৷ তাতে আপুনি যদি চাকৰিয়াল নতুবা নিত্য নৈমিত্তিক ভাৱে ঘৰৰ পৰা ওলাই যাব লগীয়া ব্যৱসায়ৰ সৈতে জড়িত তেন্তে আপোনাৰ কষ্ট হোৱাটো স্বাভাৱিক ৷ তেনেদৰে টোপনি কৰা অৱশ্যে স্বাস্থ্যৰ পক্ষেও হানিকাৰক ৷ কেতিয়াবা পুৱা উঠিবলৈ এলাহ লাগে, কিন্তু কামৰ তাড়নাত আমি বিচনা এৰিবলৈ সকলো বাধ্য (7 Tips to get rid from Sleepiness) ৷ জোৰকৈ টোপনিৰ পৰা উঠিব লগা হোৱা দিনা দিনটোলৈ Sleepy ভাৱ এটাই সতেত সকলোকে আমনি কৰা দেখা যায় ৷

7 Tips to get rid from Sleepines
দিনটোৰ বাবে অলসতা পৰিহাৰ কৰাৰ 7 টা উত্তম উপায়
author img

By

Published : Jan 22, 2022, 2:20 PM IST

আপোনাৰ কামৰ ক্ষেত্ৰত যাতে টোপনি বাধাৰ কাৰক হ’ব নোৱাৰে তাৰ বাবে আনি আপোনালোকলৈ আগবঢ়াইছো কেইটামান উপায় (7 Tips to get rid from Sleepiness) যিয়ে গোটেই দিনটো আপোনালোকক সতেজ কৰি ৰখাৰ লগতে কাম কৰাৰ বাবে উদ্যমো যোগাব ৷

Hydrate

বিচনাৰ পৰা নমা পিছতেই আপুনি প্ৰথমে পানী খাওক ৷ মুখ ধোৱাৰ আগতেই পাৰ্যমানে পানী খাওক ৷ পুৱাই এই পানী খোৱা অভ্যাসে আপোনাক দিনটোলৈ হাইড্ৰেট হৈ থকাত সহায় কৰিব ৷ টোপনিৰ জাল মৰাতো এই পানী খোৱা অভ্যাসে দূৰ কৰিব ৷ যদি সম্ভৱ কফিৰ সলনি কামৰ জেগাত এগিলাচ পানী খাওক ৷ যদিওবা কেফেইনে তাৎক্ষণিক শক্তি যোগান ধৰে, কিন্তু পানীয়ে আপোনাক দিনটোৰ বাবে হাইড্ৰেট ৰখাত সহায় কৰে ৷

Take a walk before work

অফিচলৈ যোৱাৰ পূৰ্বে নিজৰ এলেকাত দৈনিক খোজ কঢ়াৰ অভ্যাস কৰক ৷ পুৱাৰ সতেজ বতাহ সেৱন কৰাৰ লগতে দেহত কিছু কোমল ৰ’দ পৰিবলৈ দিয়ক ৷ সামান্য পৰিমাণৰ ভিটামিন D য়ে নিশ্চয় আপোনাৰ দেহলৈ সতেজতা আনিব ৷

Stretch a little

শুই উঠিয়েই দুই এটা ব্যায়ামেৰে নিজৰ শৰীৰৰ জঠৰতা দূৰ কৰক ৷ এই Body Movement এ শৰীৰত তেজ চলাচল কৰাত সহায় কৰিব ৷ যোগাসনেৰে দিনটোৰ আৰম্ভণি কৰিব পৰাটো এটা মহৎ অভ্যাস ৷

Splash some water

শুই উঠিয়েই মুখখন ঠাণ্ডা পানীৰে ধুই দিয়ক ৷ মন কৰিলে অৱশ্যে আপুনি গাৱো ধুই দিব পাৰে ৷ ঠাণ্ডা পানীৰ ব্যৱহাৰে তৎক্ষণাত আপোনাৰ টোপনিভাৱ আঁতৰ কৰাত সহায় কৰিব ৷ ঠাণ্ডা পানীৰে গা ধোৱা কাৰ্যই দেহত তেজ চলাচল ক্ষীপ্ৰতৰ কৰে ৷

Keep snacks handy

হয়, আপুনি ঠিকেই অনুমান কৰিছে ৷ কামৰ জেগাত টোপনি অনুভৱ কৰিলে যিকোনো সৰু-সুৰা খাদ্য গ্ৰহণ কৰক ৷ মাত্ৰাধিক তেল-মছলাযুক্ত নতুবা মিঠা আৰু নিমখীয়া খাদ্যৰ পৰা বিৰত থাকক ৷ আজিকালি বজাৰত বিভিন্ন ধৰণৰ লঘু আহাৰ উপলব্ধ ৷ Dry fruits এক উৎকৃষ্ট Snacks হ’ব পাৰে ৷

Refreshing scents

জেচমিন, চাইট্ৰাছ বা পেপাৰমিণ্টৰ সুবাসে আপোনাক Refresh কৰাত সহায় কৰিব পাৰে ৷এইবোৰ হৈছে কিছুমান শক্তিশালী সুবাস যিয়ে সকলোকে energised কৰিব পাৰে । অফিচৰ ডেস্কত আপুনি সুগন্ধি মমবাতি বা ডিফিউজাৰ ৰাখিব পাৰে । হাতৰ তলুৱাত সুগন্ধি তেল ঘঁহিও আপুনি টোপনি দূৰ কৰিব পাৰে ৷

Maintain proper sleep hygiene

নিজৰ প্ৰিয় চিৰিজটো চোৱাৰ হেঁপাহ জাগি থাকিলেও আপুনি এইটো পাহৰি নাযাব যে আপোনাৰ শৰীৰটোক কামৰ অন্তত অলপ আৰামৰ প্ৰয়োজন ৷ সেইবাবে খোৱা-শোৱাৰ এটা নিয়মীয়া Routine থকা উচিত ৷ শোৱা আৰু উঠাৰ এটা নিৰ্দিষ্ট সময় ৰাখক আৰু Weekends ত ও সেই অনুসৰি আগবাঢ়ক ৷ সন্ধিয়া 6 বজাৰ পিছত কেফেইন জাতীয় খাদ্য পৰিহাৰ কৰি চলক ৷ লগতে নিশ্চিত কৰিব যাতে দৈনিক 7/9 ঘণ্টাৰ টোপনি আপোনাৰ শৰীৰটোৱে পাইছে ৷

লগতে পঢ়ক : সুন্দৰ হাতৰ আখৰ সৃষ্টিশীলতাৰ পৰিচায়ক, ই মগজুৰ স্বাস্থ্য বিকাশৰো কাৰক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.