- বৈঠালাংছ'ত গ্ৰেপ্তাৰ উগ্ৰপন্থী সদস্য
- উদ্ধাৰ এটা .22 পিষ্টল, চাৰি জাঁই সজীৱ গুলী , এটা মোবাইল
- চৱাইলাংছু ৰংকিমি বিৰ তিছ' গাঁৱৰ পৰা শিখ ৰেজিমেণ্ট আৰু বৈঠলাংছ’ আৰক্ষীৰ যৌথ অভিযানত গ্ৰেপ্তাৰ ছাৰচিং ৰংপি ওৰফে আৰ্লক
- ছাৰচিং ৰংপিয়ে KPLT আৰু UPLA ৰ নামত 10 লাখ টকা দাবী কৰিছিল ভূমি সংৰক্ষণ বিভাগৰ আঞ্চলিক বন বিষয়া ব্রন্ চন টিমুঙক
- দাবী কৰা ধন নিবলৈ আহি আৰক্ষীৰ জালত পৰে ধৃত সদস্যটো
- দীৰ্ঘ দিন ধৰি পাহাৰীয়া জিলাখনত ধন দাবী কৰি সন্ত্ৰাস চলাই আহিছিল ছাৰচিঙে
দাবী কৰা ধন নিবলৈ আহি গ্ৰেপ্তাৰ উগ্ৰপন্থী - উগ্ৰপন্থী
মঙলবাৰে বৈঠালাংছ’ত দাবী কৰা ধন নিবলৈ আহি গ্ৰেপ্তাৰ হয় ছাৰচিং ৰংপি ওৰফে আৰ্লিক নামৰ এটা উগ্ৰপন্থী সদস্য
দাবী কৰা ধন নিবলৈ আহি গ্ৰেপ্তাৰ উগ্ৰপন্থী
- বৈঠালাংছ'ত গ্ৰেপ্তাৰ উগ্ৰপন্থী সদস্য
- উদ্ধাৰ এটা .22 পিষ্টল, চাৰি জাঁই সজীৱ গুলী , এটা মোবাইল
- চৱাইলাংছু ৰংকিমি বিৰ তিছ' গাঁৱৰ পৰা শিখ ৰেজিমেণ্ট আৰু বৈঠলাংছ’ আৰক্ষীৰ যৌথ অভিযানত গ্ৰেপ্তাৰ ছাৰচিং ৰংপি ওৰফে আৰ্লক
- ছাৰচিং ৰংপিয়ে KPLT আৰু UPLA ৰ নামত 10 লাখ টকা দাবী কৰিছিল ভূমি সংৰক্ষণ বিভাগৰ আঞ্চলিক বন বিষয়া ব্রন্ চন টিমুঙক
- দাবী কৰা ধন নিবলৈ আহি আৰক্ষীৰ জালত পৰে ধৃত সদস্যটো
- দীৰ্ঘ দিন ধৰি পাহাৰীয়া জিলাখনত ধন দাবী কৰি সন্ত্ৰাস চলাই আহিছিল ছাৰচিঙে
Intro:Body:বৈঠালাংছ'ত গ্ৰেপ্তাৰ উগ্ৰপন্থী সদস্য।উদ্ধাৰ এটা .22 পিষ্টল, চাৰিজাই সজীৱ গুলী , এটা মোবাইল।
চৱাইলাংছু ৰংকিমি বিৰ তিছ' গাৱঁৰ পৰা শিখ ৰেজিমেণ্ট আৰু বৈঠলাংছ’ আৰক্ষীৰ যৌথ অভিয়ানত গ্ৰেপ্তাৰ হৈ ছাৰচিং ৰংপি ওৰফে আৰ্লক নামৰ উগ্ৰপন্থী সদস্যটো।
ছাৰচিং ৰংপিয়ে KPLT আৰু UPLA ৰ নামত ১০ লাখ টকা দাবী কৰিছিল ভূমি সংৰক্ষন বিভাগৰ আঞ্চলিক বন বিষয়া ব্রন্ চন টিমুঙক ৷
দাবী কৰা ধন নিবলৈ আহি আৰক্ষীৰ জালত পৰে ধৃত সদস্যটো ৷ দীৰ্ঘ দিন ধৰি পাহাৰীয়া জিলাখনত ধন দাবী কৰি সন্ত্ৰাস চলাই আহিছিল ৷Conclusion: