ETV Bharat / state

ওদালগুৰিত পুনৰ পথ দুৰ্ঘটনা : দুদিনত 11জন লোক নিহত - Udalguri serial road accident: 11 death and 10 injured

ওদালগুৰিৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত ধাৰাবাহিক পথ দুৰ্ঘটনা । বৃহস্পতিবাৰে ঘাইপথটোত তিনিটা পথ দুৰ্ঘটনা হোৱাৰ বিপৰীতে বুধবাৰে সংঘটিত হৈছিল চাৰিটাকৈ পথ দুৰ্ঘটনা ৷

ওদালগুৰিত পুনৰ পথ দুৰ্ঘটনা : দুদিনত 11জন লোক নিহত
author img

By

Published : Nov 21, 2019, 9:48 PM IST

ওদালগুৰি, 21 নৱেম্বৰ : অভিশপ্ত হৈ পৰিছে ওদালগুৰি জিলা মাজেৰে যোৱা ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ । বৃহস্পতিবাৰে পুনৰ ৩ টাকৈ পথ দুৰ্ঘটনা সংঘটিত হ'ল ঘাইপথটোত । তিনিটা সুকীয়া পথ দুৰ্ঘটনাত এজনৰ মৃত্যু হোৱাৰ লগতে আহত হয় ২ জনলোক । ৰৌতাৰ লালপুলত বিয়লি সংঘটিত হোৱা পথ দুৰ্ঘটনাত মুলেচা বেগম নামৰ এগৰাকী মহিলা নিহত হয় ৷ ঘাইপথটো পাৰ হ'বলৈ লওতেই ডাম্পাৰে মহতিয়াই নিয়ে মহিলা গৰাকীক। ইফালে সন্ধিয়া ৰৌতাৰ ৰাইনো ধাবাৰ সন্মুখত নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰি গুৰুতৰভাৱে আহত হ'ল এজনলোক। আহত লোকজন গুৱাহাটীৰ বেনু গোপাল দাস ৷ লোকজনক সংকতজনক অৱস্থাত উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰা হয়। আনহাতে দুপৰীয়া ঝাৰগাঁওত চিলিণ্ডাৰ কঢ়িওৱা ট্ৰাকৰ খুণ্ডাত আহত হয় কমল সিংহ নামৰ আন এজন লোক ৷

উলেখ্য যে বুধবাৰেও ৪ টাকৈ পথ দুৰ্ঘটনা হৈছিল ঘাইপথটোত । বুধবাৰে সংঘটিত হোৱা পথ দুৰ্ঘটনাত ১০ জন লোকৰ মৃত্যু হোৱাৰ লগতে আহত হৈছিল ৮ জনকৈ লোক ।

লগতে পঢ়কঃ1951 ভিত্তিবৰ্ষ হ'লে বিদেশীৰে ভৰি পৰিব অসম

Intro:অভিশপ্ত হৈ পৰিছে ওদালগুৰি জিলা মাজেৰে যোৱা ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ।

বৃহস্পতিবাৰে পুনৰ ৩ টাকৈ পথ দূৰ্ঘটনা সংঘটিত হ'ল ঘাইপথটোত।

তিনিটা সুকীয়া পথ দূৰ্ঘটনাত এজনৰ মৃত্যু হোৱাৰ লগতে আহত ২ জন।

ৰৌতাৰ লালপুলৰ আবেলি সংঘটিত হোৱা পথ দূৰ্ঘটনাত মৃত্যু মুলেচা বেগম নামৰ এগৰাকী মহিলা

ঘাইপথটো পাৰ হ'ব লওতেই ডাম্পাৰে মহতিয়াই নিয়ে মহিলা গৰাকীক।

সন্ধিয়া ৰৌতাৰ ৰাইনো ধাবাৰ সন্মুখত নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰি গুৰুতৰভাৱে আহত হল এজন।

আহত লোক জন গুৱাহাটীৰ বেনু গোপাল দাস

লোক জনক সংকতজনক অৱস্থাত উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ।

আনহাতে দুপৰীয়া ঝাৰগাঁওত চিলিণ্ডাৰৰ ট্ৰাকত খুণ্ডা লাগি আহত হয় কমল সিংহ নামৰ আন এজন লোক

বুধবাৰেও ৪ টাকৈ পথ দূৰ্ঘটনা হৈছিল ঘাইপথটোত।

বুধবাৰে সংঘটিত হোৱা পথ দূৰ্ঘটনাত ১০ জন লোকৰ মৃত্যু হোৱাৰ লগতে আহত হৈছিল ৮ জনকৈ লোক।Body:অভিশপ্ত হৈ পৰিছে ওদালগুৰি জিলা মাজেৰে যোৱা ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ।

বৃহস্পতিবাৰে পুনৰ ৩ টাকৈ পথ দূৰ্ঘটনা সংঘটিত হ'ল ঘাইপথটোত।

তিনিটা সুকীয়া পথ দূৰ্ঘটনাত এজনৰ মৃত্যু হোৱাৰ লগতে আহত ২ জন।

ৰৌতাৰ লালপুলৰ আবেলি সংঘটিত হোৱা পথ দূৰ্ঘটনাত মৃত্যু মুলেচা বেগম নামৰ এগৰাকী মহিলা

ঘাইপথটো পাৰ হ'ব লওতেই ডাম্পাৰে মহতিয়াই নিয়ে মহিলা গৰাকীক।

সন্ধিয়া ৰৌতাৰ ৰাইনো ধাবাৰ সন্মুখত নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰি গুৰুতৰভাৱে আহত হল এজন।

আহত লোক জন গুৱাহাটীৰ বেনু গোপাল দাস

লোক জনক সংকতজনক অৱস্থাত উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ।

আনহাতে দুপৰীয়া ঝাৰগাঁওত চিলিণ্ডাৰৰ ট্ৰাকত খুণ্ডা লাগি আহত হয় কমল সিংহ নামৰ আন এজন লোক

বুধবাৰেও ৪ টাকৈ পথ দূৰ্ঘটনা হৈছিল ঘাইপথটোত।

বুধবাৰে সংঘটিত হোৱা পথ দূৰ্ঘটনাত ১০ জন লোকৰ মৃত্যু হোৱাৰ লগতে আহত হৈছিল ৮ জনকৈ লোক।Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.