ETV Bharat / state

ধনশ্ৰীঘাটত পথ দুৰ্ঘটনাঃ নিহত 1

ওৰাং বজাৰলৈ গৈ থকা অৱস্থাত সোমবাৰে পুৱা 9 মান বজাত এখন ট্ৰাকৰ খুন্দাত প্ৰাণ হেৰুৱাই আব্দুল ৰহিম নামৰ এজন লোকে ৷

author img

By

Published : Jun 3, 2019, 1:57 PM IST

ধনশ্ৰীঘাটত পথ দুৰ্ঘটনাঃ নিহত 1

ওদালগুৰি,3 জুনঃ ওদালগুৰিৰ ধনশ্ৰীঘাটত সোমবাৰে পুৱা 9 মান বজাত এক ভয়াৱহ পথ দুৰ্ঘটনা সংঘটিত হয় । আব্দুল ৰহিম নামৰ এজন ব্যৱসায়ীয়ে বেঙেনাবাৰী জংঘলৰ নিজৰ ঘৰৰ পৰা AS 27 B6784 নম্বৰৰ মটৰ চাইলেৰে ওৰাং বজাৰলৈ গৈ থকা অৱস্থাত AR-03-0873 নম্বৰৰ এখন ট্ৰাকে পিছ পিনৰ পৰা মহতিয়াই নিয়ে । ফলত ঘটনাস্থলীতে মৃত্যু হয় লোক জনৰ । ইপিনে দুৰ্ঘটনা সংঘটিত কৰাৰ পিছতে পলায়ন কৰে ট্ৰাক খনৰ ড্ৰাইভাৰজন । পিছত দুৰ্ঘটনাস্থলীত ওৰাং আৰক্ষী উপস্থিত হৈ ট্ৰাক খন জব্দ কৰাৰ লগতে লোক জনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে ওদালগুৰি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ।

Intro:ওদালগুৰিৰ ধনশ্ৰীঘাটত পথ দূৰ্ঘটনা। থিতাতে নিহত এজনBody:ওদালগুৰিৰ ধনশ্ৰীঘাটত পথ দূৰ্ঘটনা। থিতাতে নিহত এজন

ওদালগুৰিৰ ধনশ্ৰীঘাটত সোমবাৰে পুৱা ৯ মান বজাত এক ভয়াৱহ পথ দূৰ্ঘটনা সংঘটিত হয়।
অব্দুল ৰহিম নামৰ এজন ব্যৱসায়ীয়ে বেঙেনাবাৰী জংঘলৰ নিজৰ ঘৰৰ পৰা AS 27 B6784 নম্বৰৰ মটৰ চাইলেৰে ওৰাং বজাৰলৈ আহি থকা অৱস্থাত AR-03-0873 নম্বৰৰ এখন ট্ৰাকে পিছ পিনৰ পৰা মহতিয়াই নিয়ে। ফলত ঘটনাস্থলীতে মৃত্যু হয় লোক জনৰ। ইপিনে দূৰ্ঘটনা সংঘটিত কৰাৰ পিছতে পলায়ন কৰে ট্ৰাক খনৰ ড্ৰাইভাৰজন। পিছত দূৰ্ঘটনাস্থলীত ওৰাং আৰক্ষী উপস্থিত হয় ট্ৰাক খন জব্দ কৰাৰ লগতে লোক জনৰ মৃতদেহ মৰোনোত্তৰ পৰীক্ষাৰ বাবে ওদালগুৰি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.