ওদালগুৰি, 16জুলাইঃ ওদালগুৰিৰ কলাইগাঁৱত উটি যোৱাৰ উপক্ৰম হৈছে পকী দলং । কলাইগাঁৱৰ খাম্ফাখলাত ২০১৮ চনতে ৬০ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰি উলিওৱা দলংখনৰ এটা অংশ বহি যোৱাৰ ফলত আতংকিত হৈ পৰিছে স্থানীয় ৰাইজ । খাম্ফাখলা মা কামাখ্যা দেৱালয়লৈ যোৱা পথত থকা এই দলংখন এনেকৈ উটি যোৱাৰ ফলত দেৱালয়খনলৈ যোৱা পথটো বন্ধ হোৱাৰ ফলত দুখ প্ৰকাশ কৰিছে অঞ্চলটোৰ ৰাইজে । স্থানীয় ৰাইজে বিভাগীয় কৰ্তৃপক্ষক দলংখন পুনৰ নিৰ্মাণৰ দাবী জনোৱাৰ সমান্তৰালকৈ দলঙখন নিৰ্মাণৰ অনিয়ম সংঘটিত হোৱাৰ বাবেই পানীৰ সোঁত কম থকাৰ পিছতো দলংখন উটি যোৱাৰ উপক্ৰম হোৱা বুলি অভিযোগ কৰে । ইপিনে কোঁচ-ৰাজবংশী ছাত্ৰ সন্থাৰ লগতে স্থানীয় ৰাইজে দলঙখন নিৰ্মাণত হোৱা বিসংগতিৰ বাবে তদন্তৰ দাবী জনাইছে ৷
কলাইগাঁৱত যিকোনো মুহূৰ্ততে উটি যাব পাৰে পকী দলং - bad situation
কলাইগাঁৱত উটি যোৱাৰ উপক্ৰম পকী দলং ৷ কলাইগাঁৱৰ খাম্ফাখলাত ২০১৮ চনত ৬০ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ হোৱা দলংখনৰ এটা অংশ বহি যোৱাৰ ফলত ইতিমধ্যে হৈ পৰিছে ব্যৱহাৰৰ অনুপযোগী ।
ওদালগুৰি, 16জুলাইঃ ওদালগুৰিৰ কলাইগাঁৱত উটি যোৱাৰ উপক্ৰম হৈছে পকী দলং । কলাইগাঁৱৰ খাম্ফাখলাত ২০১৮ চনতে ৬০ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰি উলিওৱা দলংখনৰ এটা অংশ বহি যোৱাৰ ফলত আতংকিত হৈ পৰিছে স্থানীয় ৰাইজ । খাম্ফাখলা মা কামাখ্যা দেৱালয়লৈ যোৱা পথত থকা এই দলংখন এনেকৈ উটি যোৱাৰ ফলত দেৱালয়খনলৈ যোৱা পথটো বন্ধ হোৱাৰ ফলত দুখ প্ৰকাশ কৰিছে অঞ্চলটোৰ ৰাইজে । স্থানীয় ৰাইজে বিভাগীয় কৰ্তৃপক্ষক দলংখন পুনৰ নিৰ্মাণৰ দাবী জনোৱাৰ সমান্তৰালকৈ দলঙখন নিৰ্মাণৰ অনিয়ম সংঘটিত হোৱাৰ বাবেই পানীৰ সোঁত কম থকাৰ পিছতো দলংখন উটি যোৱাৰ উপক্ৰম হোৱা বুলি অভিযোগ কৰে । ইপিনে কোঁচ-ৰাজবংশী ছাত্ৰ সন্থাৰ লগতে স্থানীয় ৰাইজে দলঙখন নিৰ্মাণত হোৱা বিসংগতিৰ বাবে তদন্তৰ দাবী জনাইছে ৷
কলাইগাঁওৰ খাম্ফাখলাত ২০১৮ চনত ৬০ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মান কৰি উলিওৱা দলংখনৰ এটা অংশ বহি যোৱাৰ ফলত ইতিমধ্যে হৈ পৰিছে ব্যৱহাৰৰ অনুপযোগী । খাম্ফাখলা মা কামাখ্যা দেৱালয়লৈ যোৱা পথটো বন্ধ হৈ পৰিছে দলং খন উটি যোৱাৰ ফলত।
Body:ওদালগুৰিঃ ওদালগুৰি জিলাৰ কলাইগাঁওত এইবাৰ উটি যোৱাৰ উপক্ৰম হৈছে পকী দলং। কলাইগাঁওৰ খাম্ফাখলাত ২০১৮ চনত ৬০ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মান কৰি উলিওৱা দলংখনৰ এটা অংশ বহি যোৱাৰ ফলত
ইতিমধ্যে হৈ পৰিছে ব্যৱহাৰৰ অনুপযোগী । খাম্ফাখলা মা কামাখ্যা দেৱালয়লৈ যোৱা পথত থকা এই দলংখন এনেকৈ উটি যোৱাৰ ফলত দেৱালয় খনলৈ যোৱা পথটো বন্ধ হোৱাৰ উপক্ৰম হোৱাত দুখ প্ৰকাশ কৰিছে অঞ্চলটোৰ ৰাইজে। স্থানীয় ৰাইজে বিভাগীয় কতৃপক্ষক দলংখন পুনৰ নিৰ্মানৰ দাবী জনোৱাৰ সমান্তৰালকৈ দলং খন নিৰ্মানৰ অনিয়ম সংঘটিত হোৱাৰ বাবেই পানীৰ সোঁত কম থকাৰ পিছতো দলংখন উটি যোৱাৰ উপক্ৰম হোৱা বুলি অভিযোগ কৰিছে। দলং খন নিৰ্মানত হোৱা বিসংগতিৰ বাবে তদন্তৰ দাবীও জনাইছে কোচ - ৰাজবংশী ছাত্ৰ সন্থাৰ লগতে স্থানীয় ৰাইজে।Conclusion: