75th years of independence : আজি ৰাজ্যৰ বিভিন্ন হিতাধিকাৰীৰ সৈতে মত বিনিময় কৰিব প্ৰধানমন্ত্ৰীয়ে
ৰাজ্যৰ বিভিন্ন আঁচনিৰ অধীনৰ হিতাধিকাৰীসকলৰ সৈতে মত বিনিময় কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ (PM modi to be interacts with beneficiaries) ৷ আজাদী কা অমৃত মহোৎসৱ(75th years of independence) ৰ লগত সংগতি ৰাখি এই অনুষ্ঠান অনুষ্ঠিত হ’ব ৷
PPE Kit ক্ৰয়ৰ নামত ৰাজহুৱা ধনৰ অপচয় : ড৹ জ্ঞানশ্ৰী বৰা
পিপিই কিট ক্ৰয়ৰ নামত ৰাজহুৱা ধনৰ অপচয় কৰিছে ৰাজ্য চৰকাৰে ৷ ইয়াৰ হিচাপ ৰাজহুৱা কৰক চৰকাৰে ৷ সোমবাৰে মঠঘৰীয়াস্থিত ৰাইজৰ দলৰ মুখ্য কাৰ্যালয়ত পিপিই কিট কেলেংকাৰী (PPE Kit controversy of Assam) সন্দৰ্ভত এখন সংবাদমেল সংম্বোধন কৰি এই দাবী উত্থাপন কৰে দলটোৰ মুখপাত্ৰ ড৹ জ্ঞানশ্ৰী বৰাই ৷
আশ্বিকুলৰ মৃত্যু এক দুৰ্ঘটনা: মুখ্যমন্ত্ৰী
বটদ্ৰৱা কাণ্ডৰ মূল অভিযুক্ত আশ্বিকুল ইছলামৰ মৃত্যু সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া (Himanta Biswa Sarma on Ashikul Islam's death)৷ এই ঘটনাক এক দুৰ্ঘটনা বুলি উল্লেখ মুখ্যমন্ত্ৰীৰ ৷
এবছৰত আৰক্ষীৰ 'এনকাউন্টাৰ'ত ৪৮ জনৰ মৃত্যু
উচ্চ ন্যায়ালয়ে যোৱা ফেব্ৰুৱাৰীতে ভূৱা এনকাউণ্টাৰৰ অভিযোগ সন্দৰ্ভত আৰক্ষী সঞ্চালকপ্ৰধান, ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ আৰু ৰাজ্যিক মানৱ অধিকাৰ আয়োগলৈ এমাহৰ ভিতৰত শপতনামা দাখিলৰ জাননী প্ৰেৰণ কৰিছিল । ন্যায়ালয়ে এই নিদেৰ্শনা জাৰি কৰা দুমাহ উকলি যোৱাৰ পিছতো আৰক্ষী সঞ্চালকপ্ৰধান, ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ আৰু ৰাজ্যিক মানৱ অধিকাৰ আয়োগে ন্যায়ালয়ত কোনো শপতনামা দাখিল কৰা নাই ।
এখন 30 লাখ টকাৰ চেকে বিপদত পেলালে মহেন্দ্ৰ সিং ধোনীক
বিহাৰৰ বেগুচৰাইত ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনীকে ধৰি ৮ জন লোকৰ বিৰুদ্ধে অভিযোগ দাখিল কৰা হৈছে । কেছটো চেক বাউন্সৰ সৈতে সম্পৰ্কিত ।
এইবাৰ ধুবুৰীত মহৰি আৰু দালালৰ মাৰপিটৰ ঘটনা
পুনৰ উত্তপ্ত ধুবুৰী চক্ৰ বিষয়াৰ কাৰ্যালয় (Tense situation in Dhubri Circle Office) । এইবাৰ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ এগৰাকী মহিলা মহৰি আৰু এজন দালালৰ সৈতে মাৰপিটৰ ঘটনা। সোমবাৰে সংঘটিত হয় এই ঘটনা ৷
বটদ্ৰৱা কাণ্ডৰ আন এগৰাকী মহিলা অভিযুক্তৰ আত্মসমৰ্পণ
বটদ্ৰৱা কাণ্ডৰ লগত জড়িত আৰু এগৰাকী মহিলা অভিযুক্তৰ আত্মসমৰ্পণ ৷ নগাঁও সদৰ আৰক্ষী থানাত আত্মসমৰ্পন জ্যোৎস্নাৰা বেগম নামৰ মহিলাগৰাকীৰ (Batadrava incident accused surrendered)৷
সাহস দেখুৱাই অপহৰণকাৰীক প্ৰহাৰ কৰিলে দুলীয়াজানৰ এগৰাকী ছাত্ৰীয়ে
দুলীয়াজানত চাঞ্চল্যকৰ ঘটনা ৷ ঘটনা অনুসৰি, দুলীয়াজানৰ চেণ্ট জেভিয়াৰ্চ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ চতুৰ্থ শ্ৰেণীৰ এগৰাকী ছাত্ৰীক দুখন বিলাসী গাড়ীত অহা চাৰি-পাঁচজনীয়া অপহৰণকাৰীৰ এটা দলে অপহৰণৰ চেষ্টা চলায় (Kidnapping attempt in broad daylight in Duliajan)।
24 ঘন্টাই নহ’লেও ২৩ ঘন্টা বিদ্যুৎ লাভ কৰিব ৰাজ্যবাসীয়ে
24 ঘন্টাই নহলেও ২৩ ঘন্টা বিদ্যুৎ লাভ কৰিব ৰাজ্যবাসীয়ে ৷ মঙলবাৰে ৰাজ্যত মুকলি হ’ব ৭০ মেগাৱাট সৌৰ শক্তি উৎপাদন কেন্দ্ৰ । ৰাজ্যত বৈদ্যুতিক তাঁৰে যিসমূহ অঞ্চলক সাঙুৰি ল’ব পৰা নাযায়, তেনে অঞ্চলত সৌৰ শক্তিৰে বিদ্যুৎ যোগান ধৰিব অসম চৰকাৰে । সোমবাৰে শক্তিমন্ত্ৰীয়ে(Power minister Bimal Bora) জানিবলৈ দিলে এই কথা ৷
বিৰোধীক পাম্প নোহোৱা ফুটবল আখ্যা হিমন্ত বিশ্ব শৰ্মাৰ
সোমবাৰে কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং জিলাত মুঠ তিনিখন নিৰ্বাচনী প্ৰচাৰ সভাত অংশ গ্ৰহণ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দলীয় প্ৰাৰ্থীৰ সমৰ্থনত নিৰ্বাচনী প্ৰচাৰ চলায় (Himanta Biswa Sarma in Karbi Anglong)৷