ETV Bharat / state

5 বজাৰ শীৰ্ষ 10 টা বাতৰি - Himanta Biswa sarma on India capital

5 বজাৰ শীৰ্ষ 10 টা বাতৰি

5 বজাৰ শীৰ্ষ 10 টা বাতৰি
5 বজাৰ শীৰ্ষ 10 টা বাতৰি
author img

By

Published : Aug 29, 2022, 5:22 PM IST

ছাত্ৰীবাৰী হত্যাকাণ্ডৰ মূল অভিযুক্ত ডব্লিউ যাদৱক গ্ৰেপ্তাৰ

মহানগৰীৰ ছাত্ৰীবাৰীৰ হত্যাকাণ্ডৰ(Chatribari murder case) মূল অভিযুক্তক গ্ৰেপ্তাৰ ৷ দিল্লীৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ডব্লিউ যাদৱক ৷

ভাৰতৰ ৰাজধানী পাঁচটা স্থানত হোৱাটো বিচাৰে হিমন্ত বিশ্ব শৰ্মাই

ভাৰতৰ ৰাজধানী দেশৰ পাঁচটা মণ্ডলত হ’ব লাগে ৷ কেৱল দিল্লীত হোৱাৰ বাবে দিল্লীৰ উন্নতি হৈছে ৷ দিল্লীৰ উন্নত অৱস্থাৰ ক্ষেত্ৰত দেশৰ ভিন্ন প্ৰান্তৰ লোকৰ অৱদান আছে ৷ গুৱাহাটীক দেশৰ ৰাজধানী কৰি 10 বছৰৰ পাছত দিল্লীক অসমৰ সৈতে তুলনা কৰক ৷ এই মন্তব্য মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ (Himanta Biswa sarma on India capital)৷

ঘৰ এৰিবলৈ বাধ্য কৰোৱা হৈছে বুলি মন্তব্য কৰিলে কংগ্ৰেছ ত্যাগী গোলাম নবী আজাদে

দেশৰ ৰাজধানী দিল্লীত সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত গোলাম নবী আজাদৰ মন্তব্য, "মোক ঘৰ এৰিবলৈ বাধ্য কৰোৱা হৈছে (Ghulam Nabi Azad reaction after quitting Congress)" ।

Made in Nalbari চাবলৈ 2 ডিচেম্বৰত যাওক ছবি ঘৰলৈ

আহি আছে এখন নতুন অসমীয়া ছবি ৷ ব্যতিক্ৰমী চিন্তাধাৰাৰে সম্পৰ্কৰ আধাৰত নিৰ্মাণ হোৱা এখন অৰ্থপূৰ্ণ অসমীয়া ছবি ৷ নাম ‘মেড ইন নলবাৰী’ ৷ নৱ-প্ৰজন্মৰ কেইগৰাকীমান উদ্যমী যুৱক-যুৱতীৰ প্ৰচেষ্টাত গঢ় লৈ উঠা Flashback Films বেনাৰত নিৰ্মাণ হৈছে এই ছবিখন ৷

চাবুৱাৰ পুলুঙা গাঁও পঞ্চায়তৰ প্ৰাক্তন সভানেত্ৰীৰ মৃতদেহ উদ্ধাৰ

অৱশেষত উদ্ধাৰ কৰা হ'ল চাবুৱাৰ পুলুঙা গাঁও পঞ্চায়তৰ প্ৰাক্তন সভানেত্ৰী ৰুণু গোহাঁইৰ মৃতদেহ (Dead body of social worker Runu Gohain recovered) । দেওবাৰে সন্ধিয়াৰ পৰা নিৰুদ্দেশ হৈ আছিল বিশিষ্ট সমাজকৰ্মীগৰাকী । পুখুৰীত ওপঙি থকা অৱস্থাত উদ্ধাৰ গোঁহাইৰ মৃতদেহ(Dead body recovered in pond) ।

জলসিঞ্চন প্ৰকল্পৰ বিধ্বস্ত শ্লুইচ গেটে বিপদত পেলাইছে মৰঙিৰ কৃষকক

চৰকাৰে জলসিঞ্চনৰ ব্য়ৱস্থা কৰা বুলি দাবী কৰি আহিলেও ৰাজ্য়ৰ বিভিন্ন জিলাত বৰষুণৰ অভাৱত পথাৰত মেলিছে চিৰাল ফাঁট (Draught situation in Assam) । গোলাঘাট জিলাতো উপযুক্ত জলসিঞ্চনৰ অভাৱত হাহাকাৰ (Lack of irrigation in Golaghat) লাগিছে কৃষকৰ ।

বনৰীয়া হাতীৰ তাণ্ডৱৰ বাবে মূৰে কঁপালে হাত দিছে সোণাৰিৰ কৃষকে

ৰাজ্যত অব্যাহত আছে হাতী মানুহৰ সংঘাত (Man Elephant conflict)৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ চৰাইদেউ জিলাৰ সোণাৰিতো চলিছে বনৰীয়া হাতীৰ তাণ্ডৱ (Terror of Wild Elephant at Sonari)৷

উৎক্ষেপণৰ বাবে সাজু নাছাৰ মুন ৰকেট

আজি মহাকাশলৈ উৰা মাৰিব আমেৰিকাৰ মহাকাশ সংস্থা নাছাৰ মুন ৰকেট ৷ ইতিমধ্যে উৎক্ষেপণৰ বাবে সাজু হৈছে নাছাৰ মুন ৰকেট । নাছাৰ দ্বাৰা নিৰ্মিত এই ৩২২ ফুট দৈৰ্ঘ্যৰ স্পেচ লঞ্চ চিষ্টেম ৰকেট এতিয়ালৈকে নিৰ্মাণ হোৱা ৰকেটসমূহৰ ভিতৰত আটাইতকৈ শক্তিশালী ৰকেট বুলি গণ্য কৰা হৈছে (NASAs moon rocket ready to take off) ।

জেহাদীক লৈ চিন্তিত SSB

সোমবাৰে তেজপুৰৰ দেৱেন্দ্ৰ নগৰত অনুষ্ঠিত হয় 68 নং এছ এছ বিৰ তৃতীয় দীক্ষান্ত সামাৰোহ (Convocation programme of SSB) ।

Postmenopausal Bleeding হ'ব পাৰে গুৰুতৰ ৰোগৰ লক্ষণ

ৰজোনিবৃত্তি বা ঋতুচক্ৰ শেষ হোৱাৰ পিছত এগৰাকী মহিলাৰ যোনিৰ পৰা অত্যধিক পৰিমাণে হোৱা ৰক্তক্ষৰণ কোনো গুৰুতৰ ৰোগৰ লক্ষণ হ’ব পাৰে । ৰজোনিবৃত্তিৰ পিছৰ ৰক্তক্ষৰণ নামেৰে জনাজাত এই অৱস্থাক এণ্ডোমেট্ৰিয়েল কেঞ্চৰৰ অন্যতম বিশেষ লক্ষণ হিচাপেও গণ্য কৰা হয় । ৰজোনিবৃত্তিৰ পিছৰ ৰক্তক্ষৰণ এনেকুৱা এটা সমস্যা যে ইয়াক আওকাণ কৰিলে মহিলাৰ স্বাস্থ্যৰ ওপৰতো ক্ষতি হ’ব পাৰে ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.