ETV Bharat / state

বিয়লি 3 বজাৰ সংবাদ শীৰ্ষ - TOP 10 AT 3PM

বিয়লি 3 বজাৰ সংবাদ শীৰ্ষ

বিয়লি 3 বজাৰ সংবাদ শীৰ্ষ
বিয়লি 3 বজাৰ সংবাদ শীৰ্ষ
author img

By

Published : Dec 23, 2021, 2:59 PM IST

Blast in Ludhiana District Court : আদালতৰ ভিতৰত ভয়ংকৰ বিস্ফোৰণত নিহত এক

লুধিয়ানা জিলা আদালতত বিস্ফোৰণ (Blast in Ludhiana District Court) ৷ এই বিস্ফোৰণৰ ঘটনাত এগৰাকী ব্যক্তি নিহত হোৱাৰ বিপৰীতে আহত হৈছে চাৰিগৰাকী ৷

Road Accident at Cachar : কাছাৰত পথ দুৰ্ঘটনাত 14 গৰাকী শিক্ষাৰ্থী আহত

কাছাৰত ভয়াৱহ পথ দুৰ্ঘটনা (Road Accident at Chachar) ৷ স্কুলীয়া ভান বাগৰি আহত 14 গৰাকী ছাত্ৰ-ছাত্ৰী ৷

Viral Video of Manas national Park : মানাহ ৰাষ্ট্ৰীয় উদ্যানত পৰ্যটকৰ গাড়ীত আক্ৰমণৰ চেষ্টা গঁড়ৰ

মানাহ ৰাষ্ট্ৰীয় উদ্যানত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা ৷ জীপ চাফাৰীলৈ যোৱা পৰ্যটকৰ এটা দলক আক্ৰমণৰ চেষ্টা এটা গঁড়ৰ (Rhino rushed to tourist group in Manas) ৷ প্ৰায় ডেৰ কিল’মিটাৰ পৰ্যন্ত পৰ্যটকৰ জীপখন খেদি আহিছিল গঁড়টোৱে ৷ অৱশেষত কথমপি প্ৰাণৰক্ষা পৰে পৰ্যটকৰ দলটোৰ ৷ মানাহৰ বাঁহবাৰী ৰেঞ্জৰ সমীপত সংঘটিত এই ঘটনাই সমগ্ৰ অঞ্চলটোতে চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ পাছত মানাহৰ বনকৰ্মীৰ প্ৰচেষ্টাত গঁড়টো পুনৰ গভীৰ অৰণ্যলৈ খেদি পঠোৱা হয় ৷

National Mathematics Day : ত্ৰিপুৰাত ৰাষ্ট্ৰীয় গণিত দিৱসত বিশিষ্ট গণিতজ্ঞ ড৹ আনন্দ কুমাৰ

ত্ৰিপুৰাৰ আগৰতলাত ৰাষ্ট্ৰীয় গণিত দিৱস উদযাপন কৰা হয় (National Mathematics Day celebrated in Tripura)। দিৱসত উপস্থিত থাকি দেশৰ বিশিষ্ট গণিতজ্ঞ ড৹ আনন্দ কুমাৰ গণিতৰ জ্ঞান প্ৰয়োজনীয়তাৰ বিষয়ে উল্লেখ কৰে । তেওঁৰ মতে শিক্ষাৰ্থীসকলক গণিতৰ প্ৰতি উৎসাহিত কৰাৰ লগতে অধিক প্ৰশিক্ষণৰ প্ৰয়োজন ।

বিয়া পাতিবলৈ চপালে চিঠি; কইনাই দিলে দৰালৈ পিঠি !

বিয়া পাতিম বুলি ছোৱালী চালে দৰাৰ পৰিয়ালে গৈ ৷ কইনাক পছন্দ কৰি তাৰিখ আহিলে লৈ ৷ কইনা ঘৰৰ আৰ্থিক অনাতন টকা-পাইচাও দিলে ৷ হোমৰ গুৰিত বহিবলৈ নাপালে ৰাম ঠগনহে খালে ৷ ক’ত, কিয়, কেনেকৈ ঘটিল এই ঘটনা ?

Appeal for divorce : 70 বছৰীয়া পুষ্পলতা আইতাক লাগে ডিভোৰ্চ !

বিবাহ বিচ্ছেদ আজি কালি সাধাৰণ ঘটনা হৈ পৰিছে ৷ কিন্তু যেতিয়া 50 বছৰ সংসাৰ কৰাৰ পাচত এগৰাকী 70 বছৰীয়া আইতাই ডিভোৰ্চ বিচাৰে, তেতিয়া এই ঘটনাক সাধাৰণ বুলিব পৰা নাযায় ৷ এইখন অসমতে সংঘটিত হৈছে তেনে এক ঘটনা ৷ কিয় পুষ্পলতা আইতাক ডিভোৰ্চ লাগে, সবিশেষ জানিবলৈ পঢ়ক এই প্ৰতিবেদন ৷

Protest of Akhil Gogoi : বিধানসভা চৌহদত পুনৰ ব্যতিক্ৰমী ৰূপত বিধায়ক অখিল গগৈ

"ভাষা নাথাকিলে জাতি নাথাকে' আৰু 'এপিএছচিত অসমীয়া ভাষা শেষ" লিখা টি-ছাৰ্ট পৰিধান কৰি ডিঙিত গামোচা লৈ এই প্ৰতিবাদ অখিল গগৈৰ (Akhil Gogoi protests in assembly)। এপিএছচিৰ পৰা তথা অসমৰ প্ৰশাসনৰ পৰা অসমীয়া ভাষা নোহোৱা কৰিবলৈ বিজেপি চৰকাৰে ষড়যন্ত্ৰ কৰিছে । এই সিদ্ধান্ত অসমীয়া জাতিৰ বাবে আত্মঘাটী সিদ্ধান্ত । এই সিদ্ধান্তই অসমীয়া জাতি সম্পূৰ্ণৰূপে শেষ কৰিব ।

Free roaming of Rhino near Majuli : গঁড়ৰ মুক্ত বিচৰণত ভীতিগ্ৰস্ত মাজুলীবাসী

পুনৰ মাজুলীত চলিছে গঁড়ৰ মুক্ত বিচৰণ (Free roaming of Rhino near Majuli) ৷ বিগত পাঁচদিন ধৰি মাজুলীৰ ঘন বসতি প্ৰধান অঞ্চল গুৱাল গাঁৱত মুক্ত বিচৰণ কৰি আছে এটি গঁড়ে (Rhino walking out side forest) ৷ ফলত শংকিত হৈ পৰিছে গুৱাল গাঁৱৰ স্থানীয় লোক । গঁড়টোৱে খাদ্যৰ সন্ধানত কাজিৰঙাৰ পৰা ওলাই আহি মাজুলীত প্ৰৱেশ কৰা বুলি সন্দেহ প্ৰকাশ কৰিছে স্থানীয় লোকসকলে ৷

Christmas Preparation in Guwahati : পবিত্ৰ বৰদিনক লৈ মহানগৰীত ব্যাপক উছাহ

শীতৰ সেমেকা পৰিৱেশৰ মাজতে মহানগৰীত চলিছে খৃষ্টান ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ উৎসৱ বৰদিনৰ প্ৰস্তুতি (Christmas Preparation in Guwahati) ৷ ইতিমধ্যে মহানগৰীৰ প্ৰতিটো গীৰ্জাঘৰ নতুন ৰূপত সজাই-পৰাই তোলা হৈছে ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.