- দৰং ওদালগুৰি সীমান্তৰ লালপুলত ভয়ংকৰ পথ দুৰ্ঘটনা
- দুখন মালবাহী ট্ৰাকৰ মাজত সংঘৰ্ষ
- দুৰ্ঘটনাটোত এজন চালকৰ ভৰিত সোমালে আইৰণ ৰড
- ইয়াৰ পিছতেই সৃষ্টি হয় হাহাকাৰ পৰিস্থিতি
- মঙলদৈ দিশৰ পৰা তেজপুৰ অভিমূখে গৈ আছিল দুখন মালবাহী ট্ৰাক
- গৈ থকা অৱস্থাতে পিছফালৰ পৰা মহতিয়ালে এখনে আনখন ট্ৰাকক
- ঘটনাস্থলীত উপস্থিত হৈছে দলগাঁও আৰক্ষীৰ এটা দল
- চালকজনৰ ভৰিত সোমোৱা আইৰণ ৰড কাটি উদ্ধাৰৰ বাবে চেষ্টা অব্যাহত