ওদালগুৰি, 12 ডিচেম্বৰ : নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত বৃহস্পতিবাৰে উত্তাল হৈ পৰে ওদালগুৰি জিলা ৷ বিধেয়ক বাতিলৰ দাবীত জিলাখনৰ বিভিন্ন ঠাইত প্ৰতিবাদকাৰীয়ে টায়াৰ জ্বলাই ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰে ৷ ওদালগুৰি জিলাৰ ওৰাঙতো কেবক লৈ সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ ৷ ওৰাঙত বৰছলাৰ বিধায়ক গণেশ লিম্বুৰ বাহনত অচিনাক্ত দুৰ্বৃত্তই শিলাবৰ্ষণ কৰাৰ লগতে ওৰাং সাপ্তাহিক বজাৰতো অগ্নিসংযোগ কৰে দুষ্কৃতিকাৰীয়ে ৷
কেবক লৈ উত্তাল ওদালগুৰি
বৰছলাৰ বিধায়ক গণেশ লিম্বুৰ বাহনত অচিনাক্ত দুৰ্বৃত্তৰ শিলাবৰ্ষণ ৷
ওদালগুৰি, 12 ডিচেম্বৰ : নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত বৃহস্পতিবাৰে উত্তাল হৈ পৰে ওদালগুৰি জিলা ৷ বিধেয়ক বাতিলৰ দাবীত জিলাখনৰ বিভিন্ন ঠাইত প্ৰতিবাদকাৰীয়ে টায়াৰ জ্বলাই ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰে ৷ ওদালগুৰি জিলাৰ ওৰাঙতো কেবক লৈ সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ ৷ ওৰাঙত বৰছলাৰ বিধায়ক গণেশ লিম্বুৰ বাহনত অচিনাক্ত দুৰ্বৃত্তই শিলাবৰ্ষণ কৰাৰ লগতে ওৰাং সাপ্তাহিক বজাৰতো অগ্নিসংযোগ কৰে দুষ্কৃতিকাৰীয়ে ৷
Udalguri Breaking
কেবকলৈ উত্তাল ওদালগুৰি জিলা
ওৰাঙত বৰছলাৰ বিধায়ক গণেশ লিম্বুৰ গাড়ীত শিলাবৰ্ষণ কৰিলে অচিনাক্ত দৃবৃত্তই
ওৰাং সপ্তাহিক বজাৰতো অগ্নিসংযোগ দুৰ্বৃত্তৰ
জিলা খনৰ বিভিন্ন ঠাইত টায়াৰ জ্বলাই প্ৰতিবাদ ৰাইজৰ
Conclusion: