- ওদালগুৰিৰ বকুলতলাত গুলীচালনা
- গুলীচালনাত গুৰুতৰভাৱে আহত মোছা আলী নামৰ এজন যুৱক
- তিনি দুৰ্বৃত্তই নিজ বাসগৃহতে গুলীয়াই যায় মোছা আলীক
- বৃহস্পতিবাৰে নিশা ৮.৩০ বজাত সংঘটিত হয় এই ঘটনা
- ঘটনাৰ পাছতেই স্থানীয় ৰাইজে কৰায়ত্ত কৰে দুই দুৰ্বৃত্তক
- কৰায়ত্ত কৰা দুৰ্বৃত্ত দুজন আমিৰুদ্দিন ওৰফে কালিয়া আৰু চমিৰ আলী বুলি চিনাক্ত
- দুই দুৰ্বত্তক উত্তম মধ্যম সোধাই আৰক্ষীক চমজাই দিয়ে স্থানীয় লোকে
- ওদালগুৰি আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা উদ্ধাৰ কৰে ঘটনাত ব্যৱহৃত পিষ্টলটো
- বৰ্তমান ওদালগুৰি অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন মোছা আলী
- বৰ্তমানেও পলাতক বিশ্ব আলী নামৰ আনজন দূৰ্বত্ত
- বিশ্ব আলীৰ সন্ধান অব্যাহত ৰাখিছে আৰক্ষীয়ে
ওদালগুৰিৰ বকুলতলাত গুলীবিদ্ধ এজন
গুলীচালনাত গুৰুতৰভাৱে আহত মোছা আলী নামৰ এজন যুৱক

বাকী ভিজুৱেল -বাইট সকলো এইটো শ্লাগ নামেৰেই ৰিপৰ্টাৰ এপেৰে দিয়া হৈছে। এইটো এই মাত্ৰ পালে আহি বাবে এনেকে দিলো
Last Updated : Jul 26, 2019, 1:28 AM IST