ETV Bharat / state

গুৰুজী বিদ্যাপতি দাহাললৈ "মহাকবি" উপাধি প্ৰদান নেপালী সাহিত্য সভাৰ

author img

By

Published : Apr 24, 2019, 3:09 PM IST

নিজৰ জীৱন কালত সংস্কৃত আৰু নেপালী ভাষাত ১৭ খন মহাকাব্য ৰচনা কৰি সাহিত্য জগতলৈ আগবঢ়োৱা অৱদানৰ বাবে গুৰুজী বিদ্যাপতি দাহাললৈ মঙলবাৰে মহাকবি উপাধিও প্ৰদান কৰে নেপালী সাহিত্য সভাই

গুৰুজী বিদ্যাপতি দাহাললৈ "মহাকবি" উপাধি

ওদালগুৰি, 24 এপ্ৰিলঃ ওদালগুৰিৰ বিশিষ্ট সংস্কৃত পণ্ডিত তথা সু-সাহিত্যক গুৰুজী বিদ্যাপতি দাহালৰ ৮২ সংখ্যক জন্মদিনটো গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানেৰে উদযাপন কৰে ওদালগুৰি জিলা নেপালী সাহিত্য সভাই । ওদালগুৰি নগৰ সমিতিৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় এই অনুষ্ঠানৰ ৷

গুৰুজী বিদ্যাপতি দাহাললৈ "মহাকবি" উপাধি

নিজৰ জীৱন কালত সংস্কৃত আৰু নেপালী ভাষাত ১৭ খন মহাকাব্য ৰচনা কৰি সাহিত্যলৈ আগবঢ়োৱা অৱদানৰ বাবে বিদ্যাপতি দাহাললৈ মঙলবাৰে মহাকবি উপাধিও প্ৰদান কৰে নেপালী সাহিত্য সভাই। ওদালগুৰি জিলা নেপালী সভাৰ সভাপতি গায়ত্ৰী ভট্টৰায়ৰ সভাপতিত্বত অনুষ্ঠিত এই অনুষ্ঠানত উপস্থিত থাকে সাহিত্য অকাডেমি নতুন দিল্লীৰ নেপালী সাহিত্যৰ পৰামৰ্শদাতা ড৹ খেমৰাজ নেপাল, নেপালী সাহিত্য সভাৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক ৰুদ্ৰ বৰালকে ধৰি বহু কেইজন বিশিষ্ট লোক ৷

Intro:নেপালী সাহিত্য সভাৰ মহাকবি উপাধি প্ৰদান

Body:ওদালগুৰিৰ বিশিষ্ট সংস্কৃত পণ্ডিত সু সাহিত্যক গুৰুজী বিদ্যাপতি দাহালৰ ৮২ সংখ্যক জন্মদিনটো ওদালগুৰি নগৰ সমিতিৰ প্ৰেক্ষাগৃহত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানেৰে উদযাপন কৰে ওদালগুৰি জিলা নেপালী সাহিত্য সভাই । নিজৰ জীৱন কালত সংস্কৃত আৰু নেপালী ভাষাত ১৭ খন মহা কাব্য ৰচনা কৰি সাহিত্য জগতলৈ আগবঢ়োৱা অবদানৰ বাবে বিদ‍্যাপতি দাহাললৈ মঙলবাৰে মহাকবি উপাধিও প্ৰদান কৰে ওদালগুৰি জিলা নেপালী সাহিত্য সভাই। ওদালগুৰি জিলা নেপালী সভাৰ সভাপতি গায়ত্ৰী ভট্টৰায়ৰ সভাতিত্বত অনুষ্ঠিত এই অনুষ্ঠানত সাহিত্য অকাডেমি নতুন দিল্লীৰ নেপালী সাহিত্যৰ পৰামৰ্শদাতা ড৹ খেমৰাজ নেপাল, নেপালী সাহিত্য সভাৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক ৰুদ্ৰ বৰালকে ধৰি বহু কেইজন বিশিষ্ট লোক উপস্থিত থাকে

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.