ETV Bharat / state

কলাইগাঁও বিধানসভা সমষ্টিৰ বিজয়ী প্ৰাৰ্থী দুৰ্গা দাস বড়োক সম্বৰ্ধনা

author img

By

Published : May 5, 2021, 11:58 AM IST

কলাইগাঁও বিধানসভা সমষ্টিৰ নৱনিৰ্বাচিত বিধায়ক দুৰ্গা দাস বড়োক সম্বৰ্ধনা ৰাইজৰ। জাতি ধৰ্ম নিৰ্বিশেষে সকলোকে লগত লৈ সমষ্টিটোত সম উন্নয়ন কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে বিধায়ক দুৰ্গা দাস বড়োই ৷

MLA DURGA DAS BORO FELICITATION AT KALAIGAON
কলাইগাঁও বিধানসভা সমষ্টিৰ বিজয়ী প্ৰাৰ্থী দুৰ্গা দাস বড়োক সম্বৰ্ধনা

ৰৌতা, 5 মে': ২০২১ বৰ্ষৰ বিধানসভা নিৰ্বাচনৰ ৬৫ নং কলাইগাঁও বিধানসভা সমষ্টিৰ বিপিএফ দলৰ নৱ-নিৰ্বাচিত বিধায়ক দুৰ্গা দাস বড়োই বুধবাৰে প্ৰথমবাৰৰ বাবে সমষ্টিটোত উপস্থিত হয় । সমষ্টিটোত উপস্থিত হোৱাৰ পিছতে দলীয় কৰ্মী তথা সমৰ্থক সকলে সম্বৰ্দ্ধনা জ্ঞাপন কৰে বিধায়ক দুৰ্গা দাস বড়োক ৷

উক্ত সম্বৰ্ধনা অনুষ্ঠানত বিপিএফ দলৰ বহু জ্যেষ্ঠ নেতা সকলৰ লগতে স্থানীয় ৰাইজ উপস্থিত থাকে ৷ ইফালে সম্বৰ্ধনা অনুষ্ঠানত সমষ্টিটোৰ সকলো জাতি ধৰ্ম নিৰ্বিশেষে সকলোকে লগত লৈ সামগ্ৰীকভাৱে উন্নয়ন কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে বিধায়ক দুৰ্গাদাস বড়োৱে । লগতে 2021 বৰ্ষৰ বিধান সভা নিৰ্বাচনত দুৰ্গাদাস বড়োক জয়যুক্ত কৰাৰ বাবে সকলো ৰাইজকে ধন্যবাদ তথা কৃতজ্ঞতা জ্ঞাপন কৰে বিধায়ক দুৰ্গা দাস বড়োই ৷

লগতে পঢ়ক-অগপ বিধায়িনী দলৰ দলপতি হিচাপে নিৰ্বাচিত অতুল বৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.