ETV Bharat / state

হৰিশিঙাত মুকলি আদৰ্শ চিকিৎসালয় - হৰিশিঙা

মন্ত্ৰী ৰিহণ দৈমাৰীয়ে মুকলি কৰে চিকিৎসালয়খন

হৰিশিঙাত মুকলি আদৰ্শ চিকিৎসালয়
author img

By

Published : Feb 16, 2019, 5:34 PM IST

হৰিশিঙা, ১৬ ফেব্ৰুৱাৰীঃ ওদালগুৰি জিলাৰ হৰিশিঙাত কেইবা কোটি টকা ব্যয় সাপেক্ষে নিৰ্মান কৰা আদৰ্শ চিকিৎসালয়খন শনিবাৰে আনুষ্ঠানিকভাৱে মুকলি কৰা হয়।

হৰিশিঙাত মুকলি আদৰ্শ চিকিৎসালয়
undefined

চিকিৎসালয় খন মুকলি কৰে স্থানীয় বিধায়ক তথা অসম চৰকাৰৰ কেবিনত মন্ত্ৰী ৰিহণ দৈমাৰীয়ে। চিকিৎসালৈ খন মুকলি কৰি মন্ত্ৰী জনে ৰাইজক চিকিৎসালয় খনৰ চাফ-চিকুণতাৰ প্ৰতিও লক্ষ্য ৰাখিবলৈ আহ্বান জনায়।

শনিবাৰৰ এই মুকলি অনুষ্ঠানত বিটিচিৰ অধ্যক্ষ ত্ৰিদীপ দৈমাৰী , বিটিচিৰ স্বাস্থ্য বিভাগৰ কাৰ্যবাহী সদস্য গণেশ কছাৰীৰ লগতে কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

Intro:হৰিশিঙা আদর্শ চিকিৎসালয়ৰ মুকলি কৰিলে মন্ত্ৰী ৰিহণ দৈমাৰীয়ে ।

Body:

ওদালগুৰি জিলাৰ হৰিশিঙাত কেইবা কোটি টকা ব্যয় সাপেক্ষে নিৰ্মান কৰা আদর্শ চিকিৎসালয় খন আজি আনুষ্ঠানিক ভাৱে মুকলি কৰা হয়। চিকিৎসালয় খন মুকলি কৰে স্থানীয় বিধায়ক তথা অসম চৰকাৰৰ কেবিনত মন্ত্ৰী ৰিহণ দৈমাৰীয়ে। চিকিৎসালৈ খন মুকলি কৰি মন্ত্ৰী জনে ৰাইজক চিকিৎসালয় খন ভালকৈ ৰখাত সহায় কৰিব আহ্বান জনায়। লগতে এই চিকিৎসালয় খনে বৃহত্তৰ হৰিশিঙা অঞ্চলৰ বাবে আশাৰ বতৰা বুলি উল্লেখ কৰে। আজিৰ এই মুকলি অনুষ্ঠানত বিটিচিৰ অধ্যক্ষ ত্ৰিদীপ দৈমাৰী , বিটিচিৰ স্বাস্থ্য বিভাগৰ কাৰ্যবাহী সদস্য গণেশ কছাৰীৰ লগতে কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে। আনহাতে এই চিকিৎসালৈ খন নিৰ্মান কাৰ্য সমাপ্ত হোৱা পিছতো নিৰ্মান কাৰ্যত বিজুতি হোৱা বাবে ছাত্র সংগঠনে চিকিৎসালৈ খন মুকলি কৰাত বাধা দিয়াত চিকিৎসালয় খন মুকলি কৰাত কিছু দিন পলম হল বুলি উল্লেখ কৰে বিটিচিৰ অধ্যক্ষ ত্ৰিদীপ দৈমাৰীয়ে ।

BYTE_RIHON DAIMARY
BYTE_TRIDIP DAIMARY

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.