ওদালগুৰি, ২২ মাৰ্চঃ বৰপেটা সত্ৰৰ পৰম্পৰা অনুসৰি ফাকুৱা উৎসৱ পালন কৰিছে ওদালগুৰিবাসীয়ে। শুকুৰবাৰে ওদালগুৰিৰ দৌল উৎসৱৰ অন্তিমটো দিন ।
ওদালগুৰিত ফাকুৱাৰ আনন্দ
নানাৰঙী আবিৰ, হোলীগীতৰ মূৰ্ছনাৰে আনন্দমুখৰ ওদালগুৰিৰ শ্ৰীমন্ত শংকৰদেৱ সত্ৰ ৷ শুকুৰবাৰে ঘুনুচা যাত্ৰা উপলক্ষে ঐতিহাসিক বাঁহ ভঙা পৰ্ব উপভোগ কৰিবলৈ অঞ্চলবাসীৰ মাজত দেখা গৈছে ব্যাপক উচাহ ৷
ওদালগুৰিৰ ফাকুৱা উৎসৱ
ওদালগুৰি, ২২ মাৰ্চঃ বৰপেটা সত্ৰৰ পৰম্পৰা অনুসৰি ফাকুৱা উৎসৱ পালন কৰিছে ওদালগুৰিবাসীয়ে। শুকুৰবাৰে ওদালগুৰিৰ দৌল উৎসৱৰ অন্তিমটো দিন ।
Intro:আজি ওদালগুৰিৰ দৌল উৎসৱৰ অন্তিম দিন। বৰপেটা সত্ৰৰ পৰম্পৰা অনুসৰি আজিৰ দিনটোত ফাকু খেলিছে ওদালগুৰি বাসীয়ে। কিছু সময়ৰ পিছতে অনুষ্ঠিত হব শ্ৰী কৃষ্ণৰ ঘুনুচা যাত্ৰা। শ্ৰীমন্ত শংকৰদেৱ সত্ৰত আকৰ্ষণীয় বাঁহ ভগা পৰ্ব চাবলৈ ভি ভিৰ কৰিব হাজাৰ হাজাৰ লোকে
Body:ওদালগুৰিৰ শ্ৰীমন্ত শংকৰদেৱৰ সত্ৰত বৰপেটা সত্ৰৰ পৰম্পৰা অনুসৰি অনুষ্ঠিত হোৱা দৌল উৎসৱৰ অন্তিম দিন। সত্ৰৰ পৰম্পৰা অনুসৰি আজি ফাকু খেলিব ওদালগুৰি বাসীয়ে। ফাকুৱাক লৈ ব্যাপক উৎসাহ দেখা গৈছে ওদালগুৰি। হোলী গীত গাই ফাকু খেলিছে ওদালগুটি বাসীয়ে।
(Photo দিয়া হৈছে)
Conclusion: