ETV Bharat / state

ওদালগুৰিত উদ্ধাৰ নগাঁওৰ যুৱকৰ মৃতদেহ

হত্যা কৰি গাতত পুতি থৈছিল শ্যামানন্দ নমস্য (১৮) নামৰ যুৱকজনক

হত্যাকাৰী যুৱক
author img

By

Published : Mar 27, 2019, 7:56 PM IST

ওদালগুৰি, ২৭ মাৰ্চঃ ওদালগুৰিত গাঁতত পুতি থোৱা অৱস্থাত উদ্ধাৰ হয় এজন যুৱকৰ মৃতদেহ ৷ জিলাখনৰ কলাইগাঁও থানাৰ অন্তৰ্গত নাক্তিপাৰাত কলাইগাঁও আৰু টংলা আৰক্ষীয়ে উদ্ধাৰ কৰে মৃতদেহটো ৷ উদ্ধাৰ হোৱা মৃতদেহটো নগাঁও জিলাৰ শ্যামানন্দ নমস্য (১৮) বুলি চিনাক্ত কৰিছে আৰক্ষীয়ে ৷

etvbharat
হত্যাকাৰী যুৱক

কলাইগাঁওৰ বিকাশ দাস নামৰ যুৱকজন কিছুদিন পূৰ্বে চিনাকি সূত্ৰে নগাঁৱৰ শ্যামানন্দৰ ঘৰত ফুৰিবলৈ গৈছিল ৷ শ্যামানন্দৰ ঘৰৰ পৰাই দুয়ো ফুৰিবলৈ বুলি ওলাই আহিছিল আৰু তেতিয়াৰে পৰাই নিৰুদ্দেশ হৈ আছিল শ্যামানন্দ ৷ শ্যামানন্দৰ খবৰ নাপাই পৰিয়ালৰ লোকে চামগুৰি আৰক্ষীৰ কাষ চাপে ৷

হত্যাকাণ্ড

ঘটনা সন্দৰ্ভত চামুগুৰি থানাই তদন্ত আৰম্ভ কৰি ওদালগুৰি জিলাৰ টংলা থানাত যোগাযোগ কৰাত সকলো তথ্য ওলাই পৰে ৷ টংলা আৰক্ষীৰ আগত বিকাশে শ্যামানন্দক হত্যা কৰি পুতি থোৱা বুলি স্বীকাৰ কৰে ৷ কলাইগাঁও আৰু টংলা আৰক্ষীয়ে বুধবাৰে বিকাশক লগত লৈ অভিযান চলাই কলাইগাঁওৰ নাক্তিপাৰাৰ পৰা পুতি থোৱা শ্যামানন্দৰ মৃতদেহটো উদ্ধাৰ কৰে ।

স্থানীয় যুৱক

ঘটনা সন্দৰ্ভত আৰক্ষীয়ে গোচৰ ৰুজু কৰাৰ লগতে শ্যামানন্দৰ মৃতদেহটো মৰনোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে ৷ অৱশ্যে এতিয়ালৈকে হত্যাকাণ্ডৰ কাৰণ পোহৰলৈ অহা নাই যদিও আৰক্ষীৰ তদন্তত স্পষ্ট হৈ পৰিব সকলো কথা ৷

হত্যাকাৰী

On Wed, 27 Mar 2019, 4:16 pm DHANDEEP BORA, <dhandeep.bora@etvbharat.com> wrote:
Local people

On Wed, 27 Mar 2019, 4:10 pm DHANDEEP BORA, <dhandeep.bora@etvbharat.com> wrote:
ওদালগুৰিত উদ্ধাৰ নগাঁওৰ যুৱকৰ মৃতদেহ।
হত্যা কৰি পুতি থৈছিল গাতত 

ওদালগুৰিঃ  ওদালগুৰিৰ জিলাৰ কলাইগাঁও থানাৰ অন্তৰ্গত নাক্তি পাৰাত হত্যা কৰি পুতি থোৱা এজন যুৱকৰ    মৃতদেহ উদ্ধাৰ কৰা হয়। কলাইগাঁও আৰক্ষী আৰু টংলা আৰক্ষীয়ে আজি  উদ্ধাৰ কৰা মৃতদেহটো নগাঁও জিলাৰ শ্যামানন্দ নমস্য (১৮) নামৰ যুৱক জনৰ বুলি জানিব পৰা গৈছে।
ঘণটা বিৱৰণী মতে কলাইগাঁওৰ বিকাশ দাস নামৰ যুৱক জন পিছুদিন পূৰ্বে চিনাকি সূত্ৰে ফুৰিব যায় নগাঁওৰ শ্যামানন্দৰ ঘৰত। তাৰ পিছতে বিকাশ আৰু শ্যামানন্দ দুয়োৱে অলপ ফুৰিবলৈ যায় বুলি ঘৰৰ ওলাই আহে যদিও তেতিয়াৰ পৰাই সন্ধান নাছিল শ্যামানন্দৰ। শ্যামানন্দৰ খৰব নাপাই  পৰিয়ালয় লোকে  অৱশেষত কাষ চাপে চামুগুৰি আৰক্ষী থানাৰ। পৰিয়ালৰ অভিযোগ মৰ্মে  চামুগুৰি থানাই তদন্ত আৰম্ভ কৰি ওদালগুৰি জিলাৰ টংলা থানাত যোগাযোগ কৰে। টংলা থানাই বিকাশ দাসক আটক কৰি জেৰা কৰাত শ্যামানন্দক  হত্যা কৰি পুতি থোৱা বুলি অৱগত হয়। আজি অৱশেষত হত্যাকাৰী বিকাশকলৈ কলাইগাঁও আৰু টংলা আৰক্ষীয়ে অভিযান চলাই কলাইগাঁওৰ নাক্তিপাৰাৰ পৰা পুতি থোৱা শ্যামানন্দৰ মৃতদেহটো উদ্ধাৰ কৰে।
অৱশ্যে ধৃত বিকাশে এই হত্যাকাণ্ড বিকাশৰ মোমায়েকে কৰা বুলি কয় যদিও বিকাশে নিজক বচাবলৈ এই মিছা কথাৰ আশ্ৰয় লৈছে বুলি স্থানীয় লোকে জানিব দিয়ে। অৱশ্যে ঘটনাৰ প্ৰকৃত সত্য আৰক্ষীৰ তদন্তৰ পিছতহে জানিব পৰা যাব।

BYTE স্থানীয় লোক 
 
BYTE- অভিযুক্ত
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.