ETV Bharat / state

ঈশ্বৰৰ কৃপা লাভ কৰিব এই ৰাশিৰ লোকে...বৃদ্ধি হ’ব আনন্দ-উৎসাহ...চাওক কি কয় আপোনাৰ ৰাশিচক্ৰই

কেনে যাব আপোনাৰ দিনটো ? কোন ৰাশিৰ জাতক-জাতিকাই এনে কি কাম কৰিলে পাব শুভফল ? জানিবলৈ পঢ়ক দিনটোৰ ৰাশিফল ৷

DAILY HOROSCOPE FOR 24TH OCTOBER 2024
আজিৰ দিনটোৰ ৰাশিফল (ETV Bharat)
author img

By ETV Bharat Lifestyle Team

Published : 2 hours ago

মেষ ৰাশি: সামাজিক স্বীকৃতি লাভ কৰিব ৷ আৰ্থিক লাভৰ যোগ আছে ৷ ব্যক্তিগত জীৱনটো সুখ আৰু পৰিতৃপ্তিৰে ভৰি পৰিব ৷ বৌদ্ধিক আলোচনাত অংশগ্ৰহণ কৰিব পাৰে ৷

বৃষ ৰাশি: দিনটো আনন্দৰে থাকিব ৷ আপুনি মানসিকভাৱে সুস্থ অনুভৱ কৰিব ৷ সকলো কাম পৰিকল্পনা অনুসৰি সম্পন্ন হ’ব ৷ আৰ্থিক লাভৰ যোগ আছে ৷ অসমাপ্ত কাম সমাপ্ত হ’ব ৷ পিতৃ-মাতৃৰ পৰা সু-সংবাদ পাব পাৰে ৷ যিসকলে অসুস্থতাত ভুগি আছে তেওঁলোকে সুস্থ হৈ উঠিব ৷ সহকৰ্মীসকলৰ পৰা সহযোগিতা লাভ কৰিব ৷

মিথুন ৰাশি: স্বামী বা স্ত্ৰী আৰু সন্তানৰ স্বাস্থ্যক লৈ চিন্তাত থাকিব ৷ তৰ্ক-বিতৰ্কৰ পৰা আঁতৰত থাকিব ৷ ব্যয় বৃদ্ধি ৷ পেটৰ সমস্যাই দেখা দিব পাৰে ৷ যিমান দূৰ পাৰে ভ্ৰমণ এৰাই চলক ৷

কৰ্কট ৰাশি: বেয়া চিন্তাই দিনটো বিষণ্ণ হৈ থাকিব ৷ দিনটো আনন্দ-উৎসাহ-উদ্দীপনাৰ অভাৱ অনুভৱ কৰিব ৷ পৰিয়ালৰ লোকৰ সৈতে বিবাদ হোৱাৰ সম্ভাৱনা আছে ৷ ব্যয় বৃদ্ধি ৷ হৃদৰোগত ভুগিব পাৰে ৷

সিংহ ৰাশি: ঈশ্বৰৰ আশীৰ্বাদত দিনটো আনন্দ আৰু শান্তিৰে পাৰ হ’ব ৷ ভাই-ভনীসকলৰ সৈতে সম্পৰ্ক আৰু সুদৃঢ় হৈ উঠিব ৷ সফলতা লাভ কৰিব ৷ প্ৰেমত শুভ ৷

কন্যা ৰাশি: সাংসাৰিক পৰিৱেশ আনন্দময় হৈ থাকিব ৷ সফলভাৱে সকলো কাম সম্পূৰ্ণ কৰিব পাৰিব ৷ বৌদ্ধিক আলোচনাৰ পৰা দূৰত থাকক ৷ ভ্ৰমণৰ যোগ আছে ৷ ব্যয় নিয়ন্ত্ৰণ কৰক ৷ শিক্ষকৰ কাৰণে সময়টো জটিল ৷

তুলা ৰাশি: আৰ্থিক দিশটোৰ পৰিকল্পনা প্ৰণালীবদ্ধভাৱে ঠিক কৰিব ৷ সৃজনশীল চিন্তাধাৰা মনত উপজিব ৷ সুস্থ শৰীৰ আৰু সুস্থ মনৰ অধিকাৰী হৈ থাকিব ৷ আত্মবিশ্বাস বৃদ্ধি হ’ব ৷

বৃশ্চিক ৰাশি: নিজৰ আগ্ৰাসী মনোভাৱ আৰু কথা-বতৰাক নিয়ন্ত্ৰণ কৰি ৰাখক ৷ উদ্বেগ আৰু শাৰীৰিক সমস্যাৰ কাৰণে দিনটো বিভ্ৰান্ত হৈ থাকিব ৷ বাহন চলাওঁতে অত্যন্ত সাৱধানে থাকিব, কিয়নো দুৰ্ঘটনা হোৱাৰ আশংকা আছে ৷ প্ৰিয়জন আৰু পৰিয়ালৰ লোকৰ সৈতে বিবাদত লিপ্ত হ’ব পাৰে ৷

ধনু ৰাশি: দিনটো শুভ ৷ আৰ্থিক, সামাজিক আৰু ব্যক্তিগত ক্ষেত্ৰত লাভৱান হ’ব ৷ প্ৰিয়জনৰ সৈতে ভ্ৰমণলৈ যাব পাৰে ৷ ব্যৱসায়ৰ কাৰণে দিনটো ভাল ৷ সংসাৰত শান্তি বিৰাজ কৰিব ৷

মকৰ ৰাশি: দিনটো আনন্দৰে পাৰ কৰিব ৷ বন্ধু আৰু প্ৰিয়জনসকলক লগ পাব ৷ ব্যৱসায়ৰ কাৰণে ধনৰ যোগাৰ কৰাৰ সময়ত সমস্যাত পৰিব পাৰে ৷ কৰ্মক্ষেত্ৰত সন্মান অৰ্জন কৰিব ৷ সাৱধানে থাকক, দুৰ্ঘটনা হ’ব পাৰে ৷

কুম্ভ ৰাশি: নিজৰ প্ৰতিযোগীসকলৰ সৈতে বিবাদত লিপ্ত নহ’ব ৷ শাৰীৰিকভাৱে সুস্থ নাথাকিব পাৰে ৷ দিনটো এলেহুৱা অনুভৱ কৰিব পাৰে ৷ ঊৰ্ধ্বতনসকলৰ সৈতে কথা পতাৰ সময়ত সতৰ্ক থাকিব ৷

মীন ৰাশি: অনৈতিক কাৰ্যকলাপ কৰি বিপদত পৰিব পাৰে৷ নিজৰ মুখত লেকাম টানি ৰাখক, নিজৰ খং নিয়ন্ত্ৰণ কৰি ৰাখক ৷ স্বাস্থ্যক লৈ সাৱধানে থাকক ৷ অবৈধ কাৰ্যকলাপত লিপ্ত নহ’ব ৷ দিনটো অস্থিৰ হৈ থাকিব ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.