ETV Bharat / state

ওদালগুৰিত বন্য হস্তীৰ মৃত্যু - etv bharat assam

হাতীটোৰ মৃত্যুৰ পিচতে কোনো দুষ্ট লোকে হাতীটোৰ শুৰৰ আগৰ অংশ কাটি নিয়ে ৷

ওদালগুৰিত বন্য হস্তীৰ মৃত্যু
author img

By

Published : Jun 3, 2019, 10:56 AM IST

Updated : Jun 3, 2019, 1:48 PM IST

  • ওদালগুৰিত বন্য হস্তীৰ মৃত্যু ৷
  • ভূটীয়াচাং চাহ বাগিছাৰ সমীপত মৃত্যুক সাৱতিলে হাতীটোৱে ৷
  • হাতীটোৰ মৃত্যুৰ পিচতে কোনো দুষ্ট লোকে কাটি নিয়ে হাতীটোৰ শুৰৰ আগৰ অংশ ৷
  • অৱশ্যে হাতীটোৰ মৃত্যুৰ প্ৰকৃত কাৰণ এতিয়াও জানিব পৰা হোৱা নাই ৷
  • নিশাই হাতীটোৰ মৃত্যু হোৱাৰ সন্দেহ স্থানীয় লোকৰ ৷
  • বৰ্তমান ঘটনাস্থলীত উপস্থিত হৈছে বন বিভাগৰ দল ৷

Intro:Body:

*Udalguri Breaking*

ওদালগুৰিত বনৰীয়া হাতীৰ মৃত্যু

ভূটীয়াচাং চাহ বাগিছাৰ সমীপত মৃত্যুক সাৱতিলে হাতীটোৱে।

হাতীটোৰ মৃত্যুৰ পিছতে কোনো দুষ্ট লোকে কাটি নিয়ে হাতীটোৰ ওঠ (শুৰৰ আগৰ অংশ)

অৱশ্যে হাতীটোৰ মৃত্যুৰ প্ৰকৃত কাৰণ এতিয়াও জানিব পৰা হোৱা নাই।

নিশাই হাতীটোৰ  মৃত্যু  হোৱা বুলি সন্দেহ স্থানীয় লোকৰ।

বৰ্তমান ঘটনাস্থলীত উপস্থিত হৈছে বন বিভাগৰ দল।

Conclusion:
Last Updated : Jun 3, 2019, 1:48 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.