তামুলপুৰ, ১মেঃ মঙলবাৰে ওদালগুৰি জিলাৰ ভেৰগাও মহকুমাৰ অন্তৰ্গত ২নং ৰৌমাৰীৰ ৰুবুল ডেকা নামৰ এজন লোকৰ ঘৰত অগ্নিকাণ্ড সংঘটিত হয়। এই অগ্নিকাণ্ডৰ ফলত বাসগৃহৰ লগতে বৃহৎ সম্পত্তি ভস্মীভূত হয়। নিশা ৰাজেন ডেকাৰ ঘৰত লগোৱা ধূপকাঠিৰ পৰা গেছ চিলিণ্ডাৰত অগ্নি সংযোগ হৈ বাসগৃহ সহ প্ৰায় ৪ লক্ষধিক টকাৰ সা-সম্পত্তিৰ ক্ষতি হয়। স্থানীয় লোকে ঘৰটোত জুয়ে ছানি ধৰা প্ৰত্যক্ষ কৰে আৰু গেছ চিলিণ্ডাৰটো পুখুৰীত পেলাই দিয়ে । যাৰ বাবে কথমপি ৰক্ষা পৰে অঞ্চলটোৰ বহু ঘৰ। বুধবাৰে ভেৰগাও আৰক্ষীয়ে ৰুবুল ডেকাৰ ঘৰত উপস্থিত হৈ ঘটনাৰ তদন্ত কৰে ।
ওদালগুৰিৰ ভেৰগাৱত অগ্নিকাণ্ডঃ ৪ লক্ষধিক টকাৰ সা-সম্পত্তি ধংস - গেছ চিলিণ্ডাৰ
ওদালগুৰিৰ ভেৰগাৱত অগ্নিকাণ্ড সংঘটিত হোৱাৰ ফলত ৪ লক্ষাধিক টকাৰ সম্পত্তি জাহ যায় অগ্নিকাণ্ডত, ধূপৰ পৰা সংঘটিত হয় এই অগ্নিকাণ্ড
তামুলপুৰ, ১মেঃ মঙলবাৰে ওদালগুৰি জিলাৰ ভেৰগাও মহকুমাৰ অন্তৰ্গত ২নং ৰৌমাৰীৰ ৰুবুল ডেকা নামৰ এজন লোকৰ ঘৰত অগ্নিকাণ্ড সংঘটিত হয়। এই অগ্নিকাণ্ডৰ ফলত বাসগৃহৰ লগতে বৃহৎ সম্পত্তি ভস্মীভূত হয়। নিশা ৰাজেন ডেকাৰ ঘৰত লগোৱা ধূপকাঠিৰ পৰা গেছ চিলিণ্ডাৰত অগ্নি সংযোগ হৈ বাসগৃহ সহ প্ৰায় ৪ লক্ষধিক টকাৰ সা-সম্পত্তিৰ ক্ষতি হয়। স্থানীয় লোকে ঘৰটোত জুয়ে ছানি ধৰা প্ৰত্যক্ষ কৰে আৰু গেছ চিলিণ্ডাৰটো পুখুৰীত পেলাই দিয়ে । যাৰ বাবে কথমপি ৰক্ষা পৰে অঞ্চলটোৰ বহু ঘৰ। বুধবাৰে ভেৰগাও আৰক্ষীয়ে ৰুবুল ডেকাৰ ঘৰত উপস্থিত হৈ ঘটনাৰ তদন্ত কৰে ।
ধুপৰ পৰা অগ্নি সংযোগ হোৱাৰ সন্দেহ।
Body:তামুলপুৰ,১/৫/২০১৯.
তামুলপুৰ মহকুমাৰ সীমান্ত বৰ্তী ওদালগুৰি জিলাৰ ভেৰগাও মহকুমাৰ অন্তৰ্গত ২নং ৰৌমাৰী গাঁৱৰ ৰুবুল ডেকা নামৰ লোক গৰাকীৰ বাসগৃহ ত ধুপৰ পৰা অগ্নি সংযোগ হৈ সম্পূৰ্ণ ৰূপে ভস্মীভূত হয়।
তথ্য মতে ৩০এপ্ৰিল ৰ সন্ধিয়া ৮মান বজাত জ্বলোৱা ধূপে কাল হৈ পৰিল ৰুবুল ডেকাৰ।গধূলি জ্বলোৱা এই ধূপৰ পৰা গেছ চিলিণ্ডাৰত অগ্নি সংযোগ হৈ বাসগৃহ সহ প্ৰায়৪ লক্ষধিক টকাৰ সম্পত্তি ক্ষতি হয়। স্থানীয় ৰাইজৰ ততপৰতাত গেছ চিলিণ্ডাৰত টো পুখুৰীত পেলাই দিয়া ৰ বাবে ৰুবুল ডেকাৰ কিছু সম্পত্তি ৰ লগতে ওচৰ চুবুৰীয়া ৰ কোনো ক্ষতি নহল।
আজি পুৱা ভেৰগাও আৰক্ষীয়ে ৰুবুল ডেকাৰ ঘৰত উপস্থিত হৈ ঘটনাৰ বুজ লয়।
১/৫/২০১৯,
তামুলপুৰৰ পৰা দ্বীপেন শৰ্মা ETV Bharat Adam.
Conclusion: