ETV Bharat / state

কাঠফুলা ভক্ষণ কৰি ওদালগুৰিত অসুস্থ 17 জন

author img

By

Published : May 3, 2020, 8:12 PM IST

Updated : May 3, 2020, 8:42 PM IST

ওদালগুৰি জিলাৰ ভাৰত-ভূটান সীমান্তৰ বামুণজুলি চাহ বাগিচাত কাঠফুলা ভক্ষণ কৰি পেটৰ বিষ, বমি, ডায়েৰীয়াত আক্ৰান্ত 17 জনকৈ লোক ৷ ততালিকে আটাইকেইগৰাকী লোকক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ৷ ইয়াৰে 3 জনৰ অৱস্থা সংকটজনক ৷

Bamunjuli tea gurden
কাঠফুলা ভক্ষণ কৰি গুদালগুৰিত অসুস্থ 17 জন

ওদালগুৰি, 3 মে': লক্ ডাউনৰ মাজতে ওদালগুৰি জিলাৰ বামুণজুলি চাহ বাগিচাত অঘটন । বিষাক্ত কাঠফুলা খাই গুৰুতৰভাবে অসুস্থ হৈ পৰে 17 জনকৈ লোক ৷

প্ৰাপ্ত তথ্য অনুসৰি, বাগিচা খনৰ দুজন কৰ্মচাৰীয়ে কাঠফুলা সংগ্ৰহ কৰি আন-আন কৰ্মচাৰীৰ মাজত ভগাই দিছিল ৷ কিন্তু সেই কাঠফুলা খোৱাৰ পিছতে আটাইকেইগৰাকী শ্ৰমিক পেটৰ বিষ, বমি, ডায়েৰীয়াত আক্ৰান্ত হয় ৷

পৰৱৰ্তী সময়ত আক্ৰান্ত লোক কেইজনক বামুণজুলি চাহ বাগিচাত প্ৰাথমিক চিকিৎসাৰ অন্তত উন্নত চিকিৎসাৰ বাবে টংলা প্ৰাথমিক চিকিৎসালয়ত ভৰ্তী কৰোবা হয় । ইয়াৰে 3 জন লোকৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটাৰ বাবে ততালিকে ওদালগুৰি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ৷

লগতে পঢ়ক : মংগলদৈত শোকাৱহ পথ দুৰ্ঘটনাত নিহত এজন

Last Updated : May 3, 2020, 8:42 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.