ETV Bharat / state

" ছয়খন বিধানসভা সমষ্টি সংৰক্ষণ হ'ব লাগে গোৰ্খা সকলৰ বাবে " : প্ৰেম তামাঙ - ৪০ সংখ্যক দ্বি-বাৰ্ষিক অধিৱেশন

ওদালগুৰি জিলা গোর্খা ছাত্ৰ সন্থাৰ ৪০ সংখ্যক দ্বি-বাৰ্ষিক অধিবেশনৰ সামৰণি, গোৰ্খাসকলৰ জনজাতিকৰণৰ দাবীত সৰৱ সংগঠনটো

author img

By

Published : Feb 2, 2019, 10:54 PM IST

ওদালগুৰি, ২ ফেব্ৰুৱাৰী : শুকুৰবাৰে সামৰণি পৰে দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হোৱা ওদালগুৰি জিলা গোর্খা ছাত্ৰ সন্থাৰ ৪০ সংখ্যক দ্বি-বাৰ্ষিক অধিৱেশন । সামৰণিৰ দিনটোত অধিৱেশনৰ লগত সংগতি ৰাখি অনুষ্ঠিত মকুলি সভাত অংশগ্ৰহণ সংগঠনটোৰ কেন্দ্ৰীয় সভাপতি প্ৰেম তামাঙ । নিজ ভাষণত প্ৰসংগত কেন্দ্ৰীয় সভাপতি গৰাকীয়ে উল্লেখ কৰে যে, অতীজৰ পৰা গোৰ্খাসকল বঞ্চিত হৈ আহিছে । গোৰ্খাসকলক জনজাতিকৰণৰ বাবে অসম চৰকাৰে noc দিয়া নাই । উক্ত অনুষ্ঠানটোতে সংগঠনটোৰ সভাপতি গৰাকীয়ে লগতে কয় যে, চৰকাৰে তেজপুৰ সমষ্টিত গোৰ্খা লোকক প্ৰাৰ্থীত্ব প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি দিছে । কিন্তু কেৱল এটা লোকসভা সমষ্টি দিয়েই আমাক সন্তুষ্ট কৰিলে নহ'ব গোৰ্খাসকলৰ বাবে ছয়খন বিধানসভা সমষ্টি সংৰক্ষণ হ'ব লাগে ।

undefined

উল্লেখ্য যে, ওদালগুৰি জিলা গোর্খা ছাত্ৰ সন্থাৰ ৪০ সংখ্যক দ্বি-বাৰ্ষিক অধিৱেশনত সংগঠনটোৰ কেন্দ্রীয় সভাপতি প্ৰেম তামাঙৰ লগতে উপস্থিত থাকে সাহিত্য অকাডেমি বঁটা বিজয়ী তাৰাপতি উপাধ্যায়, বিটিচিৰ অধ্যক্ষ ত্ৰিদীপ দৈমাৰী জিলা আছুৰ সভাপতি প্ৰাঞ্জল পাটোৱাৰী উপৰিও অনান্য বহু কেইগৰাকী ব্যক্তি । মুকলি সভাখনতে গোৰ্খা সকলৰ কৃষ্টি সংস্কৃতি প্ৰদৰ্শন কৰা হয় ।

Intro:আগছুৰ ওদালগুৰি জিলা সমিতিৰ অধিৱেশনৰ সামৰণি । গোর্খা সকলক জনজাতিকাৰণৰ দাবী।

Body:।
ওদালগুৰিৰ বিষ্ণু ৰাভা কৃষ্টি সংঘৰ প্ৰেক্ষাগৃহত শুক্ৰবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা
ওদালগুৰি জিলা গোর্খা ছাত্ৰ সন্থাৰ ৪০ সংখ্যক দি বাৰ্ষিক অধিবেশনৰ আজি সামৰণি পৰে । অধিবেশনৰ সামৰণিৰ দিনা অনুষ্ঠিত মুকলি সভাত অংশ গ্ৰহণ কৰে গোৰ্খা ছাত্র সন্থাৰ কেন্দ্রীয় সভাপতি প্ৰেম তামাঙে। নেতা জনে গোৰ্খা সকল সদায় বঞ্চিত হৈ থকা বুলি অভিযোগ কৰাৰ লগতে গোৰ্খা সকলক জনজাতিকাৰনৰ বাবে অসম চৰকাৰে N.O.C. নিদিয়াৰ বাবে ক্ষোভ প্রকাশ কৰে। গোৰ্খা সকলক জনজাতিৰ মৰ্যাদা দিয়াৰ বাবেও দাবী জনাই নেতা জনে। আনহাতে আগন্তুক লোকসভাৰ নিৰ্বাচনত শাসক পক্ষই তেজপুৰ সমষ্টিত গোর্খা জনগোষ্ঠীৰ প্ৰাৰ্থীক প্ৰাৰ্থীত্ব আগ বঢ়াব বুলি প্ৰতিশ্ৰুতি দিয়া বুলি প্ৰেম টামাঙে জানিব দিয়ে। আজিৰ এই সভাত সাহিত্য অকাডেমি বঁটা বিজয়ী সাহিত্যিক তাৰাপতি উপাধ্যায়, আগছুৰ উপ সভাপতি অৰ্জুন চেত্ৰী, সাধাৰণ সম্পাদক ৰোহিত দাহাল, বিটিচিৰ অধ্যক্ষ ত্ৰিদীপ দৈমাৰী, জিলা আছুৰ সভাপতি প্ৰাঞ্জল পাটোৱাৰী, যুৱ ছাত্ৰ পৰিষদৰ সভাপতি কন্ঠ কুমাৰ দাসকে ধৰি বিভিন্ন দল সংগঠনৰ নেতাই অংশগ্ৰহণ কৰে। মুকলি সভাত গোৰ্খা সকলৰ বিভিন্ন কলা কৃষ্টিও প্ৰদৰ্শন কৰা হয়

BYTE-PREM TAMANG

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.