ETV Bharat / state

ওৰাঙত পুনৰ একেটা স্থানতে পথ দুৰ্ঘটনা: থিতাতে নিহত এজন

ওৰাঙত পুনৰ সংঘটিত এক পথ দুৰ্ঘটনাত থিতাতে নিহত হ'ল এজন লোক ৷ মঙলবাৰে নিশা একে স্থানতে সংঘটিত এক দুৰ্ঘটনাত নিহত হৈছিল 8 জনকৈ লোক ৷

author img

By

Published : Nov 20, 2019, 8:04 PM IST

ওৰাঙত পুনৰ পথ দূৰ্ঘটনাত নিহত এজন

ওদালগুৰি, 20 নৱেম্বৰ : ওৰাঙৰ গেলাবিলৰ একেটা স্থানতে পুনৰ সংঘটিত হ'ল আন এক পথ দুৰ্ঘটনা ৷ এই দুৰ্ঘটনাত থিতাতে নিহত হয় অৰুণ নাৰ্জাৰী নামৰ এজন লোক ৷ 15 নং ৰাষ্ট্ৰীয় পথত ৰৈ থকা এখন ট্ৰাকত খুন্দিওৱাৰ ফলত স্কুটী আৰোহী অৰুণ নাৰ্জাৰী নিহত হোৱাৰ লগতে গুৰুতৰভাৱে আহত হয় এগৰাকী মহিলা ৷

ওৰাঙত পুনৰ পথ দূৰ্ঘটনা
থিতাতে নিহত এজন
ওৰাঙত পুনৰ পথ দূৰ্ঘটনা

উল্লেখ্য যে, মঙলবাৰে নিশা গেলাবিলত সংঘটিত হৈছিল এক ভয়াৱহ পথ দুৰ্ঘটনা ৷ ৰৈ থকা ট্ৰাকত এখন আৰ্টিগা বাহনে খুন্দিওৱাৰ ফলত মৃত্যু হৈছিল 8 জনকৈ লোকৰ ৷ দুদিনত দুটাকৈ ভয়াৱহ পথ দুৰ্ঘটনা সংঘটিত হোৱাৰ পাচতে উত্তেজিত ৰাইজে অৱৰোধ কৰে ৰাষ্ট্ৰীয় ঘাইপথ ৷

ওৰাঙত পুনৰ পথ দূৰ্ঘটনা

আৰু পঢ়ক : মহাৰাষ্ট্ৰৰ অচলাৱস্থাৰ সময়তে প্ৰধানমন্ত্ৰীৰে মিলিত পাৱাৰ

Intro:ওৰাঙৰ গেলা বিলৰ একেটা স্থানত পুনৰ পথ দূৰ্ঘটনা।

১৫ নং ৰাষ্ট্ৰীয় ঘাই পথত ৰৈ থকা ট্ৰাকত খুন্দিয়ালে স্কুটীয়ে।

দুৰ্ঘটনাটোত থিতাতে নিহত অৰুন নাৰ্জাৰী নামৰ এজন।

মৃত অৰুন নাৰ্জাৰীৰ লগত স্কুটী খনত থকা এগৰাকী মহিলাও গুৰুতৰভাৱে আহত হৈছে দূৰ্ঘটনাটোত।

যোৱা নিশা গেলাবিলত সংঘটিত হৈছিল এক ভয়াৱহ পথ দূৰ্ঘটনা

ৰৈ থকা ট্ৰাকত আৰটিগা বাহনে পিছ পিনৰ পৰা খুন্দুৱাৰ ফলত মৃত্যু হৈছিল ৮ জন লোক।

সেই ট্ৰাকখনৰ সামগ্ৰী আনলোড কৰিবলৈ অনা আন এখন ট্ৰাকত সন্মুখৰ পৰা খুন্দিয়ালে স্কুটী খনে।

ঘটনাৰ পিছতে ওৰাঙত চেপা উত্তেজনা।

ৰাষ্ট্ৰীয় ঘাই পথ অৱৰোধৰ চেষ্টা একাং স্থানীয় লোকৰ

Body:ওৰাঙৰ গেলা বিলৰ একেটা স্থানত পুনৰ পথ দূৰ্ঘটনা।

১৫ নং ৰাষ্ট্ৰীয় ঘাই পথত ৰৈ থকা ট্ৰাকত খুন্দিয়ালে স্কুটীয়ে।

দুৰ্ঘটনাটোত থিতাতে নিহত অৰুন নাৰ্জাৰী নামৰ এজন।

মৃত অৰুন নাৰ্জাৰীৰ লগত স্কুটী খনত থকা এগৰাকী মহিলাও গুৰুতৰভাৱে আহত হৈছে দূৰ্ঘটনাটোত।

যোৱা নিশা গেলাবিলত সংঘটিত হৈছিল এক ভয়াৱহ পথ দূৰ্ঘটনা

ৰৈ থকা ট্ৰাকত আৰটিগা বাহনে পিছ পিনৰ পৰা খুন্দুৱাৰ ফলত মৃত্যু হৈছিল ৮ জন লোক।

সেই ট্ৰাকখনৰ সামগ্ৰী আনলোড কৰিবলৈ অনা আন এখন ট্ৰাকত সন্মুখৰ পৰা খুন্দিয়ালে স্কুটী খনে।

ঘটনাৰ পিছতে ওৰাঙত চেপা উত্তেজনা।

ৰাষ্ট্ৰীয় ঘাই পথ অৱৰোধৰ চেষ্টা একাং স্থানীয় লোকৰ

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.