ETV Bharat / state

BTR চুক্তিয়ে অন্য জাতি-জনগোষ্ঠীৰ মনলৈ শংকা নমাই আনিছেঃ ড৹ সমুজ্জল ভট্টাচাৰ্য

author img

By

Published : Feb 1, 2020, 7:42 PM IST

BTR ক লৈ আছুৰ উপদেষ্টা ড৹ সমুজ্জল ভট্টাচাৰ্য ৷ অন্য জাতি-জনগোষ্ঠীৰ মনলৈ অহা ভয়,শংকা সকলো দূৰ কৰাৰ আহ্বান আছুৰ ৷ বহু প্ৰশ্ন উত্থাপন আছুৰ উপদেষ্টা ড৹ সমুজ্জল ভট্টাচাৰ্য ৷

BTR চুক্তিয়ে অন্য জাতি-জনগোষ্ঠীৰ মনলৈ শংকা নমাই আনিছেঃ ড0 সমুজ্জল ভট্টাচাৰ্য
BTR চুক্তিয়ে অন্য জাতি-জনগোষ্ঠীৰ মনলৈ শংকা নমাই আনিছেঃ ড0 সমুজ্জল ভট্টাচাৰ্য

ওদালগুৰি, 1 ফেব্ৰুৱাৰীঃ শান্তি চুক্তিৰ জৰিয়তে বড়ো সকলৰ বাবে গঠন কৰা হ’ল বিটিআৰ ৷ কিন্তু তাত বসবাস কৰা অন্যান্য জাতিৰ লোক সকলৰ মনলৈ অহা ভয়, শংকা, সংশয় ন্যায্য প্ৰাপ্তিৰ পৰা বঞ্চিত হ’ব নেকি ? চাকৰি, ৰাজনৈতিক অধিকাৰ সুৰক্ষিত নহ’ব নেকি ? সাংবিধানিক ভাবে সুৰক্ষিত নহ’ব নেকি ? এনে বহু প্ৰশ্নৰ লোক সকলৰ মনত অৱকাশৰ সময়তে শংকামুক্ত কৰিবলৈ আছুৰ উপদেষ্টা ড৹ সমুজ্জল ভট্টাচাৰ্য আৰু সভাপতি দিপাংক কুমাৰ নাথৰ আহ্বান ৷

ড0 সমুজ্জল ভট্টাচাৰ্য

টংলাত উপস্থিত হৈ বিটিচি প্ৰশাসন আৰু চুক্তি স্বাক্ষৰকাৰী দল, এবছুকে ধৰি আন দল সংগঠন সকলক লৈ আছুৱে আলোচনা কৰিব বুলি জানিবলৈ দিয়ে । আনহাতে দীপাংক নাথে NRC ভিত্তি বৰ্ষ 51 কৰি সমগ্ৰ দেশত এক এন আৰ চি কৰা সন্দৰ্ভত কয় যে, এক দেশ, এক এন আৰ চিৰ কথা ক’বলৈ গৈ ভাৰতবৰ্ষত কি পৰিৱেশ উদ্ভৱ হৈছে তেওঁলোকে দেখা পাইছে । গতিকে যোৱা দুমাহৰ ভিতৰত তেওঁলোকে এই কথা ক’বলৈ বাদ দিছে ।

দিপাংক কুমাৰ নাথ

লগতে ফিল্মফেয়াৰ সন্দৰ্ভতো নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আছু নেতা সমুজ্জ্বল ভট্টাচাৰ্যই কয় যে, আমি বলীউডৰ শিল্পীৰ বিৰোধী নহয় । কিন্তু এটা ব্যক্তিগত কাৰ্যসূচীত চৰকাৰে ইমান টকা দিয়াটো আচৰিত কথা । যি সময়ত অসম কা বিৰোধী আন্দোলন চলি আছে তেনে সময়তে ৰাইজৰ দৃষ্টি আঁতৰ কৰিবলৈ এইয়া ৰজাঘৰৰ অপচেষ্টা বুলি উল্লেখ কৰে ৷

Intro:BTR চুক্তিৰ পিছত অন্যজাতি জনগোষ্ঠীৰ মনলৈ অহা ভয় ,শংকা সকলো দূৰ কাৰৰ আহ্বান আছুৰ।Body:

শান্তি চুক্তিৰ জৰিয়তে বড়োসকলৰ বি টি আৰ গঠন হ'ল ঠিকেই। কিন্তু তাত বসবাস কৰা অন্যান্য জাতিৰ লোক সকলৰ মনলৈ অহা ভয়,শংকা,শংশয় ন্যায্য প্ৰাপ্তিৰ পৰা বঞ্চিত হব নেকি? চাকৰি,ৰাজনৈতিক অধিকাৰ সুৰক্ষিত নহব নেকি ? সাংবিধানিক ভাবে সুৰক্ষিত নহব নেকি ? এনে বহু প্ৰশ্নৰ লোক সকলৰ মনত অৱকাশৰ সময়তে শংকা মুক্ত কৰিবলৈ আছুৰ উপদেষ্টা সমূজ্জল ভট্টাচাৰ্য আৰু সভাপতি দিপাংক কুমাৰ নাথে টংলাত মন্তব্য কৰে। বি টি চি প্ৰশাসন আৰু চুক্তি স্বাক্ষৰকাৰী দল,এবছুকে ধৰি আন দল সংগঠন সকলক লৈ আলোচনা কৰিব বুলি জানিব দিয়ে। আনহাতে দীপাংক নাথে NRC ভিত্তি বৰ্ষ ৫১ কৰি সমগ্ৰ দেশত এক এন আৰ চি কৰা সন্দৰ্ভত কয় যে এক দেশ এক এন আৰ চিৰ কথা কবলৈ গৈ ভাৰত বৰ্ষত কি পৰিৱেশ উদ্ভৱ হৈতে তেওলোকে দেখা পাইছে।গতিকে যোৱা দুমাহৰ ভিতৰত তেওলোকে এই কথা কবলৈ বাদ দিছে।
আনহাতে ফিল্মফেয়াৰ সন্দৰ্ভতো নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আছু নেতা সমুজ্জ্বল ভট্টাচাৰ্যই কয় যে আমি বলিউডৰ শিল্পীৰ বিৰোধি নহয়। কিন্ত এটা ব্যক্তিগত কাৰ্যসূচীত চৰকাৰে চৰকাৰে ইমান টকা দিয়াটো আচৰিত কথা। যি সময়ত অসম কা বিৰোধী আন্দোলন চলি আছে তেনে সময়তে ৰাইজৰ দৃষ্টি আতৰ কৰিবকৈ ৰজাঘৰৰ অপচেষ্টা বুলিও সমুজ্জল ভট্টাচাৰ্য্যই মন্তব্য কৰে

Byte 1 সমুজ্জ্বল ভট্টাচাৰ্য্য

Byt 2.দিপাংক কুমাৰ নাথ ,সভাপতি আছু।

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.