ETV Bharat / state

বিটিচি ধৰ্মীয় সংখ্যালঘু পৰিষদৰ ৯ জন সদস্যক বহিষ্কাৰ

author img

By

Published : Nov 14, 2020, 7:21 PM IST

পৰিষদে তৎকালীনভাৱে বলবৎ হোৱাকৈ বহিষ্কাৰ কৰিছে এই ৯ জন সদস্যক ৷

9 suspend from rmc in chirang
বিপিএফৰ প্ৰাৰ্থীক মুকলি সমৰ্থন ৰাভা ছাত্ৰ সন্থাৰ

ওদালগুৰি, 14 নৱেম্বৰ : সংগঠন বিৰোধী কাৰ্যকলাপত জড়িত থকাৰ অভিযোগত ওদালগুৰি জিলাৰ বিটিচি ধৰ্মীয় সংখ্যালঘু পৰিষদৰ ৯ জন সদস্যক বহিষ্কাৰ কৰা হয় । ধৰ্মীয় সংখ্যালঘু পৰিষদৰ সভাপতি আব্দুল আওৱাল মণ্ডলে শনিবাৰে এক বিবৃতিত প্ৰকাশ কৰে এই কথা । বিবৃতিখনত উল্লেখ কৰা অনুসৰি, কেন্দ্ৰীয় সমিতিত উপসভাপতি মো: ছাইফুল ইছলাম, কেন্দ্ৰীয় কমিটীৰ তিনিজন সদস্য ক্ৰমে মো: হুচেইন আলী, তমছেৰ আলী, হাসমত আলী, ওদালগুৰি জিলাৰ দুজনকৈ উপসভাপতি ক্ৰমে সমৰ আলী আৰু হাকিমুদ্দিন আলী, সাধাৰণ সম্পাদক হবিবৰ ৰহমান, জিলা সমিতিৰ দুজন সদস্য ক্ৰমে কামাল উদ্দিন আৰু সাহাজুদ্দিনক বহিষ্কাৰ কৰা হৈছে ।

পৰিষদে তৎকালীনভাৱে বলবৎ হোৱাকৈ বহিষ্কাৰ কৰিছে এই ৯ জন সদস্যক ৷ বিটিচি পৰিষদীয় নিৰ্বাচনৰ প্ৰাকমূহুৰ্তত ধৰ্মীয় সংখ্যালঘু পৰিষদৰ পৰা দুজন প্ৰৰ্থী বহিষ্কাৰ কৰা ঘটনাই বহন কৰিছে বিশেষ তাৎপৰ্যৰ ।

লগতে পঢ়ক: সাংবাদিক পৰাগ ভূঞাৰ ৰহস্যজনক মৃত্যুৰ বিৰুদ্ধে মৌন প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.