ETV Bharat / state

২৮ ডিচেম্বৰৰ পৰা বিধানসভাৰ শীতকালিন অধিবেশন

author img

By

Published : Dec 5, 2020, 12:27 PM IST

২৮ ডিচেম্বৰৰ পৰা আৰম্ভ হ'ব অসম বিধানসভাৰ শীতকালিন অধিবেশন । তেনেই সীমিত কাৰ্যক্ৰমণিকাৰে মাত্ৰ তিনি দিনৰ বাবে আৰম্ভ হ'ব শীতকালিন অধিবেশন ।

২৮ ডিচেম্বৰৰ পৰা বিধানসভাৰ শীতকালিন অধিবেশন
২৮ ডিচেম্বৰৰ পৰা বিধানসভাৰ শীতকালিন অধিবেশন

গুৱাহাটী, ৫ ডিচেম্বৰ: তেনেই সীমিত কাৰ্যক্ৰমণিকাৰে ২৮ ডিচেম্বৰৰ পৰা আৰম্ভ হ'ব অসম বিধানসভাৰ শীতকালিন অধিবেশন । মাত্ৰ তিনি দিনৰ বাবে অৰ্থাৎ ৩০ ডিচেম্বৰ পৰ্যন্ত এই অধিবেশন অনুষ্ঠিত হ'ব । অৱশ্যে প্ৰশ্নোত্তৰ কাল, শূন্যকালিন ঘন্টা আদিৰ দৰে গুৰুত্বপূৰ্ণ কাৰ্যসূচীসমূহ এই তিনিদিনীয়া অধিবেশনত অন্তৰ্ভুক্ত থাকিব । উল্লেখযোগ্য যে, চলিত বৰ্ষত ইয়াৰ পূৰ্বে অনুষ্ঠিত হোৱা অধিবেশন সমূহো ক'ৰণা পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত অতি কম দিনৰ বাবে অনুষ্ঠিত হৈছিল ।

লগতে পঢ়ক: অহা বিধান সভা নিৰ্বাচনত অসমৰ পৰা নিঃশেষ হ’ব বিজেপি দল: চন্দন ব্ৰহ্ম

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.