ETV Bharat / state

পি ভি সিন্ধু আৰু ছাইনা নেহৱালৰ খেল চাবলৈ দৰ্শকৰ ভিৰ

দেশভক্ত তৰুণৰাম ফুকন ষ্টেডিয়ামত ৫ বজাৰ পৰা আৰম্ভ হ'ব খেল

পি ভি সিন্ধু আৰু ছাইনা নেহৱাল খেল চাবলৈ দৰ্শকৰ ভিৰ
author img

By

Published : Feb 16, 2019, 5:30 PM IST

গুৱাহাটী,১৬ ফোব্ৰুৱাৰীঃ পি ভি সিন্ধু আৰু ছাইনা নেহৱালৰ খেল চাবলৈ দেশভক্ত তৰুণৰাম ফুকন ষ্টেডিয়ামত দৰ্শকৰ ভিৰ। দেশৰ এই দুই গৰাকী আগশাৰীৰ বেডমিণ্টন খেলুৱৈৰ মাজত বিয়লি ৫ বজাৰ পৰা আৰম্ভ হ'ব খেল।

পি ভি সিন্ধু আৰু ছাইনা নেহৱাল খেল চাবলৈ দৰ্শকৰ ভিৰ
সিন্ধু আৰু নেহৱালৰ ফাইনেল যুঁজখন উপভোগ কৰিবলৈ দেশভক্ত তৰুণৰাম ফুকন ষ্টেডিয়ামত উপস্থিত আছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।
undefined

গুৱাহাটীত চলি থকা ৮৩ সংখ্যক চিনিয়ৰ নেশ্যনেল বেডমিণ্টন চেম্পিয়নশ্বিপৰ মহিলা ফাইনেল মেচত দুয়োগৰাকী খেলুৱৈক চাবলৈ ষ্টেডিয়ামত ভিৰ কৰিছে দৰ্শকে।

Intro:পি ভি সিন্ধু আৰু ছাইনা নেহৱালৰ যুজঁ চাবলৈ দেশভক্ত তৰুণৰাম ফুকন ষ্টেডিয়ামত দৰ্শকৰ ভিৰ। দেশৰ এই দুই গৰাকী আগশাৰীৰ বেডমিণ্টন খেলুৱৈ বিয়লি ৫ বজাৰ পৰা আৰম্ভ কৰি যুজঁ।

Body:গুৱাহাটীত চলি থকা ৮৩ সংখ্যক চিনিয়ৰ নেশ্যনেল বেডমিণ্টন চেম্পিয়নশ্বিপৰ মহিলা ফাইনেল মেচত কিছুসময় পিছত অৱতীৰ্ণ হ'ব দেশৰ দুই আগশাৰীৰ মহিলা বেডমিণ্টন খেলুৱৈ পি ভি সিন্ধু আৰু ছাইনা নেহৱাল। এই খেলুৱৈ দুগৰাকীৰ খেল উপভিগ কৰিবলৈ ইতিমধ্যে ষ্টেডিয়ামত ভিৰ কৰিছে দৰ্শকে। সকলোৱে নিজৰ পছন্দৰ খেলুৱৈ গৰাকীক উৎস যোগাবলৈ ষ্টেডিয়ামত খেল আৰম্ভ হোৱাৰ এ ঘণ্টা পূৰ্বে আহি উপস্থিত হৈছে। কোনোবাই সিন্ধুৰ খেল চাবলৈ আহিছে, কোনোবাই নেহৱাল বিজয় হোৱাৰ কামনা কৰিছে।

বাইট : দৰ্শক

Conclusion:সিন্ধু আৰু নেহৱালৰ ফাইনেল যুঁজখন উপভিগ কৰিবলৈ দেশভক্ত তৰুণৰাম ফুকন ষ্টেডিয়ামত উপস্থিত আছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল আৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.