ETV Bharat / state

তিনিচুকীয়াৰ জীৱন জ্যোতি নাৰ্চিং হোমৰ বিৰুদ্ধে ভুল চিকিৎসাৰ অভিযোগ

author img

By

Published : Dec 23, 2020, 10:23 PM IST

তিনিচুকীয়াৰ জীৱন জ্যোতি নাৰ্চিং হোমৰ বিৰুদ্ধে ভুল চিকিৎসাৰ অভিযোগ উত্থাপন হৈছে ৷ তিনিচুকীয়াৰ বাসিন্দা সঞ্জয় দুৱৰাৰ প্ৰসুতি পত্নীক ভুল চিকিৎসা প্ৰদান কৰি সংকটৰ দিশলৈ ঠেলি দিয়াৰ অভিযোগ তুলিছে পৰিয়ালৰ লোকে ।

wrong-treatment-tinsukiya-jibon-jyoti-nursing-home
তিনিচুকীয়াৰ জীৱন জ্যোতি নাৰ্চিং হোমৰ বিৰুদ্ধে ভুল চিকিৎসাৰ অভিযোগ

তিনিচুকীয়া, 23 ডিচেম্বৰ : তিনিচুকীয়াৰ জীৱন জ্যোতি নাৰ্চিং হোমৰ বিৰুদ্ধে ভুল চিকিৎসাৰ অভিযোগ উত্থাপন হৈছে ৷ তিনিচুকীয়াৰ বাসিন্দা সঞ্জয় দুৱৰাৰ প্ৰসুতি পত্নীক ভুল চিকিৎসা প্ৰদান কৰি সংকটৰ দিশলৈ ঠেলি দিয়াৰ অভিযোগ তুলিছে পৰিয়ালৰ লোকে । যাৰবাবে শিশুটিৰ অৱস্থা অতি সংকটজনক হৈ পৰিছে বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য প্ৰদান কৰিছে পৰিয়ালৰ লোকে ।

উল্লেখ্য যে, কেইবছৰমান আগতে পুনৰ ভুল চিকিৎসাৰ বাবে অভিযোগ উত্থাপিত হৈছিল জীৱন জ্যোতি নাৰ্চিং হোমৰ বিৰুদ্ধে ৷ যাৰবাবে পৰিয়ালৰ লোকে চিকিৎসালয়খন বন্ধ কৰিবলৈ দাবী জনাইছে ৷

লগতে পঢ়ক : আস্থা ভোটত জয়ী হোৱাৰ দাবী বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.