ETV Bharat / state

নতুন দিল্লীত অসমৰ নৱ-বিবাহিতা বোৱাৰীৰ ৰহস্যজনক মৃত্যু

author img

By

Published : Oct 8, 2020, 11:15 AM IST

অভিজিত ধৰ নামৰ যুৱকজনৰ সৈতে বিবাহ পাষত আৱদ্ধ হৈ নতুন দিল্লীত আছিল ডুমডুমাৰ অজন্তা লহকৰ।

women death new delhi went to doomdooma
নতুন দিল্লীত অসমৰ নৱ-বিবাহিতা বোৱাৰীৰ ৰহস্যজনক মৃত্যু

ডুমডুমা,8 অক্টোবৰঃ নতুন দিল্লীত অসমৰ নৱ-বিবাহিতা বোৱাৰীৰ ৰহস্যজনক মৃত্যু। নৱ-বিবাহিতা বোৱাৰী গৰাকী ডুমডুমা চুকৰেটিং আঠ নম্বৰৰ ২৭ বছৰীয়া অজন্তা লহকৰ বুলি জানিব পৰা গৈছে ।

উল্লেখযোগ্য যে, স্বামীৰ বিৰুদ্ধে হত্যাৰ অভিযোগ মহিলাগৰাকীৰ পৰিয়ালৰ লোকৰ । দেওবাৰে নতুন দিল্লীৰ Safbarjung Enclave ত সংঘটিত হ'য় এই ঘটনা ।

জানিব পৰা মতে চলিত বছৰৰ ডিচেম্বৰত অভিজিত ধৰ নামৰ যুৱকজনৰ সৈতে বিবাহ পাষত আৱদ্ধ হৈ নতুন দিল্লীত আছিল ডুমডুমাৰ অজন্তা লহকৰ। মৃত্যুৰ পূৰ্বে স্বামীৰে বাক-বিতণ্ডা হোৱা বুলি জানিবলৈ দিছে পৰিয়ালৰ লোকে ।

অভিজিত ধৰ নামৰ লোকজন পূৰ্বেও অন্য এগৰাকী যুৱতীৰ সৈতে বিবাহ পাষত আৱদ্ধ হৈছিল বুলি অজন্তাৰ পৰিয়ালৰ লোকে উল্লেখ কৰিছে । ইপিনে বৃহস্পতিবাৰে ডুমডুমাৰ নিজা বাসগৃহলৈ অজন্তাৰ মৃতদেহ আনিব বুলি পৰিয়ালৰ লোকে জানিবলৈ দিয়ে।

লগতে পঢ়কঃ প্ৰাক্তন আলফা নেতাৰ বিৰুদ্ধে সৰৱ কোকৰাঝাৰৰ সাংসদ নৱ শৰণীয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.